ETV Bharat / bharat

পৰ্যটনৰ বাবে মুকলি কৰা হল চিয়াচেন - বিশ্বৰ সৰ্বোচ্চ যুদ্ধক্ষেত্ৰ

বিশ্বৰ সৰ্বোচ্চ যুদ্ধক্ষেত্ৰ চিয়াচেনক মুকলি কৰা হ’ল পৰ্যটনৰ বাবে ৷

পৰ্যটনৰ বাবে মুকলি কৰা হল চিয়াচেন
author img

By

Published : Oct 21, 2019, 11:57 PM IST

নেশ্যনেল ডেস্ক, 21 অক্টোবৰঃ বিশ্বৰ সৰ্বোচ্চ যুদ্ধক্ষেত্ৰ চিয়াচেনক মুকলি কৰা হ’ল পৰ্যটনৰ বাবে ৷ এই কথা সোমবাৰে লাডাখত ঘোষণা কৰে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে ৷ তেঁও কয় যে লাডাখত পৰ্যটনৰ বাবে বহুত সম্ভাৱনা আছে ৷ ইয়াৰ ওপৰিও প্ৰতিৰক্ষা মন্ত্ৰী গৰাকীয়ে কৰ্ণেল চেৱাং ৰাইচেন সেতু মুকলি কৰে ৷ লাডাখৰ শ্বিয়ক নৈৰ ওপৰত নিৰ্মাণ কৰা হৈছে সেতুখন ৷ বৰ্ডাৰ ৰ’ড অৰ্গেনাইজেচনৰ নেতৃত্বত 430 মিটাৰ দীঘল দলঙখন নিৰ্মাণ কৰা হৈছে ৷

কৰ্ণেল চেৱাং ৰাইচেন সেতু মুকলি
উল্লেখযোগ্য যে, কৰ্ণেল চেৱাং ৰাইচেন আছিল মহা বীৰ চক্ৰ লাভ কৰা এজন সেনা বিষয়া ৷

WORLD'S HIGHEST BATTLEFIELD SIACHEN OPEN FOR TOURISTS

পৰ্যটনৰ বাবে মুকলি কৰা হল চিয়াচেন

নেশ্যনেল ডেস্ক, 21 অক্টোবৰঃ বিশ্বৰ সৰ্বোচ্চ যুদ্ধক্ষেত্ৰ চিয়াচেনক মুকলি কৰা হ’ল পৰ্যটনৰ বাবে ৷ এই কথা সোমবাৰে লাডাখত ঘোষণা কৰে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে ৷ তেঁও কয় যে লাডাখত পৰ্যটনৰ বাবে বহুত সম্ভাৱনা আছে ৷ ইয়াৰ ওপৰিও প্ৰতিৰক্ষা মন্ত্ৰী গৰাকীয়ে কৰ্ণেল চেৱাং ৰাইচেন সেতু মুকলি কৰে ৷ লাডাখৰ শ্বিয়ক নৈৰ ওপৰত নিৰ্মাণ কৰা হৈছে সেতুখন ৷ বৰ্ডাৰ ৰ’ড অৰ্গেনাইজেচনৰ নেতৃত্বত 430 মিটাৰ দীঘল দলঙখন নিৰ্মাণ কৰা হৈছে ৷
কৰ্ণেল চেৱাং ৰাইচেন আছিল মহা বীৰ চক্ৰ লাভ কৰা এজন সেনা বিষয়া ৷ 
bridge_GQWxNjB.jfif
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.