ETV Bharat / bharat

ক'ভিড-১৯ : ভাৰতৰ শেহতীয়া তথ্য

author img

By

Published : Oct 17, 2021, 3:24 PM IST

দেশত কৰ’ণাৰ সংক্ৰমণ ক্ৰমান্বয়ে হ্ৰাস পাবলৈ ধৰিছে । এসপ্তাহত দ্বিতীয়বাৰৰ বাবে কৰ’ণা আক্ৰান্ত ৰোগী সংখ্যা 15 হাজাৰৰ তললৈ হ্ৰাস পাইছে ৷

corona tracker live update
ক'ভিড-১৯:ভাৰতৰ শেহতীয়া তথ্য

নিউজ ডেস্ক, 17 অক্টোবৰ : কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ে দেওবাৰে পুৱা প্ৰকাশ কৰা তথ্য অনুসৰি, বিগত 24 ঘণ্টাত 14,146 গৰাকী লোক নতুনকৈ কৰ’ণা আক্ৰান্ত হোৱাৰ লগতে মৃত্যু হৈছে 144 গৰাকীৰ ৷ কৰ’ণাৰ পৰা ইতিমধ্যে আৰোগ্য লাভ কৰিছে 19,788 গৰাকীয়ে আৰু বৰ্তমানেও সক্ৰিয় হৈ আছে 5,786 টা ঘটনা । এই সপ্তাহত দ্বিতীয়বাৰৰ বাবে কৰ’ণা আক্ৰান্ত ৰোগী সংখ্যা 15 হাজাৰৰ তললৈ হ্ৰাস পাইছে ৷

  • " class="align-text-top noRightClick twitterSection" data="">

কৰ’ণা মহামাৰীত বৰ্তমানলৈ ৩৪ নিযুত ৬৭ হাজাৰ লোক আক্ৰান্ত হৈছে । ইয়াৰ ভিতৰত 4 লাখ 52 হাজাৰ 124 জন লোকৰ মৃত্যু হৈছে । আনহাতে এতিয়ালৈকে ৩৩৪ লাখ ১৯ হাজাৰ লোক আৰোগ্য হৈছে । ইয়াৰ লগতে দেশত কৰ’ণাৰ সক্ৰিয় ঘটনাৰ সংখ্যা দুই লাখতকৈও কম হৈছে । অৱশ্যে 1,95,846 জন লোক এতিয়াও কৰ’ণা ভাইৰাছত আক্ৰান্ত হৈ চিকিৎসাধীন অৱস্থাত আছে ৷

আনহাতে, কেৰালাই শনিবাৰে নতুনকৈ ৭,৯৯৫ গৰাকী লোক কৰ’ণা ভাইৰাছ আক্ৰান্ত হৈছে ৷ ইয়াৰ চুবুৰীয়া ৰাজ্য কৰ্ণাটকত ২৬৪ জন লোক কৰ’ণাত আক্ৰান্ত হৈছে ৷ কেৰালাত ইয়াৰ লগতে মুঠ ঘটনাৰ সংখ্যা ৪৮,৩৭,৫৬০ লৈ বৃদ্ধি পাইছে । শনিবাৰে কেৰালাত 57 জন লোকৰ মৃত্যু হয় আৰু ইয়াৰ লগতে ৰাজ্যখনত কৰ’ণাত মৃত্যু হোৱা লোকৰ সংখ্যা 26,791 জন বৃদ্ধি পাইছে ।

  • COVID19 | India reports 14,146 new cases, 19,788 recoveries & 144 deaths in last 24 hrs, as per Union Health Ministry

    Total cases: 3,40,67,719
    Active cases: 1,95,846
    Total recoveries: 3,34,19,749
    Death toll: 4,52,124

    Total Vaccination: 97,65,89,540 (41,20,772 in last 24hrs) pic.twitter.com/nm2WvYtyI4

    — ANI (@ANI) October 17, 2021 " class="align-text-top noRightClick twitterSection" data=" ">

কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ে প্ৰকাশ কৰা অনুসৰি দেশত 16 অক্টোবৰলৈকে 976,5 নিযুত 89 হাজাৰৰো অধিক লোকক কৰ’ণা ভেকছিনৰ পালি প্ৰদান কৰা হৈছে । আনহাতে ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদৰ (ICMR) মতে, এতিয়ালৈকে প্ৰায় 590 নিযুত লোকৰ কৰ’ণা পৰীক্ষণ কৰা হৈছে । তদুপৰি দেশত কৰ’ণা মৃত্যুৰ হাৰ হৈছে ১.৩৩ শতাংশ ৷

লগতে পঢ়ক : দেশত একেৰাহে চতুৰ্থ দিনাও বাঢ়িল পেট্ৰ'ল-ডিজেলৰ মূল্য

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.