ETV Bharat / bharat

প্ৰধানমন্ত্ৰী মোডীৰ বাবেই বিজেপিত যোগদান কৰিছোঃ ববিতা ফোগট - অনুচ্ছেদ 35(A)

সোমবাৰে ভাৰতীয় জনতা পাৰ্টীত আনুষ্ঠানিকভাৱে যোগদান কৰে মল্লযুঁজাৰু ববিতা ফোগটে ৷ নিজৰ পিতৃ মহাবীৰ ফোগটৰ সৈতে নতুন দিল্লীত অনুষ্ঠিত এক সভাত বিজেপিত যোগদান কৰে বিশিষ্ট খেলুৱৈগৰাকীয়ে ৷

প্ৰধানমন্ত্ৰী মোডীৰ বাবেই বিজেপিত যোগদান কৰিছোঃ ববিতা ফোগট
author img

By

Published : Aug 12, 2019, 9:54 PM IST

নিউজ ডেস্ক, 12 আগষ্টঃ সোমবাৰে ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰে দেশৰ আগশাৰীৰ খেলুৱৈ ববিতা ফোগটে ৷ দ্ৰোণাচাৰ্য বঁটা প্ৰাপক মল্লযুঁজাৰুগৰাকীয়ে নিজৰ পিতৃ মহাবীৰ ফোগটৰ সৈতে একেলগে বিজেপিত যোগদান কৰে ৷ হাৰিয়ানাৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বেই খেলুৱৈগৰাকীয়ে বিজেপিত যোগদান কৰাক লৈ এতিয়া সৰ্বত্ৰে চৰ্চাৰ সৃষ্টি হৈছে ৷

প্ৰধানমন্ত্ৰী মোডীৰ বাবেই বিজেপিত যোগদান কৰিছোঃ ববিতা ফোগট

কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী কিৰেণ ৰিজিজুৰ উপস্থিতিত বিজেপিত যোগদান কৰে খেলুৱৈগৰাকীয়ে ৷ দলটোত যোগদান কৰাৰ পৰৱৰ্তী সময়ত ইটিভি ভাৰতৰ সৈতে হোৱা এক সাৎক্ষাকাৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ প্ৰসংগ উল্লেখ কৰে খেলুৱৈগৰাকীয়ে ৷ ববিতা ফোগটৰ মতে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী এগৰাকী বিচক্ষণ নেতা ৷ অনুচ্ছেদ 370 আৰু অনুচ্ছেদ 35(A)ৰ ওপৰত মোডীয়ে গ্ৰহণ কৰা সিদ্ধান্ত আদৰণীয় ৷ প্ৰধানমন্ত্ৰী মোডীৰ নেতৃত্বৰ দ্বাৰা অনুপ্ৰাণিত হৈয়ে খেলুৱৈগৰাকীয়ে বিজেপিত যোগদান কৰাৰ কথা উল্লেখ কৰে ৷ অৱশ্যে দলটোত যোগদান কৰিলেও নিজৰ ক্ৰীড়া জীৱন আগৰ দৰেই ৰাখিব বুলি মন্তব্য কৰে খেলুৱৈগৰাকীয়ে ৷

Intro:भाजपा में हर राज्य से और हर छेत्र से लोगों के आने का तांता लगा हुआ है,इससे पहले फ़िल्म के कई कलाकारों ने पश्चिम बंगाल से भाजपा का दामन थामा था और अब खेल से मशहूर खिलाड़ी और दंगल गर्ल बबिता फोगाट और उनके पिता और द्रोणाचार्य पुरुस्कार विजेता महावीर फ़फोगाट ने भाजपा की सदस्यता ग्रहण की ।।बेटी और पिता दोनों को पार्टी की सदस्यता पूर्व गृह राज्य मंत्री किरेन रिजीजू और हरियाणा प्रभारी अनिल जैन ने दिलवाई।हालांकि महावीर फोगाट ने पहले जजपा भी जॉइन किया था और अब बहजप का दामन थामा है

Body:ईटीवी से खास बातचीत में बबिता फोगाट ने कहा की जिस तरह नरेंद्र मोदी सर ने जम्मू काशमीर से धारा 370 हटाया और 35 a हटाया उसे देखकर मैं बहुत प्रभावित हुई और इसलिए मैंने बीजेपी जॉइन किया उन्होंने कहैंकि वो राजनीति के साथ2 कुश्ती भी जारी रखेंगी, उन्होंने कहाः की कुश्ती की दांवपेंच उन्होंने अपने पिता से सीखी है और राजनीति में उनके पिता उनके साथ आये हैं यहां भी उनसे सीखेंगी मगर देश के प्रधानमंत्री से वो काफी प्रभावित हैं।उन्होंने कहा कि जो देश से प्यार करते हैं वो 370 हटाने से खुश हैं और जो विरोद्धि हैं वो विरोध कर रहे

Conclusion:वहीं बबिता फोगाट के पिता और द्रोणाचार्य पुरुष्कार विजेता महावीर फोगाट ने भी ईटीवी से बातचीत में बताया कि 370 हटाने का जो विरोध कर रहे उन्ही की वजह से आज देश की ये हालात है कांग्रेस जैसी पार्टी हमेशा से देश का विरोध करती रही है और 370 हटाने पर भी वो पाकिस्तान के साथ है ,पहले जजपा और अब भाजपआ के आने की वजह उन्होंने बताया कि जजपा में वो जिस उद्देश्य से गये थे वहां वो पूरी नही हुई और भाजपा और नरेंद्र मोदी से देश की जनता आज प्रभावित है है सभी जानते हैं ये पार्टी डेज़ह के हिट में काम कर रही उन्होंने चुनाव लड़ने पर कहा कि पार्टी जो कहेगी वो करेंगे।।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.