ETV Bharat / bharat

চীনা উৎপাদিত সামগ্ৰীৰ বিকল্প নাইঃ এম.চি.চি.আই - Merchants' Chamber of Commerce & Industry

Merchants' Chamber of Commerce & Industryৰ অধ্যক্ষ বিবেক গুপ্তাৰ সৈতে ইটিভি ভাৰতৰ আছুতীয়া সাক্ষাৎকাৰ ৷ ভাৰত-চীনৰ মাজৰ শেহতীয়া গতিবিধিক লৈ অধ্যক্ষ বিবেক গুপ্তাই কয় "অনুভৱবোৰ নিজৰ স্থানত আৰু ব্যৱসায় নিজৰ স্থানত ৷ " সবিশেষ জানিবলৈ চাওক এই বিশেষ সাক্ষাৎকাৰ

Vivek Gupta Interview  President, Merchant Chamber of Commerce and Industries
চীনা উৎপাদিত সামগ্ৰীৰ বিকল্প নাইঃ
author img

By

Published : Jun 27, 2020, 6:13 PM IST

নিউজ ডেস্ক,27 জুনঃ Merchants' Chamber of Commerce & Industryৰ অধ্যক্ষ বিবেক গুপ্তাই ভাৰত আৰু চীনৰ মাজত চলি থকা গতিবিধিক লৈ নিজৰ মতামত প্ৰকাশ কৰে ইটিভি ভাৰতৰ সহকাৰী সম্পাদক (Deputy Editor ) পাৰ্থ প্ৰতীম ঘোষৰ সন্মুখত ৷

ইটিভি ভাৰতৰ সৈতে বিবেক গুপ্তা
ইটিভি ভাৰতৰ সৈতে বিবেক গুপ্তা

বিবেক গুপ্তাৰ মতে, "অনুভৱবোৰ নিজৰ স্থানত আৰু ব্যৱসায় নিজৰ স্থানত ৷ আমাৰ ভাৱনা বা অনুভৱ সদায় শ্বহীদ সৈনিক সকলৰ সৈতে আছে ৷ কিন্তু ইয়াত কোনো সন্দেহ নাই যে, কোনো দেশৰ পৰা সামগ্ৰী আমদানি কৰাটো যথেষ্ট সহজ কাম নহয় ৷ গুপ্তাই জনাই যে, চীনৰ পৰা সামগ্ৰী আমদানি নকৰাৰ অৰ্থ হ'ব দেশত উৎপাদিত সামগ্ৰীৰ দৰ বৃদ্ধি কৰা ৷ "

লগতে পঢ়কঃচীনা কমিউনিষ্ট পাৰ্টিৰ কৰ্মকৰ্তাৰ ওপৰত ভিচা নিষেধাজ্ঞা আমেৰিকাৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.