ETV Bharat / bharat

সাম্প্ৰদায়িক মন্তব্যৰ বাবে সাংসদ নবীন জিন্দালক বিজেপিৰ পৰা নিলম্বন - General Secretary of BJP Arun Singh

ধৰ্মীয় অনুভূতিত আঘাত হনা মন্তব্য কৰি বিজেপিৰ প্ৰাথমিক সদস্যপদ পৰ্যন্ত হেৰুৱালে বিজেপিৰ মুখপাত্ৰ নুপূৰ শৰ্মাৰ লগতে সাংসদ নবীন জিন্দালে (BJP suspends Naveen Jindal)৷

BJP suspends Naveen Jindal
নুপূৰ শৰ্মা, নবীন জিন্দালক বিজেপিৰ নিলম্বন
author img

By

Published : Jun 5, 2022, 6:18 PM IST

নিউজ ডেস্ক: বিতৰ্কিত মন্তব্য কৰি ভাৰতীয় জনতা পাৰ্টিৰ পৰা বহিস্কৃত হ’ল বিজেপিৰ মুখপাত্ৰ নুপূৰ শৰ্মাৰ লগতে সাংসদ নবীন জিন্দাল ৷ পয়গম্বৰ মহম্মদৰ(Paigambar Hazrat Muhammad) বিষয়ে বিতৰ্কিত মন্তব্য কৰাৰ বাবে দেওবাৰে ভাৰতীয় জনতা পাৰ্টি দলে ল’লে এই কঠোৰ সিদ্ধান্ত ৷ দলৰ প্ৰাথমিক সদস্যপদৰ পৰাও নিলম্বন কৰা হ’ল দুয়োকে ৷

নুপুৰ শৰ্মাৰ বিৰুদ্ধে দলে ব্যৱস্থা গ্ৰহণৰ পূৰ্বে বিজেপিৰ সাধাৰণ সম্পাদক অৰুণ সিঙে এক বিবৃতি জাৰি কৰিছিল (BJP suspends Nupur Sharma)। উক্ত বিবৃতিৰ জৰিয়তে তেও কয় যে, ভাৰতীয় জনতা পাৰ্টিয়ে সকলো ধৰ্মক সন্মান কৰে । নুপূৰ শৰ্মাৰ বক্তব্যই মুছলমান লোকসকলক অসন্তুষ্ট কৰিছিল । বিজেপিয়ে নুপূৰ শৰ্মা আৰু নবীন জিন্দালৰ বিৰুদ্ধে ব্যৱস্থা লোৱাৰ আশা কৰা বুলি মন্তব্য কৰে অৰুণ সিঙে(General Secretary of BJP Arun Singh) ৷

  • बीजेपी ने नुपुर शर्मा और नवीन जिंदल को पार्टी की प्राथमिक सदस्यता से निलंबित किया। pic.twitter.com/UZixYEAR9Z

    — ANI_HindiNews (@AHindinews) June 5, 2022 " class="align-text-top noRightClick twitterSection" data=" ">

ইয়াৰ পাছতে সাম্প্ৰদায়িক মন্তব্য কৰাৰ অপৰাধত বিজেপিৰ মুখপাত্ৰ নুপূৰ শৰ্মা আৰু সাংসদ তথা দিল্লী বিজেপিৰ মিডিয়া প্ৰধান নবীন কুমাৰ জিন্দালক দলৰ প্ৰাথমিক সদস্যপদৰ পৰা নিলম্বন কৰে (BJP suspends Naveen Jindal)৷

লগতে পঢ়ক: মন্ত্ৰীসভাৰ ক্ষুদ্ৰ সম্প্ৰসাৰণ: আশাত চেঁচা পানী পৰিব নেকি অগপৰ !

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.