ETV Bharat / bharat

Covid in India: ভাৰতত কোভিডত মৃত্য়ুৰ সংখ্যা ৫,২৫,২৪২ লৈ বৃদ্ধি - According to Union Health Ministry data

ভাৰতত কোভিড-19 ত আক্ৰান্ত ৰোগীৰ মুঠ সংখ্যা 4,35,31,650 লৈ বৃদ্ধি হৈছে (COVID cases increased India)। আনহাতে,ৰোগৰ পৰা উপশম লাভ কৰাৰ হাৰ ৯৮.৫৩ শতাংশ বুলি সদৰি কৰিছে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে ।

covid
Covid in India:ভাৰতত কোভিডত মৃত্য়ুৰ সংখ্যা ৫,২৫,২৪২ লৈ বৃদ্ধি
author img

By

Published : Jul 5, 2022, 6:41 PM IST

নেচনেল ডেস্ক,৫জুলাই: ভাৰতত মঙলবাৰে কোভিড-19 ত আক্ৰান্ত ৰোগীৰ মুঠ সংখ্যা 4,35,31,650 লৈ বৃদ্ধি হৈছে (COVID-19 cases increased India)। আনহাতে, ৰোগৰ পৰা উপশম লাভ কৰাৰ হাৰ ৯৮.৫৩ শতাংশ বুলি কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে সদৰি কৰিছে (According to Union Health Ministry data)।

মঙলবাৰে প্ৰকাশ কৰা কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ তথ্য অনুসৰি ভাৰতত ১৩,০৮৬ গৰাকীৰ নতুনকৈ কৰোনা ভাইৰাছৰ সংক্ৰমণ হৈছে । ফলত কোভিড-১৯ ৰোগীৰ সংখ্যা ৪,৩৫,৩১,৬৫০ গৰাকীলৈ লৈ বৃদ্ধি পাইছে । আনহাতে,সক্ৰিয় হৈ আছে ১,১৪,৪৭৫ গৰাকী । স্বাস্থ্য মন্ত্ৰালয়ৰ তথ্য অনুসৰি আৰু ১৯ গৰাকীৰ নতুনকৈ মৃত্যু হোৱাত এই সংখ্যা ৫,২৫,২৪২ লৈ বৃদ্ধি পাইছে ।

মুঠ সংক্ৰমণৰ ভিতৰত 0.26 শতাংশ সক্ৰিয় হৈ আছে । আনহাতে, ৰাষ্ট্ৰীয় পৰ্যায়ত কোভিড-19 ৰোগীৰ আৰোগ্য়ৰ হাৰ 98.53 শতাংশ বুলি মন্ত্ৰালয়ে সদৰি কৰিছে । বিগত ২৪ ঘণ্টাৰ ব্যৱধানত সক্ৰিয় কোভিড-19 ৰ ৰোগী 611 টালৈ বৃদ্ধি হৈছে । তথ্য় অনুসৰি যোৱা 24 ঘণ্টাত 4,51,312 টা পৰীক্ষাৰ সৈতে এতিয়ালৈকে মুঠ 86.44 কোটি পৰীক্ষা সম্পন্ন কৰা হৈছে । স্বাস্থ্য মন্ত্ৰালৰ একেটা সূত্ৰ অনুসৰি দৈনিক পজিটিভৰ হাৰ হৈছে ২.৯০ শতাংশ ।

লগতে পঢ়ক:বেয়া বতৰৰ বাবে সাময়িকভাৱে স্থগিত অমৰনাথ যাত্ৰা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.