মেষ ৰাশি : দিনটো শুভ ৷ কৰ্মব্যস্ততা বৃদ্ধি ৷ প্ৰশংসা লাভ ৷ কঠোৰ পৰিশ্ৰমৰ মাজতো আনন্দিত হ’ব ৷ পৰিয়ালক সময় দিয়ক ৷ ভাল বন্ধু লাভ ৷ সতৰ্কতা অৱলম্বন কৰক ৷
বৃষ ৰাশি : দিনটো শুভ ৷ আনন্দিত হৈ থাকিব ৷ গৃহ নিৰ্মাণৰ পৰিকল্পনা ৷ সফলতা অৰ্জন ৷
মিথুন ৰাশি : দিনটো শুভ ৷ আনন্দ লাভ ৷ সফলতা অৰ্জন ৷ ব্যৱসায়ত সফল ৷ অপায়-অমংগল দূৰ হ’ব ৷ সতৰ্কতা অৱলম্বন কৰক ৷
কৰ্কট ৰাশি : দিনটো শুভ ৷ ভাগ্য ভাল ৷ কাৰ্যত উন্নতি ৷ সফলতা লাভ ৷ পদোন্নতি লাভ ৷
সিংহ ৰাশি : কাৰ্যত ধৈৰ্য ধৰক ৷ শান্ত হৈ কৰ্ম সম্পাদন কৰক ৷ বিবাহিত জীৱন সুখৰ ৷ বিবাহৰ যোগ ৷ ব্যয় বৃদ্ধি ৷
কন্যা ৰাশি : দিনটো শুভ ৷ বিশেষকৈ মহিলাসকলৰ বাবে শুভ দিন ৷ বিপদ হোৱাৰ শংকা কম ৷ ভ্ৰমণৰ যোগ ৷
তুলা ৰাশি : দিনটো প্ৰায় শুভ ৷ সৌন্দৰ্য চৰ্চাত মনোযোগ দিয়ক ৷ খৰচ বৃদ্ধি ৷
বৃশ্চিক ৰাশি : দিনটো প্ৰায় শুভ ৷ কৰ্ম জীৱন সুখৰ ৷ ব্যৱসায়ত শুভ ৷ পদোন্নতি লাভ ৷ ভাগ্য ভাল ৷ বিশেষকৈ মহিলাৰ ভাগ্য ভাল ৷ ভ্ৰমণৰ যোগ ৷ তথাপিও সতৰ্কতা অৱলম্বন কৰক ৷
ধনু ৰাশি : ব্যৱসায়ত সফল ৷ ব্যৱসায় বৃদ্ধি ৷ পৰিয়ালৰ সৈতে আনন্দে সময় অতিবাহিত হ’ব ৷ প্ৰেমত শুভ ৷
মকৰ ৰাশি : দিনটো কিছু জটিলতাৰ মাজেৰে পাৰ হ’ব ৷ যুক্তিৰে কথাবোৰ বিবেচনা কৰিব ৷ সিদ্ধান্ত লওতে সতৰ্কতা অৱলম্বন কৰক ৷ কঠোৰ পৰিশ্ৰমৰ পল লাভ ৷
কুম্ভ ৰাশি : স্বাস্থ্যৰ যতন লওক ৷ সিদ্ধান্ত লওতে সতৰ্কতা অৱলম্বন কৰক ৷ মানসিক অশান্তি আৰু হতাশা হʼব পাৰে ৷ পদোন্নতি লাভ ৷ প্ৰশংসা লাভ ৷
মীন ৰাশি : চৰকাৰী প্ৰকল্পত সফল ৷ সুস্থিৰে নথি-পত্ৰ পঢ়ি চহীহে কৰিব ৷ কৰ্মস্থলীত হেঁচাৰ সন্মুখীন হ’ব পাৰে ৷ কৰ্মত মনোযোগ দিয়ক ৷ দিনটো প্ৰায় শুভ ৷