ETV Bharat / bharat

Daily horoscope for 11th October: আজিৰ দিনটোৰ ৰাশিফল

author img

By

Published : Oct 11, 2022, 5:02 AM IST

কেনে যাব আপোনাৰ আজিৰ দিনটো (Know Your day with ETV Bharat Astrology) ? চাওক দিনটোৰ ৰাশিফল (Astrological predictions for the day) ৷

Daily horoscope for 11th October 2022
আজিৰ দিনটোৰ ৰাশিফল

মেষ ৰাশি: গ্ৰহ ভাল হ’ব ৷ ধনাগমনৰ যোগ আছে ৷ নতুন ব্যৱসায় আৰম্ভ নকৰিব ৷ সাৱধানে থাকক ৷ শৰীৰ আৰু মন সুস্থ কৰি ৰাখিবলৈ উপযুক্ত ব্যবস্থা গ্ৰহণ কৰক আৰু শান্ত থাকক ৷

বৃষ ৰাশি: উদ্দিগ্নতাই চাৰিওফালৰ পৰা আগুৰি থাকিব ৷ মনৰ স্থিৰতা হেৰুওৱাব ৷ পৰিয়ালৰ লগৰ তৰ্ক বিতৰ্কই ঘৰুৱা পৰিবেশ বিনষ্ট কৰিব ৷ ধনৰ অভাৱে দেখা দিব ৷

মিথুন ৰাশি: ব্যৱসায়ীসকলৰ বাবে লাভজনক দিন ৷ ব্যৱসায়ত লাভ কৰিবলৈ সহকৰ্মীৰ সহায় ল’ব লগিব ৷ কৰ্মক্ষেত্ৰত পদোন্নতি হ’ব পাৰে ৷

কৰ্কট ৰাশি: শুভ দিন ৷ চাকৰিয়াল আৰু ব্যৱসায়ীসকলৰ পদোন্নতি বা উন্নতি হ’ব ৷ ঘৰটো নকৈ সজাব পাৰে ৷ নিজকে সতেজ অনুভৱ কৰিব ৷ ধনাগমনৰ যোগ আছে ৷

সিংহ ৰাশি: দুৰ্বলতা আৰু অস্থিৰতাই বেৰি ৰাখিব ৷ অলপতে উঠা খঙে অসুবিধাত পেলাব পাৰে ৷ কঠোৰ পৰিশ্ৰম কৰিলে সফল হ’ব ৷ পেটৰ বিষত ভুগিব পাৰে ৷ সাৱধানে থাকিব ৷

কন্যা ৰাশি: দিনটো বৰ ভাল নহয় ৷ শান্ত থাকক আৰু ধৈৰ্য ধৰক, চিন্তা দূৰ হ’ব ৷ খঙাল হৈ থাকিব ৷ শৰীৰ বেয়া হ’ব পাৰে ৷ সাৱধানে থাকক, বেআইনি আৰু অনৈতিক কামৰ পৰা আঁতৰত থাকক ৷ খৰচ বৃদ্ধি ৷

তুলা ৰাশি: শুভ দিন ৷ সামাজিক কামত জড়িত হৈ মনটো ফূৰ্তিৰে কটাব ৷ পৰিয়ালৰ লগত সামাজিক অনুষ্ঠানলৈ যাব পাৰে ৷ সন্মান আৰু চিনাকি লাভ কৰিব ৷ ব্যৱসায়ীসকলৰ উন্নতি হ’ব ৷

বৃশ্চিক ৰাশি: শুভ দিন ৷ পৰিয়ালৰ লগত সুন্দৰ সময় কটাই নিজকে সতেজ অনুভৱ কৰিব ৷ দিনটো আনন্দৰে কটাব ৷ গ্ৰহৰ প্ৰভাৱত প্ৰচুৰ ধনাগমন হ’ব ৷

ধনু ৰাশি: হজম জাতীয় সমস্যাৰ সৃষ্টি হ’ব পাৰে ৷ দিনটো নিৰাশ আৰু উদ্দিগ্নতাৰে পাৰ হ’ব ৷ কলাসুলভ কাম কৰক ভ্ৰমণৰ পৰিকল্পনা বাতিল কৰক ৷

মকৰ ৰাশি: ভালদৰে টোপনি নোহোৱাৰ বাবে এলেহুৱা অনুভৱ কৰিব পাৰে ৷ পৰিয়ালৰ লগত অদৰকাৰি তৰ্ক-বিতৰ্কৰ পৰা আঁতৰি থাকক ৷ অপমান পাব পাৰে ৷ সন্মান হানি হ’ব পাৰে ৷

কুম্ভ ৰাশি: এটা আনন্দপূৰ্ণ আৰু চিন্তা মুক্ত দিন ৷ চিন্তাবোৰ আঁতৰাই সতেজ অনুভৱ কৰিব ৷ শৰীৰ সুস্থ্য হৈ থাকিব ৷ সৰু ভ্ৰমণৰ পৰিকল্পনা কৰিব পাৰে ৷

মীন ৰাশি: এটা মিশ্ৰিত দিন ৷ খঙাল হ’ব পাৰে ৷ সাৱধান হওক, কৰো লগত অযথা তৰ্কা-তৰ্কি নকৰিব ৷ খাদ্যভাস সলনি কৰক নহ’লে অসুখত ভূগিব পাৰে ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.