ETV Bharat / bharat

ছট্টিশগড়ত আৰক্ষীত গুলিত নিহত মহিলা নক্সালবাদী - ছট্টিছগড়ত আৰক্ষীত গুলিত নিহত মহিলা নক্সালবাদী

বেটেলিয়ান,চি আৰ পি এফ আৰু ছট্টিশগড়ৰ আৰক্ষীৰ নক্সাল বিৰোধী যুটীয়া অভিযানত আৰক্ষীৰ গুলিত নিহত হয় এগৰাকী মহিলা নক্সাল ৷

আৰক্ষীত গুলিত নিহত মহিলা নক্সালবাদী
আৰক্ষীত গুলিত নিহত মহিলা নক্সালবাদী
author img

By

Published : Jan 20, 2020, 11:55 AM IST

নিউজ ডেস্ক, 20 জানুৱাৰীঃ সোমবাৰে ছট্টিশগড়ৰ বিজাপুৰ জিলাৰ জংঘলৰ মাজত উদ্ধাৰ হয় এগৰাকী মহিলা নক্সালৰ মৃতদেহ ৷ বেটেলিয়ান,চি আৰ পি এফ আৰু ছট্টিশগড়ৰ আৰক্ষীৰ নক্সাল বিৰোধী যুটীয়া অভিযানত আৰক্ষীৰ গুলিত নিহত হয় এগৰাকী মহিলা নক্সাল ৷ লগতে,ঘটনাস্থলীৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰে 3 টা ৰাইফল ৷

বিজাপুৰ জিলাৰ টেকালগুদাম-বাছাগুদা গাঁৱত চি আৰ পি এফৰ 168 নং বেটেলিয়ান,ৰাজ্যখনৰ 204 নং কোব্ৰা বেটেলিয়ান আৰু আৰক্ষীয়ে অভিযান চলাই থকা সময়তে সংঘটিত হয় গুলিয়াগুলিৰ ঘটনা ৷

লগতে পঢ়কঃ ধুবুৰীৰ চৰ অঞ্চলত কা' বিৰোধী প্ৰতিবাদ

ZCZC
PRI ESPL NAT WRG
.RAIPUR DES1
NAXAL-CG-WOMAN
Woman Naxal killed in Chhattisgarh encounter
         Raipur, Jan 20 (PTI) A woman Naxal has been killed in an encounter with a joint team of security forces led by the CRPF in the jungles of Bijapur district of Chhattisgarh, officials said on Monday.
         They said the incident took place around the Tekalgudem-Basaguda villages of the district when a team of CRPF's 168th battalion, a unit of its 204th CoBRA battalion and state police were conducting an operation.
         Body of a female Maoist wearing a uniform-like dress and three rifles have been recovered from the spot, they said.
         A search of the area is ongoing, officials said. PTI NES

DV
DV
01200931
NNNN
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.