ETV Bharat / bharat

ছত্তীশগড় আৰক্ষীৰ জালত এজন নক্সাল - naxal wanted for attacks

ছত্তীশগড় আৰক্ষীয়ে দেওবাৰে বিজাপুৰ জিলাৰ পৰা এজন নক্সালক আটক কৰে ৷ নিৰাপত্তা বাহিনীৰ ওপৰত আক্ৰমণ কৰাৰ উদ্দেশ্যে মিৰাটৰ আৰক্ষীৰ থানাৰ অন্তৰ্গত ক'কডিপাৰা গাঁৱৰ এটা ঘৰত নক্সালজনে বাহৰ পাতি আছিল বুলি জানিবলৈ দিছে ছত্তীশগড় আৰক্ষীয়ে ৷

C'garh Naxal wanted for attacks on cops, killings held
ছত্তীশগড় আৰক্ষীৰ জালত এজন নক্সাল পন্থী
author img

By

Published : Jan 3, 2021, 10:28 PM IST

নিউজ ডেস্ক, 3 জানুৱাৰী: দেওবাৰে ছত্তীশগড় বিজাপুৰ জিলাৰ পৰা এজন নক্সালবাদীক আটক কৰে ছত্তীশগড় আৰক্ষীয়ে ৷ জিলা আৰক্ষীৰ এক সুত্ৰই সদৰী কৰা মতে, নিৰাপত্তা বাহিনীৰ ওপৰত আক্ৰমণ কৰা উদ্দেশ্যে বিজাপুৰৰ এটা অঞ্চলত বাহৰ পাতি আছিল নক্সাল জনে ৷

উল্লেখ্য যে, ছত্তীশগড়ৰ সশস্ত্ৰ বাহিনী (চিএএফ) আৰু জিলা আৰক্ষীৰ এক যৌথ অভিযানত মিৰাটৰ আৰক্ষীৰ থানাৰ অন্তৰ্গত ক'কডিপাৰা গাঁৱৰ এটা ঘৰৰ পৰা আটক কৰা হয় নক্সাল জনক ৷ লোকজনৰ জনৰ নাম সমলু কাশ্যপ (40) বুলি জানিবলৈ দিছে জিলা আৰক্ষী সুত্ৰই ৷

ইফালে আৰক্ষী সুত্ৰই সদৰী কৰা মতে, সমলু কাশ্যপে দণ্ডকাৰাণয়া আদিবাসী কিষান মজদুৰ সংঘৰ নেতৃত্ব বহন কৰিছিল ৷ তদুপৰি নক্সালজন 2017 চনত দুজন নিৰাপত্তাৰক্ষীক হত্যা কৰা লগতে 2018 চনত আৰক্ষীৰ এজন সহকাৰী কনিষ্টবলক হত্যা কৰা অভিযোগত অভিযুক্ত আছিল বুলি জানিবলৈ দিছে ছত্তীশগড় আৰক্ষীয়ে ৷

লগতে পঢ়ক: 18 শতাংশ বৃদ্ধিৰে আবকাৰী বিভাগে সংগ্ৰহ কৰিলে অভিলেখসংখ্যক কৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.