ETV Bharat / bharat

অন্ধ্ৰ প্ৰদেশৰ নৱগঠিত উচ্চ ন্যায়ালয়ৰ প্ৰথমগৰাকী মুখ্য ন্যায়াধীশ নিযুক্তি

বিক্ৰম নাথক নিযুক্ত কৰা হৈছে অন্ধ্ৰ প্ৰদেশৰ নৱগঠিত উচ্চ ন্যায়ালয়ৰ প্ৰথমগৰাকী মুখ্য ন্যায়াধীশ হিচাপে । ইয়াৰ পূৰ্বে এলাহাবাদ উচ্চ ন্যায়ালয়ৰ জেষ্ঠ বিচাৰপতি আছিল বিক্ৰম নাথ ।

author img

By

Published : Apr 10, 2019, 9:47 PM IST

ETV BHARAT

অন্ধ প্ৰদেশ, ১০ এপ্ৰিলঃ অন্ধ প্ৰদেশৰ নতুনকৈ গঠন কৰা উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে নিযুক্ত কৰা হ'ল জ্যেষ্ঠ বিচাৰপতি বিক্ৰম নাথক । ইয়াৰ আগতে বিক্ৰম নাথ আছিল এলাহাবাদ উচ্চ ন্যায়ালয়ৰ জেষ্ঠ বিচাৰপতি । বুধবাৰে তেখেতক নতুনকৈ গঠন কৰা অন্ধ্ৰ প্ৰদেশৰ প্ৰথমগৰাকী মুখ্য ন্যায়াধীশ হিচাপে নিযুক্তি দিয়া হয় ।

ETV BHARAT
অন্ধ্ৰ প্ৰদেশৰ নৱগঠিত উচ্চ ন্যায়ালয়ৰ প্ৰথমগৰাকী মুখ্য ন্যায়াধীশ নিযুক্ত

উচ্চতম ন্যায়ালয়ৰ যুটীয়া কমিটিত থকা উচ্চতম ন্যায়ালয়ৰ অধ্যক্ষ ৰঞ্জন গগৈৰ সহিতে বিচাৰপতি এছ এ ববডে আৰু এন ৱি ৰমানাই মুখ্য ন্যায়াধীশ হিচাপে বিক্ৰম নাথৰ নাম অনুমোদন জনায় । উল্লেখ্য যে, চলিত বৰ্ষৰ জানুৱাৰী মাহৰ ১ তাৰিখে গঠিত হৈছে অন্ধ্ৰ প্ৰদেশৰ উচ্চ ন্যায়ালয় । ইয়াৰ পূৰ্বে অন্ধ্ৰ প্ৰদেশ আৰু তেলেংগানা দুয়োখন ৰাজ্যই উমৈহতীয়াভাৱে উচ্চতম ন্যায়ালয়ত সমাপন কৰিছিল বিচাৰ প্ৰক্ৰিয়া ।

Intro:কাইলৈ অসমলৈ আহিব মোডী
FULL SCRIPT SENT BY EMAIL

Body:কাইলৈ অসমলৈ আহিব মোডী

Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.