ETV Bharat / bharat

মেডিকেল শিক্ষাৰ্থীৰ প্ৰৱেশ পৰীক্ষা সন্দৰ্ভত চেন্নাই উচ্চ ন্যায়লয়ৰ শুনানি - ব্যক্তিগত শিক্ষানুষ্ঠান

7.5 শতাংশ সংৰক্ষণ ব্যৱস্থাৰ দাবী জনোৱা গোচৰ সন্দৰ্ভত মঙলবাৰে চেন্নাই উচ্চ ন্যায়লয়ে ৰায়দান দিয়ে ৷ ন্যায়ধীশ বিনীতা কোথাৰীৰ নেতৃত্বত ৰায়দান কৰা হয় ৷ 5.7 শতাংশ সংৰক্ষণ ব্যৱস্থাই অৰ্থনৈতিকভাৱে দুৰ্বল শিক্ষাৰ্থীক মাধমাৰ সোধাব বুলি আদালতে ৰায়দান কৰে ৷

A bench headed by Vineet Kothari said that they Don't want a sword to be hanging over the heads of poor students.
মেডিকেল শিক্ষাৰ্থীৰ প্ৰৱেশ পৰীক্ষা সন্দৰ্ভত চেন্নাই উচ্চ ন্যায়লয়ৰ শুনানি
author img

By

Published : Dec 15, 2020, 10:42 PM IST

নিউজ ডেস্ক, 15 ডিচেম্বৰ : 7.5 শতাংশ সংৰক্ষণ ব্যৱস্থাৰ দাবী জনোৱা গোচৰ সন্দৰ্ভত মঙলবাৰে চেন্নাই উচ্চ ন্যায়লয়ে ৰায়দান দিয়ে ৷ ন্যায়ধীশ বিনীতা কোথাৰীৰ নেতৃত্বত ৰায়দান কৰা হয় ৷ 5.7 শতাংশ সংৰক্ষণ ব্যৱস্থাই অৰ্থনৈতিকভাৱে দুৰ্বল শিক্ষাৰ্থীক মাধমাৰ সোধাব বুলি আদালতে ৰায়দান কৰে ৷

উল্লেখ্য যে, ব্যক্তিগত শিক্ষানুষ্ঠান এগৰাকী শিক্ষাৰ্থীয়ে আদালতত গোচৰ তুলিছিল ৷ যি গৰাকী ছাত্ৰই NEET পৰীক্ষাত 565 নম্বৰ পোৱাৰ পিচত মেডিকেলত নামভৰ্তিৰ বাবে যোগ্য নহ'ল ৷

অভিযোগকাৰীয়ে ইয়াৰ লগতে আকৌ অভিযোগ কৰিছিল যে, 135 নম্বৰ লাভ কৰা শিক্ষাৰ্থীয়ে মধ্যস্থতাকাৰীৰ বাবে আসন লাভ কৰে ৷ আদালতে অভিযোগকাৰীৰ আবেদন গ্ৰহণ কৰিছে যদিও উক্ত বিষয়ত ৰায়দান কৰাৰ পৰা বিৰত থাকে ৷

লগতে পঢ়ক : বিটিচি পৰিষদৰ মুখ্য কাৰ্যবাহী হিচাপে শপত গ্ৰহণ প্ৰমোদ বড়োৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.