ETV Bharat / bharat

জম্মু-কাশ্মীৰত চিআৰপিএফ জোৱানৰ আত্মহত্যা

author img

By

Published : Mar 11, 2021, 3:29 PM IST

জম্মু-কাশ্মীৰৰ বুদগামত এজন চিআৰপিএফ জোৱানে গুলী কৰি আত্মহত্যা কৰে । চিআৰপিএফ কৰ্তৃপক্ষৰ মতে জোৱানজন মানসিকভাৱে অস্থিৰ অৱস্থাত আছিল ।

জম্মু-কাশ্মীৰত চিআৰপিএফ জোৱানৰ আত্মহত্যা
জম্মু-কাশ্মীৰত চিআৰপিএফ জোৱানৰ আত্মহত্যা

নেশ্যনেল ডেস্ক,১১ মাৰ্চ: জম্মু-কাশ্মীৰৰ বুদগামত ছুটিৰ পৰা কৰ্তব্যলৈ উভতি অহা এজন চিআৰপিএফ জোৱানে বৃহস্পতিবাৰে আত্মহত্যা কৰে । চিআৰপিএফ কৰ্তৃপক্ষৰ মতে অমৰজ্যোতি আৰ কে নামৰ ৭৯ নং বেটেলিয়ানৰ জোৱানজনে মানসিক ভাৰসাম্য হেৰুৱাই সহকৰ্মীৰ চাৰ্ভিছ ৰাইফলেৰে মূৰত গুলীয়াই মৃত্যুক সাৱটি লয় ৷

ৰাইফলটো ৭৯ নং বেটেলিয়নৰ বুখাৰী হাউচত থকা ৫৪ নং বেটেলিয়নৰ অৰবিন্দ কুমাৰ নামৰ কনিষ্টবল গৰাকীৰ ৷ আত্মহত্যা কৰা জোৱান অমৰজ্যোতিয়ে বিগত ১ মাৰ্চত ২৭ দিনীয়া ছুটিৰ পিছত কৰ্মক্ষেত্ৰলৈ উভতি আহিছিল । এগৰাকী চিআৰপিএফ বিষয়াই কোৱা মতে জোৱানজনে মেছ কনিষ্টবলৰ দায়িত্ব পালন কৰি আছিল ৷

লগতে পঢ়ক: কৰ্তব্যৰত অৱস্থাত নিচাসক্ত: আৰক্ষীৰ সহকাৰী উপ পৰিদৰ্শক গ্ৰেপ্তাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.