ETV Bharat / bharat

Daily horoscope for 11th November: আজিৰ দিনটোৰ ৰাশিফল

author img

By

Published : Nov 11, 2022, 5:15 AM IST

কেনে যাব আপোনাৰ আজিৰ দিনটো (Know Your day with ETV Bharat Astrology) ? চাওক দিনটোৰ ৰাশিফল (Astrological predictions for the day) ৷

daily-horoscope-for-11th-november-2022
আজিৰ দিনটোৰ ৰাশিফল

মেষ ৰাশি: ব্যয় বৃদ্ধি ৷ বিত্তীয় দিশটোক সাৱধানে আৰু ভাবি চিন্তি চম্ভালিব ৷ কাজিয়া বিবাদ হ’ব পাৰে ৷ সংঘাত আৰু বিৰোধৰ পৰা দূৰত থাকক ৷ বন্ধু আৰু পৰিয়ালৰ লোকৰ সৈতে সহজতে মিলিব নোৱাৰিব ৷ স্বাস্থ্যৰ সমস্যাক নুই কৰিব নোৱাৰি ৷ দিনটো হতাশজনক হৈ থাকিব ৷

বৃষ ৰাশি: দিনটো ঘটনাবহুল আৰু ফলদায়ক হ’ব ৷ অত্যধিক সৃজনশীল আৰু উদ্ভাৱনীমূলক হৈ থাকিব পাৰে ৷ মনটো সুদৃঢ় হৈ থাকিব আৰু স্পষ্ট চিন্তা বিৰাজ কৰিব ৷ নিজৰ কৰ্মৰ প্ৰতি প্ৰবল আগ্ৰহী হৈ থাকিব ৷ আৰ্থিক বাধা-বিপত্তিৰ মুখত পৰিব পাৰে ৷

মিথুন ৰাশি: দিনটো কঠিন, গতিকে সাৱধান ৷ প্ৰিয়জন বা পুত্ৰৰ সৈতে কাজিয়া হ’ব পাৰে ৷ বিৰক্ত হৈ থাকিব আৰু খং উঠি থাকিব ৷ চকু বা কাণৰ বিষ হ’ব পাৰে ৷

কৰ্কট ৰাশি: দিনটো সমৃদ্ধিশালী আৰু আনন্দদায়ক হ’ব ৷ আয় বৃদ্ধিৰ সম্ভাৱনা আছে ৷ ব্যৱসায়ত উন্নতি হ’ব পাৰে ৷ দুশ্চিন্তা আৰু উদ্বেগ পৰা দূৰত থাকিব ৷

সিংহ ৰাশি: ব্যৱসায়াৰ দিশত দিনটো অসাধাৰণ ৷ ক্ষমতাশালী আৰু প্ৰভাৱশালী ব্যক্তিৰ পৰা অনুকূল সহযোগিতা লাভ কৰিব ৷ মান-সন্মান বৃদ্ধিৰ যোগ আছে ৷ কাৰ্যালয়ৰ লেনদেনৰ সুফল পাব ৷ স্বাস্থ্য ভালে থাকিব ৷ লাভৱান হোৱাৰ সম্ভাৱনা আছে ৷

কন্যা ৰাশি: দিনটো শুভ ৷ ঘনিষ্ঠ আত্মীয়ৰ সৈতে ফুৰিবলৈ গৈ আনন্দ পাব ৷ দূৰৰ দেশৰ পৰা সুসংবাদ পাব পাৰে ৷ আৰ্থিক লাভ নিশ্চিত ৷

তুলা ৰাশি: নতুন প্ৰকল্প আৰু নতুন কাম হাত লোৱাৰ ক্ষেত্ৰত দিনটো অনুকূল ৷ গাম্ভীৰ্যপূৰ্ণ আচৰণে সৌভাগ্যবৃদ্ধি কৰিব ৷ শত্ৰুৰ পৰা সাৱধান ৷ স্বাস্থ্য ভালে থাকিব ৷

বৃশ্চিক ৰাশি: নিজৰ ৰুচি-পছন্দৰ প্ৰতি যত্নশীল হোৱাৰ সম্ভাৱনা আছে ৷ গাড়ীত উঠি ভ্ৰমণ কৰিলে সুখ-আনন্দ বৃদ্ধি পাব ৷ আত্মীয়-স্বজনৰ সৈতে অনানুষ্ঠানিকভাৱে মিলামিছা হোৱাৰ প্ৰবল সম্ভাৱনা আছে ৷

ধনু ৰাশি: আৰ্থিক লাভ হ’ব ৷ ঘৰুৱা পৰিৱেশ উজ্জ্বল হৈ থাকিব ৷ সুখী আৰু আনন্দিত হৈ থাকিব ৷ বৃত্তিধাৰী আৰু চাকৰীয়ালসকলৰ কাৰণে পদোন্নতি, দৰমহা বৃদ্ধি, প্ৰশংসা আৰু স্বীকৃতিৰ যোগ আছে ৷

মকৰ ৰাশি: দিনটো মানসিক চিন্তা আৰু সমস্যাত জৰ্জৰ হৈ থাকিব ৷ দৈনন্দিন কামৰ প্ৰতি মনোযোগ দিব নোৱাৰা হ’ব ৷ কোনো বিশেষ আৰু গুৰুত্বপূৰ্ণ কাম হাতত নল’ব ৷ অনাৱশ্যক ব্যয় হ’ব পাৰে ৷

কুম্ভ ৰাশি: দিনটো প্ৰেম আৰু আন্তিৰকতাৰে পৰিপূৰ্ণ হৈ থাকিব ৷ অস্থিৰ আৰু বিভ্ৰান্ত হৈ থাকিব ৷ বিলাসিতা আৰু সৌন্দৰ্যৰ উপকৰণ ক্ৰয় কৰিব পাৰে ৷ সাৱধানে থাকক ৷

মীন ৰাশি: ঈশ্বৰৰ কৃপা দৃষ্টি লাভ কৰিব ৷ সুখ আৰু সফলতা, স্বাস্থ্য আৰু সম্পদ, অপৰ্যাপ্ত সৃজনশীলতা আৰু ইতিবাচক মনোভাৱ উপভোগ কৰিব ৷ কৰ্মক্ষেত্ৰত সফল হ’ব ৷ গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল’বলৈ দিনটো উপযুক্ত ৷ দাম্পত্য সুখ আৰু শান্তিৰ প্ৰবল সম্ভাৱনা ৷ সফলতা লাভ ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.