ETV Bharat / bharat

ৰাফেল যুঁজাৰু বিমানৰ পাইলটৰ দায়িত্বত কৰ্ণাটকৰ উইংগ কামাণ্ডাৰ - ৰাফেল যুঁজাৰু বিমানৰ বাবে পাইলট নিয়োগ কৰ্ণাটকৰ উইংগ কামাণ্ডাৰ

বুধবাৰে ভাৰতত উপস্থিত হোৱা ৰাফেল যুদ্ধ বিমানৰ বাবে ইতিমধ্যে বাচনি কৰা হৈছে চাৰিজন কামাণ্ডাৰ । কৰ্ণাটকৰ বিজয়পুৰা সৈনিক বিদ্যালয়ৰ অৰুণা কুমাৰা নামৰ প্ৰাক্তন ছাত্ৰজনক ৰাফেল যুঁজাৰু বিমানৰ পাইলট হিচাপে বাছনি কৰা হৈছে বুলি জানিবলৈ দিয়ে ।

 ৰাফেল যুঁজাৰু
ৰাফেল যুঁজাৰু
author img

By

Published : Jul 29, 2020, 4:12 PM IST

Updated : Jul 29, 2020, 4:54 PM IST

নিউজ ডেস্ক, ২৯ জুলাইঃ ফান্সৰ পৰা ভাৰতত উপস্থিত হোৱা ৰাফেল যুদ্ধ বিমানৰ বাবে বিভিন্ন সৈনিক বিদ্যালয়ৰ চাৰিজন কামাণ্ডাৰক বাচনি কৰা হৈছে । বিশেষভাৱে বিজয়পুৰা সৈনিক বিদ্যালয়ৰ এজন শিক্ষাৰ্থীক ৰাফেল যুঁজাৰু বিমানৰ পাইলট হিচাপে নিৰ্বাচিত হৈছে । এই বিষয়টো কৰ্ণাটকৰ বাবে গৰ্বৰ মুহূৰ্ত বুলি জানিবলৈ দিয়ে ।

 ৰাফেল যুঁজাৰু
ৰাফেল যুঁজাৰু বিমানৰ পাইলটৰ দায়িত্বত কৰ্ণাটকৰ উইংগ কামাণ্ডাৰ

ভাৰতীয় বিমান বাহিনীৰ উইং কমাণ্ডাৰ অৰুণা কুমাৰা এই সুযোগ পাইছে বুলি জানিবলৈ দিয়ে । ৩৫ বছৰীয়া বয়সী অৰুণা কুমাৰা বিজয়পুৰা সৈনিক বিদ্যালয় ছাত্ৰ আছিল । অৰুণা কুমাৰা ১৯৯৫ চনৰ পৰা ২০০১ তম বৰ্ষৰ সৈনিক বিদ্যালয়ৰ শিক্ষাৰ্থী আছিল । ২০০২ চনৰ জানুৱাৰীত এনডিএত যোগদান কৰে । আনহাতে, তেখেতৰ পিতৃ এন প্ৰসাদে বায়ু সেনা ওয়াৰেণ্ট অফিচাৰ হিচাপে দায়িত্ব পালন কৰে ।

লগতে চাওকঃ বানাতংক অসম : মৃতকৰ সংখ্যা 104 গৰাকীলৈ বৃদ্ধি

Last Updated : Jul 29, 2020, 4:54 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.