ETV Bharat / bharat

UDAN ৰ অধীনত আৰম্ভ হ'ল 392 টা নতুন বিমান পথৰ নিলাম - ভাৰতীয় অসামৰিক বিমান মন্ত্ৰণালয়

ভাৰতীয় অসামৰিক বিমান মন্ত্ৰণালয়ৰ যুটীয়া সম্পাদক উষা পাধীয়ে কয় যে, ‘চাৰিটাকৈ সফল নিলামীৰ পিছত UDAN 4.1ৰ নিলামীৰ বাবে সেইসমূহ পথক বাচনি কৰা হৈছে যিসমূহ পূৰ্বতে UDANৰ অন্তৰ্ভূক্ত কৰা হোৱা নাছিল ৷ এই নিলামীৰ বাবে বাচনি কৰা পথসমূহৰ বাবে ৰাজ্য চৰকাৰ, কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ প্ৰশাসন আৰু অন্যন্য বাতিল হোৱা পথসমূহে অনুৰোধ জনাইছিল ৷’

Civil Aviation Ministry opens bid for 392 air routes under UDAN 4.1 scheme
UDAN 4.1ৰ অধীনত 392 টা নতুন বিমান পথৰ নিলামী আৰম্ভ বিমান মন্ত্ৰণালয়ৰ
author img

By

Published : Mar 14, 2021, 1:10 PM IST

Updated : Mar 15, 2021, 7:19 PM IST

নিউজ ডেস্ক, 14 মাৰ্চ: UDAN 4.1ৰ অধীনত ভাৰতীয় অসামৰিক বিমান মন্ত্ৰণালয়ে ‘আজাদী কা অমৃত’ মহোৎসৱৰ শুভাৰম্ভৰ বাবে ইয়াৰ ফ্লেগশ্বিপ আঁচনীৰ অধীনত 392 টা নতুন পথ প্ৰস্তাৱিত কৰিছে ৷ ভাৰতীয় অসামৰিক বিমান মন্ত্ৰণালয়ৰ এক বিবৃতিত প্ৰকাশ পাইছে যে,‘ইচ্ছুক এয়াৰলাইন সমূহৰ ক্ষেত্ৰত নিলামৰ বাবে প্ৰয়োজনীয় নথিপত্ৰ National Informatics Centreৰ কেন্দ্ৰীয় সংগ্ৰহ প’ৰ্টেলত আপলোড কৰা হৈছে ৷’

ভাৰতীয় অসামৰিক বিমান মন্ত্ৰণালয়ৰ যুটীয়া সম্পাদক উষা পাধীয়ে কয় যে, ‘চাৰিটাকৈ সফল নিলামীৰ পিছত UDAN 4.1ৰ নিলামীৰ বাবে সেইসমূহ পথক বাচনি কৰা হৈছে যিসমূহ পূৰ্বতে UDANৰ অন্তৰ্ভূক্ত কৰা হোৱা নাছিল ৷ এই নিলামীৰ বাবে বাচনি কৰা পথসমূহৰ বাবে ৰাজ্য চৰকাৰ, কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ প্ৰশাসন আৰু অন্যন্য বাতিল হোৱা পথসমূহে অনুৰোধ জনাইছিল ৷’

উল্লেখ্য যে, এই UDAN 4.1 সৰু সৰু বিমানবন্দৰ সমূহৰ লগতে বিশেষ হেলিকপ্তাৰ আৰু সাগৰীয় উৰাজাহাজৰ পথসমূহক সংযোগৰ ওপৰত গুৰুত্ব প্ৰদান কৰিব ৷

লগতে পঢ়ক-কোকৰাঝাত পুনৰ উদ্ধাৰ বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ

Last Updated : Mar 15, 2021, 7:19 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.