মেষ ৰাশি : খং-ৰাগ নিয়ন্ত্ৰণ কৰক ৷ খং-ৰাগৰ প্ৰভাৱ ব্যক্তিগত জীৱনত পৰিব ৷ শান্ত হৈ কৰ্ম সম্পাদন কৰিব ৷ নতুন ব্যৱসায় নকৰিব ৷
বৃষ ৰাশি : নিজৰ ওপৰত বিশ্বাস ৰাখক ৷ দিনটো প্ৰায় শুভ ৷ কৰ্মত সফলতা প্ৰাপ্তি ৷
মিথুন ৰাশি : দিনটো শুভ ৷ ভাগ্য ভাল ৷ আয় বৃদ্ধি ৷ জ্যেষ্ঠজনৰ পৰামৰ্শ গ্ৰহণ কৰিব ৷ প্ৰশংসা লাভ ৷ জীৱনত ভাল বন্ধু লাভ ৷
কৰ্কট ৰাশি : দিনটো ভাল-বেয়াৰ মাজেৰে পাৰ হ’ব ৷ নিজৰ ওপৰত ভৰষা ৰাখক, লক্ষ্যত সফলতা লাভ কৰিব ৷ এলেহুৱা ভাৱ পৰিহাৰ কৰক ৷
সিংহ ৰাশি : কৰ্মব্যস্ততা বৃদ্ধি ৷ কৰ্মব্যস্ততাৰ প্ৰভাৱ ব্যক্তিগত জীৱনত পৰিব ৷ খং-ৰাগ পৰিহাৰ কৰক ৷ শান্ত হৈ কৰ্ম সম্পাদন কৰক ৷ সন্ধিয়া সকলো অশান্তিৰ কাৰণ দূৰ হ’ব ৷ বন্ধুবৰ্গৰ সৈতে সম্পৰ্ক উন্নত ৷
কন্যা ৰাশি : দিনটো শুভ ৷ ভাগ্য ভাল ৷ পৰিয়াল আৰু প্ৰেমৰ সৈতে সম্পৰ্ক উন্নত ৷ কৰ্মত মনোযোগ দিয়ক ৷ সফলতা লাভ ৷
তুলা ৰাশি : শান্ত হৈ কৰ্ম সম্পাদন কৰক ৷ শান্ত বা মধুৰ বাক্যই আপোনাক উৎসাহিত কৰি তুলিব ৷ পৰিয়ালৰ সৈতে সম্পৰ্ক উন্নত ৷ প্ৰশংসা লাভ ৷ কৰ্ম জীৱনত ভাল বন্ধু লাভ ৷ আবেলিৰ সময় অত্যন্ত শুভ ৷ খৰচ বৃদ্ধি ৷
বৃশ্চিক ৰাশি : দিনটো কিছু কঠিনতাৰ মাজেৰে পাৰ হ’ব ৷ নতুন ব্যৱসায় আৰম্ভ নকৰিব ৷ গ্ৰহৰ স্থান শুভ নহয় ৷ সতৰ্কতা অৱলম্বন কৰক ৷ খৰচ বৃদ্ধি ৷
ধনু ৰাশি : দিনটো ভাল-বেয়াৰ মাজেৰে পাৰ হ’ব ৷ গ্ৰহৰ স্থান ভাল ৷ ভাগ্য ভাল ৷ কৰ্মত সফলতা অৰ্জন ৷ খৰচ বৃদ্ধি ৷ শিক্ষাৰ্থীৰ বাবে শুভ দিন ৷
মকৰ ৰাশি : দিনটো ভাল-বেয়াৰ মাজেৰে পাৰ হ’ব ৷ ভ্ৰমণ বাতিল কৰক ৷ ব্যৱসায়ত প্ৰায় সফল ৷ সন্তানৰ যতন লওক ৷
কুম্ভ ৰাশি : পুৱাৰ ভাগত দিনটো শুভ ৷ আবেলি ভ্ৰমণ বাতিল কৰক ৷ স্বাস্থ্যৰ যতন লওক ৷ চকুৰ সমস্যাত ভুগিব পাৰে ৷ মানসিক অশান্তি বৃদ্ধি হোৱাৰ সম্ভাৱনা ৷ খৰচ বৃদ্ধি ৷ ব্যস্ততাৰ মাজতো পৰিয়ালক সময় দিয়ক ৷
মীন ৰাশি : দিনটো শুভ ৷ কৰ্মত মনোযোগ দিয়ক ৷ লক্ষ্যত সফল ৷ কৰ্মজীৱনত ভাল বন্ধু লাভ ৷