ETV Bharat / bharat

"দিল বেছেৰা"ৰ দৃশ্য গ্ৰহণৰ ফটো শ্বেয়াৰ স্বস্তিকা মুখাৰ্জীৰ

জনপ্ৰিয় বঙালী তথা বলিউড অভিনেত্ৰী স্বস্তিকা মুখাৰ্জীয়ে মঙলবাৰে ছ'চিয়েল মিডিয়াত শ্বেয়াৰ কৰে এখন ফটো । মুক্তিৰ বাবে অপেক্ষাৰত তথা সদ্য প্ৰয়াত অভিনেতা সুশান্ত সিং ৰাজপুতৰ অন্তিমখন ছবি "দিল বেছেৰা"ৰ দৃশ্য় গ্ৰহণৰ ফটো শ্বেয়াৰ কৰে স্বস্তিকাই ।

author img

By

Published : Jul 15, 2020, 10:50 PM IST

স্বস্তিকা মুখাৰ্জী
স্বস্তিকা মুখাৰ্জী

নিউজ ডেস্ক, ১৫ জুলাইঃ মুক্তিৰ বাবে অপেক্ষাৰত ছবি "দিল বেছেৰা"ৰ অভিনেত্ৰী স্বস্তিকা মুখাৰ্জীয়ে মঙলবাৰে ছ'চিয়েল মিডিয়াত শ্বেয়াৰ কৰে এখন ফটো । য'ত "দিল বেছেৰা"ৰ দৃশ্য গ্ৰহণৰ সময়ত লোৱা ছবি বুলি উল্লেখ কৰে অভিনেত্ৰী গৰাকীয়ে ।

"দিল বেছেৰা"ত অভিনয় কৰা নৱাগতা অভিনেত্ৰী সঞ্জনা ছাংঘীৰ মাতৃৰ চৰিত্ৰ ৰূপায়ণ কৰা স্বস্তিকা আৰু সঞ্জনাক এখন বিচনাৰ ওপৰত বহি থকা প্ৰত্যক্ষ কৰা হৈছে ফটোখনত । উল্লেখ্য যে, ২০১৪ চনত মুক্তি পোৱা হলিউড ৰোমান্তিক ড্ৰামা ছবি "The Fault in Our Stars" হিন্দী সংস্কৰণ হিচাপে নিৰ্মাণ কৰা হৈছে সদ্য প্ৰয়াত সুশান্ত সিং ৰাজপুতৰ অন্তিমখন ছবি "দিল বেছেৰা"।

লগতে চাওকঃ অসম-বংগ সীমান্তৰ ৰায়ডাক নৈত যুৱকৰ সলিল সমাধি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.