ETV Bharat / bharat

গেংষ্টাৰ বিকাশ ডুবেঃ তৃতীয়টো অ'ডিঅ ক্লিপ ভাইৰেল

author img

By

Published : Jul 16, 2020, 5:05 PM IST

উত্তৰ প্ৰদেশৰ কানপুৰৰ ঘটনাৰ পিচত মংগলবাৰে গেংষ্টাৰ বিকাশ ডুবেৰ সহযোগী শাশিকান্ত পাণ্ডেক গ্ৰেপ্তাৰ কৰাৰ পিচতে পাণ্ডেৰ পত্নী মনুৰ তৃতীয়টো অ'ডিঅ ক্লিপ চছিয়েল মিডিয়াত ভাইৰেল হোৱা দেখা গৈছে ৷ উক্ত অ'ডিঅ ক্লিপটোত মনু পাণ্ডে অপৰাধী সকলৰ ভিতৰৰ এজনৰ সৈতে কথা পতা শুনা পোৱা গৈছে ৷ যিজন ব্যক্তিৰ ইতিমধ্যে মৃত্যু হৈছিল ৷ লগতে,ক্লিপটোৰ পৰা এয়াও গম পোৱা গৈছিল যে,কাণপুৰৰ বিকৰু গাঁৱত আৰক্ষীৰ দলক আক্ৰমণ কৰা ঘটনাটো পূৰ্ব পৰিকল্পিত আছিল ৷

Vikas Dubey encounter: Third audio clip of Shashikant Pandey's wife goes viral
গেংষ্টাৰ বিকাশ ডুবেঃ তৃতীয়টো অ'ডিঅ ক্লিপ ভাইৰেল

নিউজ ডেস্ক, 16 জুলাই : উত্তৰ প্ৰদেশৰ কানপুৰৰ ঘটনাৰ পিচত মঙলবাৰে গেংষ্টাৰ বিকাশ ডুবেৰ সহযোগী শাশিকান্ত পাণ্ডেক গ্ৰেপ্তাৰ কৰাৰ পিচতে পাণ্ডেৰ পত্নী মনুৰ তৃতীয়টো অ'ডিঅ ক্লিপ চ'ছিয়েল মিডিয়াত ভাইৰেল হোৱা দেখা গৈছে ৷

উক্ত অ'ডিঅ ক্লিপটোত মনু পাণ্ডে অপৰাধী সকলৰ ভিতৰৰ এজনৰ সৈতে কথা পতা শুনা পোৱা গৈছে ৷ যিজন ব্যক্তিৰ ইতিমধ্যে মৃত্যু হৈছিল ৷ লগতে, ক্লিপটোৰ পৰা এয়াও গম পোৱা গৈছিল যে,কাণপুৰৰ বিকৰু গাঁৱত আৰক্ষীৰ দলক আক্ৰমণ কৰা ঘটনাটো পূৰ্ব পৰিকল্পিত আছিল ৷ আনহাতে,ক্লিপটোত বিকৰু গাঁৱত আৰক্ষী উপস্থিত হোৱাৰ আগতে তেওঁলোকে ফোনত সংযুক্ত হৈছিল ৷

উল্লেখযোগ্য যে, মনু পাণ্ডেৰ চ'ছিয়েল মিডিয়াত ভাইৰেল হোৱা এইটো তৃতীয়টো অ'ডিঅ ক্লিপ ৷ ইয়াৰ আগতে,দ্ধিতীয়টো ক্লিপত মনু পাণ্ডে তেওঁৰ এগৰাকী আত্মীয়ৰ সৈতে কথা পতা শুনা পোৱা গৈছিল ৷ যি গৰাকী ব্যক্তিয়ে মনু পাণ্ডেক ততালিকে তেওঁৰ ফোন নম্বৰ সলনি কৰিবলৈ অনুৰোধ কৰা হৈছিল ৷ উক্ত ক্লিপটোত মনু পাণ্ডেক এগৰাকী মহিলা আত্মীয়ৰ সৈতে বাৰ্তালাপ কৰা শুনা পোৱা গৈছিল ৷ য'ত আৰক্ষীৰ হত্যাকাণ্ডৰ ওপৰত পৰামৰ্শ লোৱা দেখা পোৱা গৈছিল ৷ লগতে,মনু পাণ্ডেই মহিলা গৰাকীৰ সৈতে পৰৱৰ্তী সময়ত কি কৰিব সেয়াও শুনা পোৱা গৈছিল ৷

লগতে পঢ়ক: বিটিচিত বিপিএফৰে মিত্ৰতা অস্বীকাৰ বিজেপিৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.