ETV Bharat / bharat

ভাৰতত বুধবাৰে 95,735 গৰাকী লোক আক্ৰান্ত হয় কৰ’ণা ভাইৰাছত

কৰ’ণাত আক্ৰান্ত শীৰ্ষ দেশৰ তালিকাৰ দ্বিতীয় স্থানলৈ অগ্ৰসৰ ভাৰত ৷ প্ৰথম স্থানত আছে আমেৰিকা যুক্তৰাষ্ট্ৰ ৷

With highest single-day spike of 95,735 cases, India's COVID-19 tally crosses 44-lakh mark
ভাৰতত বুধবাৰে 95,735 গৰাকী লোক আক্ৰান্ত হয় কৰ’ণা ভাইৰাছত
author img

By

Published : Sep 10, 2020, 1:58 PM IST

নিউজ ডেস্ক, 10 ছেপ্টেম্বৰ : ভাৰতত বুধবাৰৰ দিনটোত সৰ্বাধিক 95,735 গৰাকী লোক কৰ’ণা ভাইৰাছত আক্ৰান্ত হোৱাৰ লগতে মৃত্যু হয় 1,172 গৰাকীৰ ৷ ভাৰতত বৰ্তমান ক’ভিড-19ত আক্ৰান্ত লোকৰ সংখ্যা বৃদ্ধি পাইছে 44,65,863 গৰাকীলৈ আৰু মৃত্যু হৈছে 75,091 গৰাকী ৷ ইয়াৰ লগতে ভাৰতে কৰ’ণাত আক্ৰান্ত শীৰ্ষ দেশৰ তালিকাৰ দ্বিতীয় স্থানলৈ অগ্ৰসৰ হয় ৷ প্ৰথম স্থানত আছে আমেৰিকা যুক্তৰাষ্ট্ৰ ৷

ভাৰতত কৰ’ণা ভাইৰাছত আক্ৰান্ত লোকৰ তালিকাৰ শীৰ্ষত আছে মহাৰাষ্ট্ৰ ৷ মহাৰাষ্ট্ৰত সৰ্বাধিক 9,67,349 গৰাকী লোক কৰ’ণাত আক্ৰান্ত হোৱাৰ বিপৰীতে মৃত্যু হৈছে 27,787 গৰাকী ৷ মহাৰাষ্ট্ৰৰ পাছত অন্ধ্ৰ প্ৰদেশত 5,27,512 গৰাকী আৰু তামিলনাডুত 4,80,524 গৰাকী লোক আক্ৰান্ত হৈছে কৰ’ণা ভাইৰাছত ৷ ৰাজ্য দুখনত বৰ্তমানলৈ কৰ’ণাত আক্ৰান্ত হৈ মৃত্যু হৈছে ক্ৰমে 4,643 গৰাকী আৰু 8,093 গৰাকী লোক ৷

লগতে পঢ়ক : সভাপতিৰ আসন বিচাৰি উচ্চ ন্যায়ালয়লৈ যাব অতুল বৰা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.