ETV Bharat / bharat

এতিয়াৰে পৰা WhatsApp ত লাভ কৰিব টীকাকৰণৰ প্ৰমাণপত্ৰ

author img

By

Published : Aug 9, 2021, 11:04 AM IST

মাত্ৰ তিনিটা সহজ পদক্ষেপতে এতিয়া লাভ কৰিব পৰা যাব ক'ভিড-19 প্ৰতিষেধক গ্ৰহণৰ প্ৰমাণপত্ৰ ৷ MyGov Corona হেল্পডেস্কৰ জৰিয়তে ৰাইজে লাভ কৰিব পাৰিব এই প্ৰমাণপত্ৰ ৷ 'covid certificate' বুলি টাইপ কৰি WhatsApp যোগে সকলো লাভ কৰিব টীকাকৰণৰ প্ৰমাণপত্ৰ ৷

এতিয়াৰে পৰা WhatsApp ত লাভ কৰিব টীকাকৰণৰ প্ৰমাণপত্ৰ
এতিয়াৰে পৰা WhatsApp ত লাভ কৰিব টীকাকৰণৰ প্ৰমাণপত্ৰ

নেশ্যনেল ডেস্ক, 9 আগষ্ট : এতিয়াৰে পৰা ছেকেণ্ডৰ ভিতৰতে উপলব্ধ হ'ব ক'ভিড টীকাকৰণৰ প্ৰমাণপত্ৰ ৷ দেওবাৰে কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী মনসুখ মাণ্ডাৱিয়াৰ কাৰ্যালয়ে সদৰী কৰা তথ্য অনুসৰি, ক'ভিড প্ৰতিষেধক গ্ৰহণ কৰা নাগৰিকসকলে এতিয়াৰে পৰা WhatsApp ৰ জৰিয়তে ছেকেণ্ডৰ ভিতৰতে টীকাকৰণৰ প্ৰমাণপত্ৰ লাভ কৰিব পাৰিব ৷ প্ৰতিষেধক গ্ৰহণ কৰা লোকসকলে CoWin portal ত লগ ইন কৰি তেওঁলোকৰ টীকাকৰণৰ প্ৰমাণপত্ৰ লাভ কৰিব পাৰিব ৷

এই সন্দৰ্ভত টুইটযোগে মাণ্ডাৱিয়াৰ কাৰ্যালয়ে সদৰী কৰা তথ্য অনুসৰি, তিনিটা সহজ পদক্ষেপেৰে MyGov Corona Helpdesk ৰ জৰিয়তে প্ৰতিষেধক গ্ৰহণ কৰা লোকসকলে প্ৰমাণপত্ৰ লাভ কৰিব পাৰিব ৷ +91 9013151515 নম্বৰত covid certificate বুলি লিখি প্ৰেৰণ কৰাৰ পাচত OTP দি সকলোৱে ক'ভিড প্ৰতিষেধক গ্ৰহণ কৰাৰ প্ৰমাণপত্ৰ লাভ কৰিব পাৰিব ৷

  • Revolutionising common man's life using technology!

    Now get #COVID19 vaccination certificate through MyGov Corona Helpdesk in 3 easy steps.

    📱 Save contact number: +91 9013151515
    🔤 Type & send 'covid certificate' on WhatsApp
    🔢 Enter OTP

    Get your certificate in seconds.

    — Office of Mansukh Mandaviya (@OfficeOf_MM) August 8, 2021 " class="align-text-top noRightClick twitterSection" data=" ">

ক'ভিড ব্যৱস্থাপনাক লৈ চৰকাৰৰ বিৰুদ্ধে সঘনে আক্ৰমণাত্মক স্থিতি গ্ৰহণ কৰি অহা জ্যেষ্ঠ কংগ্ৰেছী নেতা শশী থাৰুৰেও WhatsApp ৰ মাধ্যমেৰে টীকাকৰণৰ প্ৰমাণপত্ৰ প্ৰদানৰ বাবে চৰকাৰে লোৱা ব্যৱস্থাক প্ৰশংসা কৰে ৷

টুইটযোগে থাৰুৰে কয় যে, চৰকাৰে কৰা উচিত কামৰ তেওঁ সদায়েই প্ৰশংসা কৰি আহিছে ৷ Cowinৰ সমালোচক হিচাপে থাৰুৰৰ মতে চৰকাৰে এয়া এক ডাঙৰ কাম কৰি দেখুওৱাইছে ৷ প্ৰাপ্ত তথ্য অনুসৰি দেওবাৰে পুৱা 7 বজালৈকে দেশত 58,51,292 টা sessions ৰ জৰিয়তে 50,68,10,492 প্ৰতিষেধক প্ৰদান কৰা হৈছে ৷ এদিনত 55,91,657 টা প্ৰতিষেধক প্ৰদান কৰা হৈছে ৷

  • I’ve always acknowledged & praised the Government when it merits it. As a critic of #Cowin, let me say they’ve done something terrific. Send a @WhatsApp message “download certificate” to 90131 51515, receive OTP & get your vaccination certificate back by @WhatsApp. Simple&fast!

    — Shashi Tharoor (@ShashiTharoor) August 8, 2021 " class="align-text-top noRightClick twitterSection" data=" ">

লগতে পঢ়ক: ক'ভিড প্ৰতিষেধকৰ সংমিশ্ৰনে ভাল ফলাফল দেখুৱাইছে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.