ETV Bharat / bharat

বিধানসভাত পশ্চিমবংগ চৰকাৰৰ CAA বিৰোধী প্ৰস্তাৱ - পাৰ্থ চেটাৰ্জীয়ে বিধানসভাত 2 বজাত উত্থাপন কৰে প্ৰস্তাৱ

পশ্চিমবংগ চৰকাৰে বিধানসভাত উত্থাপন কৰিলে CAA বিৰোধী প্ৰস্তাৱ ৷ মন্ত্ৰী পাৰ্থ চেটাৰ্জীয়ে বিধানসভাত 2 বজাত এই প্ৰস্তাৱ উত্থাপন কৰে ৷

বিধানসভাত উত্থাপন
পশ্চিমবংগ চৰকাৰৰ CAA বিৰোধী প্ৰস্তাৱ
author img

By

Published : Jan 27, 2020, 5:14 PM IST

নেশ্যনেল ডেস্ক, 27 জানুৱাৰী : সোমবাৰে পশ্চিমবংগ চৰকাৰে ৰাজ্যৰ বিধানসভাত উত্থাপন কৰিলে নাগৰিকত্ব সংশোধনী আইন (CAA) বিৰোধী প্ৰস্তাৱ ৷ এই প্ৰস্তাৱৰ মূল উদ্দেশ্য হ'ল নাগৰিকত্ব সংশোধনী আইন বাতিল কৰাৰ লগতে এন আৰ চি আৰু এন পি আৰ কাৰ্যকৰী কৰাৰ পৰিকল্পনা প্ৰত্যাহাৰ কৰাৰ দাবী জনোৱা ৷

তথ্য অনুসৰি, ৰাজ্যৰ সংসদীয় কাৰ্য মন্ত্ৰী পাৰ্থ চেটাৰ্জীয়ে বিধানসভাত 2 বজাত এই প্ৰস্তাৱ উত্থাপন কৰে ৷

উল্লেখ্য যে, কেৰালা, ৰাজস্থান আৰু পাঞ্জাৱে পূৰ্বেই এই আইনৰ বিৰুদ্ধে প্ৰস্তাৱ গৃহীত কৰিছে ৷

আৰু পঢ়ক : কোৰোণা ভাইৰাছ ৰোধৰ বাবে ভেকচিন প্ৰস্তুতি খৰটকীয়া কৰিছে চীনে

ZCZC
PRI GEN NAT
.KOLKATA CAL9
WB-RESOLUTION-CAA
West Bengal govt tables anti-CAA resolution in Assembly
         Kolkata, Jan 27 (PTI) The West Bengal government on
Monday tabled a resolution against the Citizenship (Amendment)
Act in the Assembly.
         The resolution appeals to the Union government to
repeal the amended citizenship law and revoke plans to
implement NRC and update NPR.
         As per reports, state Parliamentary Affairs Minister
Partha Chatterjee introduced the resolution in the House
around 2 pm.
         Three states - Kerala, Rajasthan and Punjab - have
already passed resolutions against the new citizenship law.
         The law has emerged as the latest flashpoint in the
state, with the TMC opposing the contentious legislation tooth
and nail, and the BJP pressing for its implementation. PTI PNT
Incidentally, Kerala, Rajasthan and Punjab have passed
resolutions against the new citizenship law.
The new citizenship law has emerged as the latest flashpoint
in the state, with the TMC opposing the contentious
legislation tooth and nail, and the BJP pressing for its
implementation. PTI PNT
RMS
RMS
01271430
NNNN
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.