ETV Bharat / bharat

আজিৰ দিনটোৰ ৰাশিফল

কেনে যাব আপোনাৰ আজিৰ দিনটো ? চাওক দিনটোৰ ৰাশিফল...

author img

By

Published : Nov 10, 2021, 6:00 AM IST

daily horoscope
দিনটোৰ ৰাশিফল

মেষ ৰাশি : দিনটো শুভ ৷ নতুন দায়িত্ব বহন কৰিব ৷ নতুন বিষয় অধ্যয়নত ব্যস্ত হৈ পৰিব ৷

বৃষ ৰাশি : দিনটো শুভ ৷ নতুন বিষয় অধ্যয়নৰ প্ৰতি আগ্ৰহ ৷ কঠোৰ পৰিশ্ৰমৰ মাজত আনন্দিত হৈ থাকিব ৷ শিল্পী প্ৰতিভাৰ সদব্যৱহাৰ কৰক ৷ নৃত্যত সফলতা লাভ ৷

মিথুন ৰাশি : দিনটো কিছু কঠিন হ’ব ৷ কঠোৰ পৰিশ্ৰমৰ ফল নাপাব পাৰে ৷ আবেলি সৰু ভ্ৰমণৰ যোগ ৷ কৰ্ম জীৱনত ভাল বন্ধু লাভ ৷ প্ৰেমত শুভ ৷

কৰ্কট ৰাশি : দিনটো শুভ ৷ কৰ্ম জীৱনৰ প্ৰভাৱ ব্যক্তিগত জীৱনত পৰিব ৷ পৰচৰ্চা কৰাৰ পৰা বিৰত থাকক ৷

সিংহ ৰাশি : দিনটো মধ্যমীয়া ৷ জ্যেষ্ঠজনৰ পৰামর্শ গ্ৰহণ কৰক ৷ কঠোৰ পৰিশ্ৰমৰ মাজতো আনন্দিত ফল লাভ ৷ প্ৰশংসা লাভ ৷ ব্যস্ত কাৰ্যসূচীৰ মাজেৰে সময় উলিয়াই প্ৰেমত মনোযোগ দিব ৷ খৰচ বৃদ্ধি ৷

কন্যা ৰাশি : আলোচনাত বহাৰ পৰা পৰাপক্ষত আঁতৰি থাকক ৷ খৰচ বৃদ্ধি ৷ বন্ধু আৰু প্ৰিয়জনৰ লগত কথা পাতক ৷ ভাল খাদ্য গ্ৰহণ কৰক, নহ’লে পেটৰ বিষত ভুগিব পাৰে ৷

তুলা ৰাশি : দিনটো শুভ ৷ ৰোমাঞ্চকৰ পাৰ্টী হ’ব পাৰে ৷ শুভবাৰ্তা লাভ ৷ বহু ব্যক্তি লগত সংযোগ স্থাপন হʼব ৷ ভাল বন্ধু লাভ ৷ প্ৰেম সম্পর্কত মনোযোগ দিয়ক ৷

বৃশ্চিক ৰাশি : শিক্ষার্থী সকলৰ বাবে শুভ দিন ৷ ভাগ্য ভাল ৷ ধন-সম্পত্তিৰ পৰা সময়ত অধিক ধন উপাৰ্জন কৰিব ৷ নিজৰ শক্তিৰে কৰ্ম কৰক ৷

ধনু ৰাশি : দিনটো কিছু কঠিন হ’ব ৷ সতৰ্কতা অৱলম্বন কৰা উচিত ৷ নিজৰ ভালৰ বাবে কোনো পলম নকৰাকৈ নিজেই পদক্ষেপ লোৱা উচিত ৷ আনৰ পৰা পৰামৰ্শ নল’ব ৷ কর্মত শান্ত হৈ থাকক ৷ খং-ৰাগৰ পৰা আঁতৰি থকাসকলে সফল লাভ কৰিব ৷

মকৰ ৰাশি : দিনটো মধ্যমীয়া ৷ কঠোৰ পৰিশ্ৰমৰ ফল লাভ ৷ যিজনে ধৈৰ্যশীল হয় তেওঁ লাভৱান হ’ব ৷ খং-ৰাগৰ প্ৰভাৱ কাৰ্ম জীৱনত পৰিব পাৰে ৷ শান্ত হৈ কর্ম কৰক ৷

কুম্ভ ৰাশি : দিনটো প্ৰায় শুভ ৷ সফলতা লাভ হʼব ৷ কৰ্ম-ব্যৱসায়ত সফলতা লাভ ৷ কঠোৰ পৰিশ্ৰমৰ আনন্দিত ফল লাভ হʼব ৷ প্ৰেম সম্পর্কত মনোযোগ দিয়ক ৷

মীন ৰাশি : দিনটো মধ্যমীয়া ৷ দিনটো আৰম্ভণিতে কাৰ্ম জীৱনত মানসিক অশান্তি লাভ ৷ সন্ধিয়া সকলো অশান্তিৰ কাৰণ দূৰ হʼব ৷ শুভবাৰ্তা লাভ কৰিব ৷ কৰ্মত বেছি মনোযোগ দিবলগীয়া হʼব, লক্ষ্য সফল ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.