ETV Bharat / bharat

কৰ'ণা সম্পৰ্কীয় অভিজ্ঞতা ব্যক্ত বিশ্বৰ ভিন্ন প্ৰান্তৰ যুৱ প্ৰজন্মৰ - COVID-19

এক ভিডিঅ'যোগে বিশ্বৰ ভিন্ন প্ৰান্তৰ যুৱ প্ৰজন্মই কৰ'ণা মহামাৰী সম্পৰ্কে তেওঁলোকৰ অনুভৱ প্ৰকাশ কৰে ৷ য'ত তেওঁলোকে নিজৰ লগত জড়িত লোকসকলৰ প্ৰতি চিন্তা, শংকা আদিৰ বিষয়ে ব্যক্ত কৰে ৷

Youths worldwide narrate their pandemic experience

author img

By

Published : Apr 2, 2020, 8:04 PM IST

ইন্টাৰনেশ্যনেল ডেস্ক, 2 এপ্ৰিলঃ COVID-19 মহামাৰীয়ে সমগ্ৰ বিশ্বজুৰি 48,000ৰো অধিক লোকৰ প্ৰাণ কাঢ়ি নিয়ে ৷ 9,50,000ৰো অধিক লোক বিশ্বৰ ভিন্ন প্ৰান্তত আক্ৰান্ত হৈছে এই মহামাৰীত ৷ কৰ'ণা মহামাৰী সম্পৰ্কে এক ভিডিঅ'যোগে বিশ্বৰ ভিন্ন প্ৰান্তৰ যুৱ প্ৰজন্মই ব্যক্ত কৰিলে তেওঁলোকৰ অনুভৱ ৷

কৰ'ণা সম্পৰ্কীয় অভিজ্ঞতা ব্যক্ত বিশ্বৰ ভিন্ন প্ৰান্তৰ যুৱ প্ৰজন্মৰ

লগতে পঢ়কঃ কভিদ 19 ত আক্ৰান্ত ইজৰাইলৰ স্বাস্থ্যমন্ত্ৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.