ETV Bharat / bharat

Daily Horoscope for 11th September: আজিৰ দিনটোৰ ৰাশিফল

author img

By

Published : Sep 11, 2022, 5:05 AM IST

কেনে যাব আপোনাৰ আজিৰ দিনটো (Know Your day with ETV Bharat Astrology) ? চাওক দিনটোৰ

daily-horoscope-for-11th-september-2022
আজিৰ দিনটোৰ ৰাশিফল

মেষ ৰাশি: মেষ ৰাশিৰ জাতক-জাতিকাসকলৰ কাৰণে দিনটো ইতিবাচক হ’ব ৷ অত্যধিক তজবজীয়া হৈ থাকিব ৷ উৎসাহ-উদ্দীপনাৰে সৈতে কাম কৰিবলৈ আগুৱাই যাব ৷ ধনদেৱীৰ আশীৰ্বাদ লাভ কৰিব ৷ পৰিয়ালৰ সৈতে সম্পৰ্ক ভাল হ’ব ৷ মাতৃৰ ফালৰ পৰা সুসংবাদ পাব ৷

বৃষ ৰাশি: সাৱধান! দিনটো সতৰ্ক হৈ থাকিব ৷ দুশ্চিন্তাত ভুগিব পাৰে ৷ অসুস্থ হৈ পৰিব পাৰে ৷ পৰিয়ালৰ লোকৰ সৈতে কাজিয়াৰ সৃষ্টি হ’ব পাৰে ৷ ব্যয় বৃদ্ধি ৷ কঠোৰ পৰিশ্ৰমৰ সুফল পাব ৷ সাৱধানে থাকিব, দুৰ্ঘটনা সংঘটিত হ’ব পাৰে বা ক’ৰবাত উজুটি খাইও পৰিব পাৰে ৷

মিথুন ৰাশি: দিনটো শুভ ৷ অবিবাহিতসকলে ভাল জীৱনসংগী বা জীৱনসংগিনী পাব৷ আৰ্থিক লাভৰ কাৰণে দিনটো ভাল ৷ সন্তানৰ পৰা সুসংবাদ পাব ৷ চাকৰি বা ব্যৱসায়ত লাভ হ’ব আৰু আয়বৃদ্ধি হ’ব ৷

কৰ্কট ৰাশি: মন্দিৰ দৰ্শনলৈ যাব পাৰে ৷ মনোবল বৃদ্ধি পাব আৰু মনটো ভাল লাগিব ৷ পৰিয়ালৰ লোকৰ সৈতে আনন্দৰে দিনটো কটাব ৷ সুস্থ আৰু সক্ৰিয় অনুভৱ কৰিব ৷

সিংহ ৰাশি: সজাগ আৰু সতৰ্ক হৈ থাকিব ৷ অজস্ৰ সমস্যাত পৰিব পাৰে ৷ স্বাস্থ্য সম্বন্ধীয় সমস্যাই দেখা দিব ৷ পৰিয়ালৰ লোকৰ সৈতে ধৈৰ্য ধৰি কথা পাতক ৷ তেওঁলোকৰ সৈতে বুজাবুজিৰে চলক ৷ সন্দেহজনক আৰু অস্পষ্ট কামকাজত লিপ্ত নহ’ব ৷ প্ৰাৰ্থনা আৰু ধ্যান কৰিলে ভাল পাব ৷

কন্যা ৰাশি: সামাজিক স্বীকৃতি আৰু ৰাজহুৱা সন্মান বৃদ্ধি হ’ব ৷ নতুন গাড়ী বা বাহনৰ গৰাকী হ’ব পাৰে ৷ অংশীদাৰ, সহকৰ্মীৰ সৈতে ভাল সম্পৰ্ক গঢ়ি উঠিব ৷ স্বামী-স্ত্ৰীৰ মাজত কাজিয়া হ’লেও তাৰ বাবে অধিক সময়লৈকে মন বেয়া হৈ নাথাকিব, দুয়োজনৰ মাজত ঘনিষ্ঠ আকৌ বৃদ্ধি পাব ৷

তুলা ৰাশি: পৰিয়ালৰ লোকৰ সৈতে সুখ আৰু শান্তিৰে থাকি পৰিতৃপ্ত আৰু সন্তুষ্ট হৈ থাকিব ৷ সহকৰ্মী আৰু সতীৰ্থৰ পৰা সহযোগিতা লাভ কৰিব ৷ যোগ্যতাই স্বীকৃতি লাভ কৰিব ৷ মাতৃৰ পৰা সুসংবাদ পাব ৷

বৃশ্চিক ৰাশি: দিনটো ভালবেয়াৰ মাজেৰে পাৰ হ’ব ৷ পঢ়ুৱৈসকলে পঢ়াশুনাত ভাল কৰিব ৷ নতুন কোনো কাম বা প্ৰকল্প হাতত নোলোৱাই ভাল ৷ আৰ্থিক দিশত সুফল লাভ কৰিব ৷ শ্বেয়াৰ বজাৰত বিনিয়োগ কৰাৰ পৰা বিৰত থাকক ৷ সম্ভৱ হ’লে ভ্ৰমণৰ দিন পিছুৱাই দিয়ক ৷

ধনু ৰাশি: দিনটো বিষণ্ণ হৈ থাকিব ৷ অস্থিৰ হৈ থাকিব ৷ পৰিয়ালৰ লোকৰ পৰা কোনো সঁহাৰি নাপাব ৷ সাংসাৰিক জীৱনত হতাশাই আগুৰি ধৰিব ৷ সতৰ্ক থাকক ৷

মকৰ ৰাশি: নতুন কাম হাতত ল’ব ৷ শুভ দিন ৷ দৈনন্দিন কাম-কাজ আৰু ব্যৱসায়ৰ পৰিৱেশ আনন্দদায়ক আৰু সহযোগিতাপূৰ্ণ হৈ থাকিব ৷ আৰ্থিক লাভ বৃদ্ধি ৷ পঢুৱৈসকলে নিজৰ কাম অনায়াসত কৰি যাব পাৰিব ৷

কুম্ভ ৰাশি: সকলো প্ৰকাৰ কাজিয়া-বিবাদৰ পৰা দূৰত থাকক ৷ খৰচ বৃদ্ধি ৷ ব্যৰ্থতা আৰু হতাশাই আগুৰি ধৰিব ৷ সিদ্ধান্তহীনতা হ’ব ৷

মীন ৰাশি: দিনটো শুভ ৷ সজীৱতা আৰু ইতিবাচক মনোভাৱেৰে পৰিপূৰ্ণ হৈ থাকিব ৷ নতুন প্ৰকল্প হাতত ল’ব পাৰে ৷ বন্ধু আৰু আত্মীয়-স্বজনৰ সৈতে নৈশভোজ উপভোগ কৰিব পাৰে ৷ ধনাগমৰ সম্ভাৱনা আছে ৷ ব্যয় বৃদ্ধি ৷ সৰুসুৰা ভ্ৰমণৰ পৰিকল্পনা কৰিব পাৰে ৷ সফল হ’ব ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.