ETV Bharat / bharat

ইউএছ ফেডৰ বৃদ্ধিৰ পিছত বিটকইনত হ্ৰাস সুদৰ হাৰ - হ্ৰাস পালে ডিজিটেল মুদ্ৰা বিটকইনৰ মূল্য

পুনৰ হ্ৰাস পালে বিটকইনৰ সুদৰ হাৰ ৷ আমেৰিকা যুক্তৰাষ্ট্ৰৰ ফেডাৰেল ৰিজাৰ্ভৰ এখন বৈঠকৰ পাচতে বিটকইনৰ সুদৰ হাৰ বিগত তিনি মাহৰ তুলনাত যথেষ্ট হ্ৰাস পায় (Bitcoin drops to 3 month low after US Fed signals interest rate) ৷

bitcoin-drops-to-3-month-low-after-hike-in-us-fed-signals-interest-rate
হ্ৰাস পালে ডিজিটেল মুদ্ৰা বিটকইনৰ মূল্য
author img

By

Published : Jan 8, 2022, 1:50 PM IST

বিজনেছ ডেস্ক, 8 জানুৱাৰী : হ্ৰাস পালে বিটকইনৰ সুদৰ হাৰ ৷ আমেৰিকা যুক্তৰাষ্ট্ৰৰ ফেডাৰেল ৰিজাৰ্ভৰ শেহতীয়া বৈঠকৰ পিছত মাৰ্চৰ লগে লগে কেন্দ্ৰীয় বেংকে সূতৰ হাৰ বৃদ্ধি কৰাৰ সম্ভাৱনা দেখা দিয়ে ৷ যাৰ বাবে শুকুৰবাৰে বিটকইনৰ সুদৰ হাৰ হ্ৰাস পায় ৷

আগশাৰীৰ বিত্ত বিষয়ক সাপ্তাহিক সংবাদ পত্ৰ বেৰনছে ডিজিটেল মুদ্ৰা বিটকইনৰ মূল্য বিগত তিনিমাহতকৈ যথেষ্ট হ্ৰাস পায় (Bitcoin drops to 3 month-low after hike in US Fed signals interest rate) বুলি প্ৰকাশ কৰে ৷

ইয়াৰোপৰি 'CoinDesk' ৰ তথ্য অনুসৰি শুকুৰবাৰে বিটকইনৰ লেনদেন হৈছিল প্ৰায় 42.086 ৷ এই পৰিমাণ বিগত 24 ঘণ্টাতকৈ 2.1 শতাংশ হ্ৰাস পায় বুলি এই তথ্যত প্ৰকাশ হৈছে ৷ বিশ্বৰ সৰ্ববৃহৎ ক্ৰিপ্ট’কাৰেন্সী বিটকইনৰ মূল্য 41,012 হোৱা হেতুকে ইয়াৰ মূল্য ডলাৰৰ দৰে হ্ৰাস পাইছে বুলি 'CoinDes' য়ে কয় ৷ এই হাৰ বিগত বৰ্ষৰ ছেপ্তেম্বৰ মাহৰ শেষভাগৰ পৰা হ্ৰাস পাইছে বুলি তথ্যত প্ৰকাশ পায় ৷ 'CoinDesk' ৰ তথ্যৰ ভিত্তিত বিটকইনৰ লেনদেন এই সপ্তাহত 12 শতাংশলৈ হ্ৰাস পাইছে ৷

ইফালে, 'CoinDesk' ৰ তথ্য অনুসৰি দ্বিতীয় সৰ্ববৃহৎ ডিজিটেল মুদ্ৰা ইথেৰিয়ামৰ লেনদেনো বিগত 24 ঘণ্টাত 4.9 শতাংশ হ্ৰাস হৈ 3,231 ডলাৰ হয় ৷

আনহাতে, ফাণ্ডষ্ট্ৰেটৰ বিশ্লেষকে এইক্ষেত্ৰত মতবাদ কৰি ক্ৰিপ্ট’কাৰেন্সীৰ লেনদেন সময় সাপেক্ষে হ্ৰাস হৈ থাকে বুলি উল্লেখ কৰে ৷ পূৰ্বে কেন্দ্ৰীয় বেংকে বিটকইনৰ লেনদেনৰ পৰিমাণ প্ৰায় 9 ট্ৰিলিয়ন ডলাৰ হ্ৰাস হোৱাৰ ইংগিত দিছিল ৷

লগতে পঢ়ক : Delhi-NCR witness Heavy Rainfall : ৰাজধানী দিল্লীত ধাৰাসাৰ বৃষ্টিপাত

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.