ETV Bharat / bharat

তামিলনাডুত উৎকোচ লৈ গ্ৰেপ্তাৰ শ্ৰম আয়ুক্ত - ৩০ হাজাৰ টকা উৎকোচ লৈ চিবিআইৰ জালত আঞ্চলিক শ্ৰম আয়ুক্ত

শ্ৰমিক অনুজ্ঞা পত্ৰ জাৰী কৰাৰ নামত ৩০ হাজাৰ টকা উৎকোচ লৈ চিবিআইৰ জালত আঞ্চলিক শ্ৰম আয়ুক্ত পি শিৱৰাজন । ন্য়ায়িক জিম্মালৈ প্ৰেৰণ অভিযুক্তগৰাকীক ।

তামিলনাডুত উৎকোচ লৈ গ্ৰেপ্তাৰ শ্ৰম আয়ুক্ত

author img

By

Published : Jan 24, 2021, 8:08 PM IST

নিউজ ডেস্ক , ২৪ জানুৱাৰী : তামিলনাডুত উৎকোচ লৈ চিবিআইৰ জালত পৰিল এগৰাকী শ্ৰম আয়ুক্ত । ৩০ হাজাৰ টকা উৎকোচ লোৱাৰ অভিযোগত চিবিআইয়ে গ্ৰেপ্তাৰ কৰে এজন আঞ্চলিক শ্ৰমিক আয়ুক্তক । অভিযোগ অনুসৰি এন মুৰলী নামৰ এজন লোকৰ পৰা ধন দাবী কৰি মাদুৰাইৰ আঞ্চলিক শ্ৰম আয়ুক্ত পি শিৱৰাজন শনিবাৰে জালত পৰে চিবিআইৰ ।

শিৱৰাজনে শ্ৰমিক অনুজ্ঞাপত্ৰ জাৰী কৰাৰ বিনিময়ত এটা ব্যক্তিগত কোম্পানীক প্ৰতিনিধিত্ব কৰা মুৰলীৰ পৰা ধন দাবী কৰাৰ অভিযোগত এটা গোচৰ ৰুজু কৰা হৈছিল। তাৰ পিছতে অভিযুক্তৰ বাসগৃহ আৰু কাৰ্যালয়কে ধৰি চেন্নাই আৰু মাদুৰাইৰ পাঁচটা স্থানত চিবিআইয়ে অভিযান চলায় । গ্ৰেপ্তাৰৰ পিছতে অভিযুক্তক চিবিআইৰ বিশেষ ন্য়ায়াধীশৰ আদালতত হাজিৰ কৰা হয় আৰু ন্য়ায়িক জিম্মালৈ প্ৰেৰণ কৰা হয় ।

লগতে পঢ়ক :দিল্লীত পাকিস্তান জিন্দাবাদ ধ্বনি দি আৰক্ষীৰ ৰোষত ৬ গৰাকী ব্য়ক্তি

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.