ETV Bharat / bharat

Daily Horoscope for 10th September: আজিৰ দিনটোৰ ৰাশিফল

author img

By

Published : Sep 10, 2022, 5:06 AM IST

কেনে যাব আপোনাৰ আজিৰ দিনটো (Know Your day with ETV Bharat Astrology) ? চাওক দিনটোৰ

daily-horoscope-for-10th-september-2022
আজিৰ দিনটোৰ ৰাশিফল

মেষ ৰাশি: দিনটো লাভদায়ক হ’ব ৷ নতুন কাম আৰম্ভ কৰিব পাৰে ৷ ব্যয় বৃদ্ধি ৷ ব্যৱসায়ত সফল হ’ব ৷ বয়োজ্যেষ্ঠ আৰু ঊৰ্ধ্বতনসকলৰ পৰা সহযোগিতা লাভ কৰিব ৷ মনটো আনন্দময় হৈ থাকিব ৷ ভ্ৰমণত শুভ ৷

বৃষ ৰাশি: শুভ দিন ৷ ব্যৱসায়ৰ সম্প্ৰসাৰণ হ’ব পাৰে ৷ সফলতা লাভ ৷ চাকৰিয়ালসকলে ঊৰ্ধ্বতনসকলৰ পৰা সহযোগিতা লাভ কৰিব ৷ সংসাৰত সুখ আৰু শান্তিৰ পৰিৱেশ বৰ্তি থাকিব ৷ দিনটো আনন্দৰে পাৰ কৰিব ৷

মিথুন ৰাশি: দিনটো বৰ ভালকৈ নাযাব ৷ শাৰীৰিক আৰু মানসিকভাৱে ভাগি পৰিব ৷ সহকৰ্মী আৰু ঊৰ্ধ্বতনসকলৰ পৰা কোনো ধৰণৰ সহযোগিতা লাভ নকৰিব ৷ অনাৱশ্যক ব্যয় বৃদ্ধি ৷

কৰ্কট ৰাশি: বিষণ্ণতা আৰু নৈৰাশ্যক দূৰ কৰি ৰখাৰ বাবে চেষ্টা কৰিব লাগিব ৷ বিৰক্তিভাৱক নিয়ন্ত্ৰণ কৰিব ৷ অপ্ৰত্যাশিত ব্যয়ৰ বাবে সাজু থাকক ৷ পৰিয়ালৰ লোকৰ সৈতে সংঘাত এৰাই চলক ৷ নতুন কোনো কাম হাতত লোৱাৰ বাবে দিনটো ভাল নহয় ৷

সিংহ ৰাশি: স্বামী-স্ত্ৰীৰ মাজত কাজিয়া হোৱাৰ সম্ভাৱনা আছে ৷ দাম্পত্য জীৱনত সুখ নাই বুলিয়ে ক’ব পাৰি ৷ স্বাস্থ্যৰ প্ৰতি চকু দিব ৷ সকলো কাম ইমানেই জটিল হৈ পৰিব যে, তাক চম্ভালিব পৰাটো টান হ’ব । ৰাজহুৱা ক্ষেত্ৰত এনেকুৱা কোনো কাম নকৰিব, যাৰ বাবে বদনাম হ’ব পাৰে ৷ ব্যৱসায়ৰ অংশীদাৰসকলৰ সৈতে অত্যন্ত সতৰ্ক হৈ থাকক ৷ মামলা-মোকৰ্দমাত নোসোমাব ৷

কন্যা ৰাশি: বৃত্তিধাৰী আৰু ব্যৱসায়ীসকলৰ দিনটো বৰ ভাল ৷ প্ৰতিযোগী, অংশীদাৰ আৰু সহকৰ্মীসকলতকৈ আগবাঢ়ি থাকিব ৷ সহকৰ্মীসকলৰ পৰা সহযোগিতা লাভ কৰিব ৷ বৈবাহিকজীৱন আনন্দময় হ’ব ৷ স্বাস্থ্যৰ প্ৰতি চকু দিব ৷ লাভ বৃদ্ধি ৷

তুলা ৰাশি: মানসিকভাৱে প্ৰফুল্ল হৈ থাকিব ৷ অচিনাকী মানুহৰ মন জয় কৰিব পাৰিব ৷ তৰ্ক আৰু আলোচনাত চিন্তাধাৰা উন্নত হ’ব ৷ কৰ্মক্ষেত্ৰত যিমান পৰিশ্ৰম কৰিলেও সেই অনুসৰি ফল নাপাব ৷ ভাবি চিন্তি খোৱা-লোৱা কৰিব ৷

বৃশ্চিক ৰাশি: ঘনিষ্ঠ বন্ধু আৰু আত্মীয়-স্বজনৰ সৈতে সাৱধানে কথা পাতিব ৷ শৰীৰ আৰু মনৰ সুস্থতাক লৈ বহুত চিন্তাত থাকিব ৷ মাতৃ অসুখত ভুগিব পাৰে ৷ আৰ্থিক ক্ষতিৰ লগতে সুনামো নষ্ট হ’ব পাৰে ৷ সাংসাৰিক শান্তি নষ্ট হ’ব পাৰে ৷ হতাশাত ভূগিব ৷

ধনু ৰাশি: শত্ৰু আৰু প্ৰতিযোগীসকলক পৰাস্ত কৰিব ৷ দিনটো সুস্থ আৰু প্ৰাণৱন্ত হৈ থাকিব ৷ নতুন কোনো পৰিকল্পনা হাতত ল’ব পাৰে ৷ বন্ধুসকলৰ সৈতে ফুৰিবলৈ যাব পাৰে ৷

মকৰ ৰাশি: দিনটো বৰ ভাল নহয় ৷ প্ৰাৰ্থনা আৰু ধ্যান কৰিলে ভাল হ’ব ৷ পৰিয়ালৰ লোকসকলৰ মাজত ভুল বুজাবুজি আৰু বেয়া মনোভাৱে অস্থিৰ আৰু অসুখী কৰি ৰাখিব ৷ অনাৱশ্যক ব্যয়ে সমস্যা বৃদ্ধি কৰিব ৷ স্বাস্থ্যক লৈ বিশেষকৈ সতৰ্ক হ’ব ৷ পঢ়ুৱৈসকলে পঢ়াশুনাত মনোযোগ দিবলৈ আগ্ৰহী নহ’ব ৷ স্বামী-স্ত্ৰীৰ কাজিয়া হ’ব পাৰে ৷ বিনিয়োগ কৰাৰ সম্ভাৱনা আছে ৷

কুম্ভ ৰাশি: আৰ্থিকভাৱে শুভ দিন ৷ বন্ধু আৰু সতীৰ্থসকলৰ সৈতে আনন্দৰে দিনটো সুন্দৰভাৱে কটাব ৷ সৰু-সুৰাকৈ আনন্দদায়ক ভ্ৰমণলৈ যাব পাৰে ৷ প্ৰাৰ্থনা আৰু ধ্যান কৰি মনতো শান্ত কৰি ৰাখক ৷

মীন ৰাশি: সম্পত্তিক লৈ মামলা-মোকৰ্দমাৰ দিনটো বৰ ভাল নহয় ৷ আত্মবিশ্বাসৰ সৈতে কাম কৰিব ৷ স্বাস্থ্যৰ প্ৰতি সংবেদনশীল হওক ৷ ঘনিষ্ঠসকলৰ পৰা সামান্য বিচ্ছেদ ঘটিব পাৰে ৷ মতবিৰোধ আৰু ভুল বুজিবুজিৰ সম্ভাৱনা আছে ৷ বিপদৰ আশংকা থকা কোনো কাম হাতত লোৱাতকৈ হাতত আগৰেপৰা যি কাম আছে সেইটো কৰাটোহে ভাল ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.