মেষ ৰাশি : দিনটো শুভ ৷ বাদ-বিবাদ কৰাৰ পৰা বিৰত থাকক ৷ শিক্ষাৰ্থী সকলৰ বাবে শুভ দিন ৷ অধ্যয়নৰ প্ৰতি মনোযোগ বৃদ্ধি ৷ সন্তানৰ স্বাস্থ্যৰ যতন লওক ৷
বৃষ ৰাশি : দিনটো প্ৰায় শুভ ৷ খং-ৰাগ পৰিহাৰ কৰক ৷ আনৰ পৰামৰ্শ নল’ব ৷ সাৱধানে বাহন চলাব ৷
মিথুন ৰাশি : কৰ্মব্যস্ততা বৃদ্ধি ৷ কৰ্মত বাধা অহাৰ সম্ভাৱনা ৷ সতৰ্কতা অৱলম্বন কৰক ৷ ব্যৱসায়ত শুভ ৷ নতুন বিষয় অধ্যয়নৰ প্ৰতি আগ্ৰহ ৷ প্ৰেমত শুভ ৷
কৰ্কট ৰাশি : স্বাস্থ্য অনুন্নত ৷ মানসিক আশান্তি বৃদ্ধি ৷ খৰচ বৃদ্ধি ৷ সতৰ্কতা অৱলম্বন কৰক ৷ খং-ৰাগ নিয়ন্ত্ৰণ কৰক ৷ ভ্ৰমণ বাতিল কৰক ৷
সিংহ ৰাশি : দিনটো শুভ ৷ যুক্তিৰে কথাবোৰ বিবেচনা কৰক ৷ মনত কিছু খেলি-মেলিৰ সৃষ্টি হ’ব পাৰে ৷ কঠোৰ পৰিশ্ৰমৰ ফল লাভ ৷
কন্যা ৰাশি : নতুন ব্যৱসায়ত সফল ৷ ভাল বন্ধু লাভ ৷ প্ৰেমত শুভ ৷
তুলা ৰাশি : দিনটো শুভ ৷ ভাল বন্ধু লাভ ৷ সকলো অশান্তি দূৰ হ’ব ৷ বন্ধু-বৰ্গৰ লগত সম্পৰ্ক উন্নত ৷
বৃশ্চিক ৰাশি : যুক্তিৰে কথাবোৰ বিবেচনা কৰা উচিত ৷ পৰিয়ালক সময় দিয়ক ৷ কৰ্মজীৱনত ভাল বন্ধু লাভ ৷ খৰচ বৃদ্ধি ৷
ধনু ৰাশি : দিনটো কিছু কঠিন হ’ব ৷ পৰিয়ালৰ সৈতে মতানৈক্য হোৱাৰ সম্ভাৱনা ৷ সতৰ্কতা অৱলম্বন কৰক ৷ ভ্ৰমণ বাতিল কৰক ৷
মকৰ ৰাশি : দিনটো প্ৰায় শুভ ৷ সফলতা লাভ ৷ প্ৰেমত শুভ ৷ শিক্ষাৰ্থী সকলৰ বাবে শুভ দিন ৷ বিবাহৰ সংযোগ ৷ বিবাহিত জীৱন সুখৰ ৷
কুম্ভৰাশি : বিবাহৰ সংযোগ ৷ দাম্পত্য জীৱন সুখৰ ৷ কৰ্মত সফল ৷
মীন ৰাশি : দিনটো কিছু কঠিন হ’ব ৷ এলেহুৱা ভাৱ পৰিহাৰ কৰক ৷ গ্ৰহ অনুকূল ৷ সতৰ্কতা অৱলম্বন কৰক ৷