ETV Bharat / bharat

অনাগত দিনত আৰু অধিক ৰে'ল সেৱা পুনৰাম্ভ হ'বঃ পিয়ুষ গোৱেল

author img

By

Published : May 21, 2020, 10:31 PM IST

কাইলৈৰ পৰা দেশৰ 1.7 লাখ সাধাৰণ সেৱা কেন্দ্ৰত ৰেলৰ টিকট বুকিং প্ৰক্ৰিয়া আৰম্ভ হ'ব বুলি ৰেলৱে মন্ত্ৰী পিয়ুষ গোৱেলে প্ৰকাশ কৰিছে ।

পিয়ুষ গোৱেল
পিয়ুষ গোৱেল

নিউজ ডেস্ক, 21 মে': কাইলৰ পৰা সাধাৰণ লোকৰ বাবে আৰু অধিক সহজ হ'ব ৰে'লৰ টিকট বুকিং প্ৰক্ৰিয়া । কিয়নো কাইলৈৰ পৰা সমগ্ৰ দেশৰ 1.7 লাখ সাধাৰণ সেৱা কেন্দ্ৰত ৰেলৰ টিকট বুকিং প্ৰক্ৰিয়া পুনৰ আৰম্ভ কৰা হ'ব । এই কথা প্ৰকাশ কৰে ৰে'ল বিভাগৰ মন্ত্ৰী পিয়ুষ গোৱেলে । তেওঁ লগতে অনাগত দুই-তিনিদিনৰ ভিতৰত বিভিন্ন ষ্টেচনৰ কাউন্টাৰতো টিকট উপলব্ধ হ'ব বুলি কয় । এই সম্পৰ্কে প্ৰট'কল প্ৰস্তুত কৰি আছে ।

তেওঁ কয় যে, "আমি অনাগত দিন কেইটাৰ ভিতৰত আৰু অধিক ৰে'ল সেৱা পুনৰাম্ভ কৰাৰ কথা ঘোষণা কৰিম । আমি ইতিমধ্যে ৰে'লৱে ষ্টেচনত থকা দোকান সমূহ খুলিবলৈয়ো অনুমতি দিছো ।"

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.