ETV Bharat / bharat

কি হয় এই ফেনী ? - bhubaneswar

ফেনী ঘূৰ্ণী বতাহৰ বাবে সম্পূৰ্ণৰূপে বন্ধ হৈ পৰিছে বৈদ্যুতিক সেৱা ৷ ভুৱনেশ্বৰত খহি পৰিছে 10,000তকৈও অধিক বৈদ্যুতিক খুঁটা ৷ খহি পৰিছে বিভিন্ন অট্টালিকা ৷ গছ-গছনি উভালি পৰাৰ ফলত ব্যাহত হৈ পৰিছে বিদ্যুৎ যোগান ৷ শনিবাৰে নিশাৰ ভিতৰত ভুৱনেশ্বৰ,কটক আৰু গঞ্জম,ময়ুৰভঞ্জ,খুৰ্দা জিলাত বিদ্যুৎ যোগান ধৰিব বুলি প্ৰকাশ কৰিছে শক্তিবিভাগে ৷

কি হয় এই ফেনী?
author img

By

Published : May 4, 2019, 10:46 PM IST

Updated : May 5, 2019, 1:08 AM IST

নিউজ ডেস্ক, 4 মে' : সাগৰীয় ধুমুহা ফেনীৰ উৎপত্তি হৈছিল বংগোপসাগৰত ৷ সাপৰ ফনাৰ ওপৰত আধাৰ কৰি বাংলাদেশে দিছিল এই নাম ৷ বিগত 20 বছৰত অহা অন্যতম বিধ্বংসী ধুমুহা ফেনী ৷ 1999 চনত অহা প্ৰচণ্ড ঘূৰ্ণীবতাহৰ ফলত 270ৰ পৰা 300 কি:মি: বেগেৰে বলিছিল বতাহ ৷ শুকুৰবাৰে পুৱাৰ ভাগত ওড়িশাৰ উপকূল অঞ্চলত খুন্দা মৰাৰ পাচতে প্ৰচণ্ড ধুমুহা-বৰষুণে তাণ্ডৱ চলায় ৰাজ্যখনত ৷ বিগত 126 বছৰত ধুমুহা অথবা ঘূৰ্ণী বতাহৰ ওপৰত চলোৱা বিশ্লেষণত 14টা এই ধৰণৰ তৃতীয় অথবা চতুৰ্থ শ্ৰেণীৰ ধুমুহা আহিছে ৷

ফেনীৰ ঘূৰ্ণী বতাহৰ বাবে সম্পূৰ্ণৰূপে বন্ধ হৈ পৰিছে বৈদ্যুতিক সেৱা ৷ ভুৱনেশ্বৰত খহি পৰিছে 10,000তকৈও অধিক বৈদ্যুতিক খুঁটা ৷ খহি পৰিছে বিভিন্ন অট্টালিকা ৷ গছ-গছনি উভালি পৰাৰ ফলত ব্যাহত হৈ পৰিছে বিদ্যুৎ যোগান ৷ শনিবাৰে নিশাৰ ভিতৰত ভুৱনেশ্বৰ,কটক আৰু গঞ্জম,ময়ুৰভঞ্জ,খুৰ্দা জিলাত বিদ্যুৎ যোগান ধৰিব বুলি প্ৰকাশ কৰিছে শক্তিবিভাগে ৷ উল্লেখ্য যে, ফেনী (Fani) বাংলাদেশত যাক ফ'ণী ( Foni) উচ্চাৰণ কৰা হয় । এই ফেনীয়ে ইতিমধ্য ওড়িশা আৰু বংগোপসাগৰীয় উপকূলীয় অঞ্চলত তীব্ৰ ৰূপ ধাৰণ কৰি বিস্তৰ ক্ষতিসাধন কৰিছে ।

উপকূলীয় ৰাইজ্য ওড়িশাক বিধস্থ কৰি থৈ যোৱা ফেনী আছলতে কি হয়? ক’ত হৈছিল ইয়াৰ উৎপত্তি? 

সাগৰীয় ধুমুহা ফেনীৰ উৎপত্তি হৈছিল  বংগোপ সাগৰত ৷ সাপৰ ফনাৰ উপৰত আধাৰ কৰি বাংলাদেশে দিছিলে এই নাম ৷ বিগত 20 বছৰত অহা অন্যতম বিধ্বংসী ধুমুহা ফেনী ৷ 1999 চনত অহা প্ৰচণ্ড ঘূৰ্ণীবতাহৰ ফলত 270ৰ পৰা 300 কি:মি: বেগেৰে বলিছিল বতাহ ৷ ফেনীৰ পূৰ্বে অহা তিতলি ঘূৰ্ণীবতাহৰ ফলত বিশেষ ক্ষতিগ্ৰস্ত হোৱা নাছিল ৰাজ্যখনত ৷ শুকুৰবাৰে পুৱাৰ ভাগত ওড়িশাৰ উপকূল অঞ্চলত খুন্দা মৰাৰ পাচতে প্ৰচণ্ড ধুমুহা বৰষুণে তাণ্ডৱ চলাই ৰাজ্যখনত ৷ বিগত 126 বছৰত 14টা এই ধৰণৰ কেটেগৰী 3 আৰু  কেটেগৰী 4 ৰ ধুমুহা আহিছে ৷ 

ফেনী ঘূৰ্ণীবতাহৰ বাবে সম্পূৰ্ণৰূপে বন্ধ হৈ পৰিছে বৈদ্যুতিক সেৱা ৷ ভুৱনেশ্বৰত খহি পৰিছে 10,000তকৈও অধিক বৈদ্যুতিক খুটা ৷ খহি পৰিছে বিভিন্ন অট্টালিকা ৷ গছ-গছনি উভালি পৰাৰ ফলত ব্যাহত হৈ পৰিছে বিদ্যুৎ যোগান ৷ শনিবাৰে নিশাৰ ভিতৰত ভুৱনেশ্বৰ,কটক আৰু গঞ্জম,ময়ুৰভঞ্জ,খুৰ্দা জিলাত বিদ্যুৎ যোগান ধৰিব বুলি প্ৰকাশ কৰিছে শক্তিবিভাগে ৷
D4_idoEWkAA01xg.jpg
Last Updated : May 5, 2019, 1:08 AM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.