ETV Bharat / bharat

Daily Horoscope for 10th April: আজিৰ দিনটোৰ ৰাশিফল - Your Daily Horoscope

কেনে যাব আপোনাৰ আজিৰ দিনটো ? চাওক দিনটোৰ ৰাশিফল …

daily-horoscope-for-10th-april
Daily Horoscope for 10th April: আজিৰ দিনটোৰ ৰাশিফল
author img

By

Published : Apr 10, 2022, 6:00 AM IST

মেষ ৰাশি: দিনটো সক্ৰিয় অনুভৱ কৰিব ৷ কৰ্মত মনোযোগ দিব ৷ দিনটোত সৌভাগ্য উদয় হ’ব৷ লাভ বৃদ্ধি ৷ কৰ্ম জীৱনত সফলতা লাভ কৰিব ৷ গাড়ী চলাওতে সাৱধান হ’ব ৷

বৃষ ৰাশি: শুভ দিন ৷ নাম আৰু সুনাম হʼব ৷ ব্যৱসায়ত সফল হʼব ৷ প্ৰশংসা লাভ ৷ সন্ধিয়া সকলো অশান্তিৰ কাৰণ দূৰ হʼব ৷ সমনীয়াৰ লগত সম্পৰ্ক ভাল হ’ব ৷

মিথুন ৰাশি: কোনো গুৰুত্বপূৰ্ণ নিৰ্ণয় ল’বলৈ সক্ষম হ’ব পাৰে ৷ সফল হʼব ৷ কর্মক্ষেত্ৰত মুক্তমনে কাম কৰিব ৷ দিনটো আনন্দৰে পাৰ কৰিব ৷ পৰিয়ালৰ লগত সম্পর্ক ভাল হʼব ৷ প্ৰশংসা লাভ ৷

কৰ্কট ৰাশি: কোনো কোনো ক্ষেত্ৰত আৱেগিক হৈ পৰিব পাৰে ৷ জীৱনত সফলতা লাভ কৰিব ৷ ধৈৰ্য্যশীল, সহনশীল হৈ থাকিব ৷ দিনটো প্ৰায় ভাল হʼব ৷ খৰচ বৃদ্ধি হʼব পাৰে ৷ ভ্ৰমণৰ পৰিকল্পনা কৰিব পাৰে ৷

সিংহ ৰাশি: প্ৰশংসা লাভ হʼব ৷ দিনটো আনন্দৰে পাৰ হʼব ৷ চিন্তাধাৰাবোৰৰ সৈতে যুঁজিবলৈ চেষ্টা কৰিব ৷ অন্যথা বিপদত পৰিব পাৰে ৷ সফল হʼব ৷ লাভ বৃদ্ধি ৷

কন্যা ৰাশি: ব্যক্তিগত জীৱনত সুখী হ’ব ৷ সমনীয়াৰ লগত সম্পৰ্ক ভাল হ’ব ৷ দিনটো প্ৰায় ভাল হʼব ৷ প্ৰেমত শুভ ৷ ব্যৱসায় আৰু প্ৰেমত মনোযোগ দিব ৷ মানসিক আৰু শাৰীৰিক চিন্তা ভাল হʼব ৷

তুলা ৰাশি: কোনো বিপদত পৰিব পাৰে ৷ কোনো চিন্তাই আৱৰি থাকিব ৷ মানসিক অশান্তি, হতাশা হʼব পাৰে ৷ সন্ধিয়া সকলো অশান্তিৰ কাৰণ দূৰ হʼব ৷ সমনীয়াৰ লগত সম্পৰ্ক ভাল হ’ব ৷ ভ্ৰমণত শুভ ৷

বৃশ্চিক ৰাশি: উৎসাহিত হৈ পৰিব ৷ প্ৰশংসা লাভ ৷ জেষ্ঠজনৰ পৰা পৰামৰ্শ লওঁক ৷ পৰিয়ালৰ লগত সম্পৰ্ক ভাল ৷ সমনীয়াৰ লগত সম্পৰ্ক ভাল হ’ব ৷ তথাপিও সতৰ্কতা অৱলম্বন কৰিব ৷ ভাগ্য ভাল ৷ ব্যৱসায় কৰিলে লক্ষ্যত সফল হʼব ৷

ধনু ৰাশি: শুভ দিন ৷ সফলতা লাভ কৰিব ৷ দিনটো নতুন সক্ৰিয় অনুভৱ কৰিব ৷ পৰিশ্ৰম কৰিলে লক্ষ্যত সফল হʼব ৷ গ্ৰহ ভাল ৷ প্ৰত্যাহ্বানৰ সম্মুখীন হ’লে সফল হʼব ৷ সন্ধিয়া সকলো অশান্তিৰ কাৰণ দূৰ হʼব ৷

মকৰ ৰাশি: কঠোৰ পৰিশ্ৰম কৰিলে ফল পাব ৷ ধৈৰ্য্যশীল হ’লে লাভৱান হ’ব ৷ খং-ৰাগে কৰ্ম জীৱনত প্ৰভাৱ পেলাব পাৰে ৷ কর্মক্ষেত্ৰত শান্ত হৈ থাকিব ৷ কৰ্মত বেছি মনোযোগ দিলে লক্ষ্যত সফল হʼব ৷ কঠোৰ পৰিশ্ৰম কৰিলে সফল হʼব ৷ সমনীয়াৰ লগত সম্পৰ্ক ভাল হ’ব ৷ দিনটো প্ৰায় ভাল হʼব ৷

কুম্ভ ৰাশি: প্ৰতিযোগিতাৰ পৰা আঁতৰত থকাই ভাল ৷ কৰ্মত মনোযোগ দিব ৷ দিনটো সুখী হ’ব ৷ কঠোৰ পৰিশ্ৰম কৰিলে সফল হʼব ৷

মীন ৰাশি: ব্যৱসায় কর্মত মনোযোগ দিব ৷ যুক্তিসূত্ৰ আৰু চিন্তাধাৰাবোৰৰ সৈতে যুঁজিবলৈ চেষ্টা কৰিব ৷ কঠোৰ পৰিশ্ৰম কৰিলে সফল হʼব ৷ কৰ্ম-ব্যৱসায়ত সফল লাভ হʼব ৷ প্ৰেমত শুভ ৷

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.