ETV Bharat / bharat

টীম ইণ্ডিয়ালৈ অনুৰাগীৰ শুভেচ্ছা

মহিলা টি20ৰ ফাইনেলৰ বাবে ভাৰতীয় মহিলা দলক শুভেচ্ছা জ্ঞাপন কৰিলে অনুৰাগীয়ে ৷ ফাইনেলক লৈ উৎসাহী ক্ৰিড়াপ্ৰেমী ৷

author img

By

Published : Mar 8, 2020, 2:53 PM IST

wishes-to-team-india-for-world-cup-final
টীম ইণ্ডিয়ালৈ অনুৰাগীৰ শুভেচ্ছা

নিউজ ডেস্ক , 8 মাৰ্চঃ প্ৰথমবাৰৰ বাবে মহিলা টি20 বিশ্বকাপৰ ফাইনেলত প্ৰবেশ কৰা টীম ইণ্ডিয়ালৈ শুভেচ্ছা জ্ঞাপন কৰিছে বিভিন্নজনে ৷ গ্ৰুপৰ প্ৰথম মেচতেই বিশ্বচেম্পিয়ন অষ্ট্ৰেলিয়াক পৰাস্ত কৰি বৰ্তমানলৈকে অপ্ৰতিৰোধ্য হৈ থকা ভাৰতীয় দলটোক সামাজিক মাধ্যমত ভিডিঅ’যোগে শুভেচ্ছা জ্ঞাপন কৰিছে টীম ইণ্ডিয়াৰ অধ্যক্ষ কুলদ্বীপ যাদৱ , মল্লযোদ্ধা সুশীল কুমাৰ , দিল্লী কেপিটেলৰ স্পীনাৰ অমিত মিশ্ৰই ৷

ভাৰতীয় দললৈ অনুৰাগীৰ শুভেচ্ছা

ভাৰতৰ ৰাষ্ট্ৰীয় বেডমিণ্টন দলৰ প্ৰশিক্ষক পুল্লেলা গোপীচান্দে হৰমপ্ৰীত কৌৰ নেতৃত্বাধীন দলটোক শুভেচ্ছা জ্ঞাপন কৰি বিশেষ খেলখন উপভোগ কৰিবলৈ অনুৰোধ জনায় ৷

পুল্লেলা গোপীচান্দ

ভাৰতীয় মহিলা ক্ৰিকেট দলে প্ৰথমবাৰৰ বাবে ফাইনেলত প্ৰবেশ কৰাৰ পাছতেই ইটিভি ভাৰতৰ তৰফৰ পৰা ক্ৰিড়াপ্ৰেমী দৰ্শকৰ মাজত এক সাক্ষাৎকাৰ গ্ৰহণ কৰা হৈছিল ৷ ভাৰতীয় দলৰ প্ৰদৰ্শনক লৈ উৎফুল্লিত দৰ্শক সকলে ফাইনেল মেচখনক লৈ যথেষ্ট উৎসাহী বুলি উল্লেখ কৰে ৷

ক্ৰিড়াপ্ৰেমীৰ সৈতে ইটিভিৰ সাক্ষাৎকাৰ

লগতে পঢ়কঃ অপ্ৰতিৰোধ্য ভাৰতৰ সমুখত বিশ্ব চেম্পিয়ন অষ্ট্ৰেলিয়া

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.