ETV Bharat / bharat

তামিলনাডুত এৰোস্পেছ ক্লাষ্টাৰ নিৰ্মাণৰ বাবে বুজাবুজি চুক্তি স্বাক্ষৰ

author img

By

Published : Feb 4, 2021, 5:55 PM IST

ক্ৰাউন গ্ৰুপে চেলেম বিমানবন্দৰৰ সৈতে সংলগ্ন এক এৰোস্পেচ ক্লাষ্টাৰ নিৰ্মাণৰ বাবে তামিলনাডু ঔদ্যোগিক উন্নয়ন নিগমৰ (টিআইডিচিঅ)ৰ সৈতে এক বুজাবুজি চুক্তি স্বাক্ষৰ কৰিছে ।

তামিলনাডুত এৰোস্পেছ ক্লাষ্টাৰ নিৰ্মাণৰ বাবে বুজাবুজি চুক্তি স্বাক্ষৰ
তামিলনাডুত এৰোস্পেছ ক্লাষ্টাৰ নিৰ্মাণৰ বাবে বুজাবুজি চুক্তি স্বাক্ষৰ

নিউজ ডেস্ক , ৪ ফেব্ৰুৱাৰী: ক্ৰাউন গ্ৰুপে তামিলনাডুৰ চেলেম বিমানবন্দৰৰ সৈতে সংলগ্ন এক সমন্বিত এৰোস্পেচ ক্লাষ্টাৰ নিৰ্মাণৰ বাবে তামিলনাডু ঔদ্যোগিক উন্নয়ন নিগমৰ সৈতে এক বুজাবুজি চুক্তি স্বাক্ষৰ কৰে । তামিলনাডু প্ৰতিৰক্ষা কৰিডৰৰ অংশ হোৱা এই ক্লাষ্টাৰটোত সামৰিক বিমান আৰু সঁজুলিৰ বাবে ভাৰতৰ প্ৰথম থলুৱা এমআৰঅ '(ৰক্ষণাবেক্ষণ, মেৰামতি আৰু পৰিচালনা)ৰ সুবিধা থাকিব বুলি দ্য় ক্ৰাউন গ্ৰুপে জানিবলৈ দিয়ে । গ্ৰুপটোৱে জনোৱা মতে এই ক্লাষ্টাৰত এটা ড্ৰোন পৰীক্ষাৰ সুবিধাও স্থাপন কৰা হ'ব ।

বিশেষ প্ৰকল্পটোত প্ৰাথমিক আৰু উন্নত উৰণ প্ৰশিক্ষণৰ বাবে এক সুসজ্জিত বিমান প্ৰশিক্ষণ একাডেমী স্থাপন কৰা হ'ব আৰু পেছাদাৰী পাইলটসকলৰ বাবে এক সতেজ প্ৰশিক্ষণ সুবিধা স্থাপন কৰাৰ পৰিকল্পনা কৰা হৈছে বুলি জনাই ক্ৰাউন গ্ৰুপে ।

লগতে পঢ়ক:ত্ৰিপুৰাত আৰম্ভ হ'ব মাটিবিহীন খেতি পদ্ধতি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.