ETV Bharat / bharat

আজি বিশ্ব পৰ্যটন দিৱস

প্ৰতিবছৰে 27 ছেপ্টেম্বৰৰ দিনটোক ৰাষ্ট্ৰসংঘৰ বিশ্ব পৰ্যটন সংস্থাৰ উদ্যোগত বিশ্ব পৰ্যটন দিৱসৰূপে উদযাপন কৰি অহা হৈছে

আজি বিশ্ব পৰ্যটন দিৱস
author img

By

Published : Sep 27, 2019, 11:18 AM IST

নিউজ ডেস্ক, 27 ছেপ্টেম্বৰঃ প্ৰতিবছৰে 27 ছেপ্টেম্বৰৰ দিনটোক ৰাষ্ট্ৰসংঘৰ বিশ্ব পৰ্যটন সংস্থাৰ উদ্যোগত বিশ্ব পৰ্যটন দিৱসৰূপে উদযাপন কৰি অহা হৈছে ৷ এই দিৱস উদযাপনৰ মূল উদ্দেশ্য হৈছে বিশ্ব সমুদায়ৰ মাজত পৰ্যটনৰ সামাজিক,সাংস্কৃতিক,ৰাজনৈতিক আৰু অৰ্থনৈতিক উৎকৰ্ষ সাধনৰ যোগেদি বহনক্ষম উন্নয়নৰ লক্ষ্যত উপনীত হোৱা ৷ এইবাৰৰ বিশ্ব পৰ্যটন দিৱসৰ বিষয়বস্তু হৈছে 'পৰ্যটন আৰু নিয়োগঃ সকলোৰে এক সুন্দৰ ভৱিষ্যত' ৷ এই ভাৱধাৰাৰে বিশ্ব পৰ্যটন সংস্থাই বছৰটোৰ বাবে দক্ষতা,শিক্ষা আৰু নিয়োগ সৃষ্টিৰ ওপৰত অগ্ৰাধিকাৰ প্ৰদান কৰিছে ৷ 2019 বৰ্ষৰ বাবে সংস্থাটোৱে ভাৰতক আয়োজক দেশ হিচাপে মনোনীত কৰিছে ৷ উল্লেখ্য যে ভাৰতত বিশ্ব পৰ্যটন দিৱসৰ কেন্দ্ৰীয় অনুষ্ঠান দুদিনীয়া কাৰ্যসূচীৰে 26 আৰু 27 ছেপ্টেম্বৰত নতুন দিল্লীত অনুষ্ঠিত হ'ব ৷ চলিত বৰ্ষত প্ৰকাশিত গ্লবেল ট্ৰেভেল আৰু টুৰিজিম কমপেটিটিভনেচ ৰিপৰ্ট 2019 অনুসৰি ভাৰতবৰ্ষই 4.4 পইণ্ট লাভ কৰি 6 টাকৈ স্থান আগুৱাই 34 নং স্থানত উপনীত হৈছে ৷ আনহাতে এই তালিকাত স্পেইনে 5.4 পইণ্ট অৰ্জনেৰে শীৰ্ষত উপবিষ্ট হৈছে ৷

Dear Uddipana
Please do the article for 27th. Sept. on the occasion of WORLD TOURISM DAY.
Regards

---------- Forwarded message ---------
From: RKC RFC <rkc@etvbharat.com>
Date: Sat, Sep 21, 2019 at 9:32 PM
Subject: Fwd: World Tourism Day
To: Verghese P <verghese.p@etvbharat.com>, Urdu Desk <urdudesk@etvbharat.com>, ETV Bharat National <nationalhindidesk@etvbharat.com>, ETV HARYANA <haryanadesk@etvbharat.com>, ETV Himachal <hpdesk@etvbharat.com>, ETV Bharat Jharkhand <jhdesk@etvbharat.com>, Punjab Desk <punjabdesk@etvbharat.com>, Etv Bharat UP <updesk@etvbharat.com>, Kannada Desk <kannadadesk@etvbharat.com>, Raja DM <raja.dm@etvbharat.com>, Mrinal Das <mrinal.das@etvbharat.com>, Marathi Desk <marathidesk@etvbharat.com>, Kerala Desk <keraladesk@etvbharat.com>, Bangla Desk <bangladesk@etvbharat.com>, Odia Desk <odiadesk@etvbharat.com>, Gujarati Desk <gujaratidesk@etvbharat.com>, Madhya Pradesh Desk <mpdesk@etvbharat.com>, Rajasthan Desk <rjdesk@etvbharat.com>, J & K Desk <jkdesk@etvbharat.com>

---------- Forwarded message ---------
From: RKC RFC <rkc@etvbharat.com>
Date: Sat, Sep 21, 2019 at 9:36 PM
Subject: World Tourism Day
To: Bapineedu K <kbc@etvbharat.com>, Bilal Ahmad Bhat <bilalbhat@etvbharat.com>, Brajmohan Singh <brajmohansingh@etvbharat.com>, Brihathi CH <brihathi@etvbharat.com>, Dilip Khilrani <dilip.khilrani@etvbharat.com>, Dipankar Choudhury <dipankar.c@etv.co.in>, Firdaus Mistri <firdaus.mistri@etvbharat.com>, Ganga Prasad <npg@etv.co.in>, Nishant Sharma <nishant.sharma@etvbharat.com>, Partha Pratim Ghosh Roy <partha.pratim@etvbharat.com>, Prasenjit <prasenjit.singh@etv.co.in>, rajendra n <rajendra.n@etv.co.in>, RAJENDRA NARAHAR SATHE <rajendrasathe@etvbharat.com>, Sanjay Tripathi <sanjay.tripathi@etvbharat.com>, Shams Naqui <shams.naqui@etvbharat.com>, Srawankumar Shukla <srawankumar.shukla@etvbharat.com>, Sunita Koya <sunita.koya@etvbharat.com>

Respected Sir/Madam

Complete information available at RKC Archival/Offline/RKC -world Tourism Day
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.