ETV Bharat / bharat

আহমেদাবাদৰ পৰা ক'ৰণা প্ৰতিষেধক ক্ৰয় যোগী আদিত্য নাথৰ - ৰেমদেশীভিৰ প্ৰতিষেধক

আহমেদাবাদৰ পৰা উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্য নাথে ক্ৰয় কৰিছে ক'ৰণা প্ৰতিষেধক ৷ ৰাজ্যখনৰ নতুনকৈ আক্ৰান্ত হোৱা কৰ'ণা ৰোগী সকলৰ বাবে এই প্ৰতিষেধকে ভাল ফল দেখুৱাইছে বুলি উল্লেখ কৰিছে আদিত্য নাথে ৷

বিমান যোগে আহমেদাবাদৰ পৰা ক'ৰণা প্ৰতিষেধক ক্ৰয় আদিত্য নাথৰ

author img

By

Published : Apr 15, 2021, 11:48 AM IST

নেশ্যনেল ডেস্ক, 15 এপ্ৰিল: উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্য নাথে বৃহস্পতিবাৰে চৰকাৰী বিমান যোগে আহমেদাবাদৰ পৰা ক'ৰণা প্ৰতিষেধক ক্ৰয় কৰিছিল ৷ ৰাজ্যখনৰ ৰাজধানীলৈ 25,000 পালি ৰেমদেচিভিৰ প্ৰতিষেধক ক্ৰয়ৰ পাচতে মুখ্যমন্ত্ৰী গৰাকীয়ে উত্তৰ প্ৰদেশৰ প্ৰতিখন চিকিৎসালয়তে ক'ৰণা প্ৰতিষেধৰ লগতে অন্যান্য লাগতীয়াল সামগ্ৰী উপলব্ধ হ'ব লাগিব বুলি স্বাস্থ্য বিভাগক নিৰ্দেশ প্ৰেৰণ কৰিছে ৷

ইতিমধ্যে ৰাজ্যখনৰ নতুনকৈ আক্ৰান্ত হোৱা কৰ'ণা ৰোগী সকলৰ বাবে এই প্ৰতিষেধকে ভাল ফল দেখুৱাইছে বুলি উল্লেখ কৰিছে ৷ ইয়াৰ লগতে আইভাৰমেক্টিন, পেৰাচিটামল, ডক্সিচাইক্লিন, এজিথ্ৰোমাইচিন, জিংক টেবলেট, ভিটামিন বি কমপ্লেক্স, ভিটামিন চি আৰু ভিটামিন ডি3 টেবলেট আদিৰ দৰে অন্যান্য অত্যাৱশ্যকীয় ঔষধো সংগ্ৰহ কৰা হৈছে ৷

ৰাজ্যখনৰ ঔষধ নিয়ন্ত্ৰক ড৹ এ কে জৈনে কয় যে, সাতটা ভাৰতীয় কোম্পানীয়ে আমেৰিকান কোম্পানী গিলিয়েড চাইন্সেছৰ পৰা অনুজ্ঞা পত্ৰ লাভ কৰি ৰেমদেচিভিৰ নিৰ্মাণ কৰি আছে। উত্তৰ প্ৰদেশৰ স্বাস্থ্য বিষয়াসকলে ৰেমদেচিভিৰ নিৰ্মাণ কৰা কোম্পানীবোৰৰ সৈতে নিৰন্তৰ যোগাযোগ অব্যাহত ৰখাৰ লগতে অত্যাৱশ্যকীয় ক'ভিড প্ৰতিষেধক প্ৰদানৰ আশ্বাস দিছে ।

লগতে পঢ়ক: ক’ভিডৰ বিৰুদ্ধে মোডীৰ নতুন অভিযান "জনভাগীদাৰী"

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.