ETV Bharat / bharat

ৰাজ্যত চি পি আই(এম)ৰ ভূত আছে:বিপ্লৱ কুমাৰ দেৱ - cm biplab deb warns partymen cpim ghosts still exist

দেওবাৰে ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱে দলীয় এক সভাত অংশগ্ৰহণ কৰে ৷ এই সভাতেই তেওঁ ৰাজ্যত এতিয়াও ভূত আছে বুলি মন্তব্য কৰে ৷ তেওঁ কয় যে, ৰাজ্যত এডিচি নিৰ্বাচনৰ পূৰ্বে চি পি আই(এম)ৰ গভীৰ কাৰ্য কলাপৰ ওপৰত নজৰ দিয়া উচিত ৷

ৰাজ্যত চি পি আই এমৰ ভূত আছে:বিপ্লৱ কুমাৰ দেৱ

author img

By

Published : Mar 22, 2021, 11:22 AM IST

আগৰতলা, 22মাৰ্চ: দেওবাৰে ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱে দলীয় এক সভাত অংশগ্ৰহণ কৰে ৷ এই সভাতেই তেওঁ ৰাজ্য খনত এতিয়াও ভূত আছে বুলি মন্তব্য কৰে ৷ তেওঁ কয় যে, ৰাজ্যত স্বায়ত্ব জিলা পৰিষদৰ নিৰ্বাচনৰ পূৰ্বে চি পি আই(এম)ৰ গভীৰ কাৰ্য-কলাপৰ ওপৰত নজৰ দিয়া উচিত ৷

উল্লেখ্য যে, দলীয় কৰ্মকৰ্তা তথা পৃষ্ঠ প্ৰমূখ সকলে হওঁক চি পি আই(এমে) ৰাজ্য খনত নিজৰ অস্তিত্ব হেৰুৱাইছে বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱে ৷

আনহাতে, মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে এডিচিৰ বাবে পূৰ্বৰ চৰকাৰৰ সময়ত সঠিক বাজেটো নাই । বাওঁপন্থী মৰ্চা আৰু ত্ৰিপুৰা জনজাতীয় অঞ্চল স্বায়ত্ব জিলা পৰিষদে ৰাজ্যখনত দীৰ্ঘ দিন ধৰি ক্ষমতাত আছিল ৷ কিন্তু এডিচি অঞ্চলত বাস কৰা লোকসকলৰ বাবে কোনো উন্নয়ন হোৱা নাছিল ৷ বাওঁপন্থী চৰকাৰৰ হাতত স্বায়ত্ব জিলা পৰিষদৰ বাবে পৰ্যাপ্ত বাজেট নাছিল ৷ কিন্তু, বিজেপি চৰকাৰে স্বায়ত্ব জিলা পৰিষদ অঞ্চলৰ সৰ্বাংগীণ বিকাশৰ বাবে অতিৰিক্ত বাজেট আনিছিল বুলি এই ৰাজহুৱা সভাতে মন্তব্য কৰে ৷

আনকি, ২০০৬ চনৰ পৰা দীৰ্ঘ দিন ধৰি স্বায়ত্ব জিলা পৰিষদত ৰাস্তা নিৰ্মাণৰ কাম বন্ধ হৈ আছিল ৷ এই কামৰ বাবে অৰ্পণ কৰা সংস্থাটোৱে পুঁজি লোৱাৰ পিছত কাম কৰা নাছিল ৷ কিন্তু তথ্য অনুসৰি, এই পথ নিৰ্মানৰ বাবে অহা পুঁজিটো কৰ্মৰত সকলে ভূল তথ্য জাৰি কৰিছিল ৷

আনহাতে, 2018 চনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ত্ৰিপুৰাক কমিউনিষ্ট সকলৰ কুশাসনৰ পৰা মুক্ত কৰিছে বুলি মন্তব্য কৰে ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱে ৷

লগতে পঢ়ক: কমলপুৰত ভোট বৰ্জনৰ হুংকাৰ ৰাইজৰ

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.