ETV Bharat / bharat

পশ্চিমবংগত কৰ'ণাত মৃত্যুৰ সংখ্যা 475 গৰাকীলৈ বৃদ্ধি - Covid-19 death toll rises to 475 in West Bengal; no of cases 11

বিগত 24 ঘন্টাত ৰাজ্যখনত 389 গৰাকী লোকৰ দেহত ধৰা পৰিছে কোভিড-19 ৰ অৱস্থিতি ৷

With 12 fatalities, Covid-19 death toll rises to 475 in West Bengal
পশ্চিমবংগত কোভিড-19 ত আক্ৰান্তৰ মৃত্যুৰ সংখ্যা 475 গৰাকীলৈ বৃদ্ধি
author img

By

Published : Jun 15, 2020, 9:02 AM IST

নিউজ ডেস্ক,15 জুন: দেশৰ আন-আন সমূহ ৰাজ্যৰ সমান্তৰালকৈ পশ্চিমবংগতো ক্ৰমাৎ বৃদ্ধি পাইছে কোভিড-19 ত আক্ৰান্তৰ সংখ্যা ৷ বিগত 24 ঘন্টাত ৰাজ্য খনত 389 লোকৰ দেহত ধৰা পৰিছে কোভিড-19 ৰ অৱস্থিতি ৷ ইয়াৰ লগে-লগে ৰাজ্য খনত কোভিড-19 ত আক্ৰান্ত সংখ্যা 11 হাজাৰ 87 গৰাকীলৈ বৃদ্ধি পায় ৷ ইয়াৰে সক্ৰিয় ৰোগীৰ সংখ্যা 5,552 গৰাকী বুলি প্ৰকাশ কৰিছে পশ্চিমবংগৰ চৰকাৰে ৷

With 12 fatalities, Covid-19 death toll rises to 475 in West Bengal
পশ্চিমবংগত কোভিড-19 ত আক্ৰান্তৰ মৃত্যুৰ সংখ্যা 475 গৰাকীলৈ বৃদ্ধি

উল্লেখ্য যে, দেওবাৰে দিনটোত ৰাজ্যখনত মৃত্যু হয় 12 গৰাকী কোভিড-19 আক্ৰান্ত ৰোগী ৷ ইয়াৰ লগে লগে ৰাজ্যখনত কোভিড-19 আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা 475 গৰাকী হয়গৈ ৷ নিহত সকলৰ 6 জন কলকাতাৰ হোৱাৰ লগতে আন 6 জন ৰাজ্যখনৰ বিভিন্ন স্থানৰ বুলি প্ৰকাশ কৰিছে চৰকাৰে ৷ আনহাতে বিগত 24 ঘন্টাত ৰাজ্যখনত আৰোগ্য লাভ কৰা ৰোগীৰ সংখ্যা হৈছে 518 গৰাকী ৷

লগতে পঢ়কঃ অত্যাৱশ্যকীয় সেৱাৰ সৈতে আজিৰে পৰা আৰম্ভ হ'ব মুম্বাই লোকেল ট্ৰেইন

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.