ETV Bharat / bharat

ফাৰুক আব্দুল্লাৰ ভাতৃৰ বিৰুদ্ধে ভূমি দখলৰ অভিযোগ

author img

By

Published : Dec 1, 2020, 9:17 PM IST

ফাৰুক আব্দুল্লাৰ ভাতৃ মোস্তাফা কামালৰ বিৰুদ্ধে ভূমি দখলৰ অভিযোগ উত্থাপন হৈছে । ১৬ নৱেম্বৰত চিবিআইয়ে জম্মু-কাশ্মীৰ উচ্চ ন্যায়ালয়ৰ নিৰ্দেশমৰ্মে ৰোশ্বিনী ভূমিৰ 25,000 কোটি টকাৰ কেলেংকাৰী সন্দৰ্ভত তিনিটা পৃথক পৃথক গোচৰ ৰুজু কৰিছে ।

ফাৰুক আব্দুল্লাৰ ভাতৃৰ বিৰুদ্ধে ভূমি দখলৰ অভিযোগ
ফাৰুক আব্দুল্লাৰ ভাতৃৰ বিৰুদ্ধে ভূমি দখলৰ অভিযোগ

নেশ্যনেল ডেস্ক, 1 ডিচেম্বৰ: জম্মু-কাশ্মীৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ফাৰুক আব্দুল্লাৰ ভাতৃ মোস্তাফা কামালৰ নাম উত্থাপন হৈছে অবৈধ ভূমি দখল কৰাৰ অভিযোগত । জম্মু বিভাগীয় আয়ুক্তই প্ৰদান কৰা নথিত প্ৰকাশ পাইছে এই তথ্য ।

১৬ নৱেম্বৰত চিবিআইয়ে জম্মু-কাশ্মীৰ উচ্চ ন্যায়ালয়ৰ নিৰ্দেশমৰ্মে ৰোশ্বিনী ভূমিৰ 25,000 কোটি টকাৰ কেলেংকাৰী সন্দৰ্ভত তিনিটা পৃথক পৃথক গোচৰ ৰুজু কৰিছে ।

লগতে পঢ়ক: জম্মু আৰু কাশ্মীৰত ডিডিচি নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ আৰম্ভ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.