ETV Bharat / bharat

উপৰাষ্ট্ৰপতি ভেংকেয়া নাইডুৰ ধৰ্মীয় নেতাৰ সৈতে বাৰ্তালাপ

author img

By

Published : May 8, 2020, 8:40 AM IST

কৰ'ণা ভাইৰাছৰ সংকটকালত এই লোক এই লোক সকলৰ খবৰ লয় উপৰাষ্ট্ৰপতি গৰাকীয়ে ।সহায়ৰ প্ৰয়োজন হোৱা লোক সকলক সহায় কৰিবলৈ নেতা সকলে যাতে সাধাৰণ লোকক উৎসাহ যোগাই তাৰ বাবেও আহ্বান ভেংকেয়া নাইডুৰ ।

উপৰাষ্ট্ৰপতি ভেংকেয়া নাইডুৰ  ধৰ্মীয় নেতাৰ সৈতে বাৰ্তালাপ
উপৰাষ্ট্ৰপতি ভেংকেয়া নাইডুৰ ধৰ্মীয় নেতাৰ সৈতে বাৰ্তালাপ

নিউজ ডেস্ক, 8 মে': ভাৰতৰ উপ-ৰাষ্ট্ৰপতি ভেংকায়া নাইডুৱে বৃহস্পতিবাৰে লকডাউনৰ মাজতে ধৰ্মীয় নেতাসকলৰ সৈতে মত বিনিময় কৰে । ধৰ্মীয় নেতাৰ লগতে তেওঁ বিশিষ্ট সমাজ কৰ্মীসকলৰ সৈতেও মত বিনিময় কৰে । কৰ'ণা ভাইৰাছৰ এই সংকটৰ মাজতে উপ-ৰাষ্ট্ৰপতি গৰাকীয়ে এই ধৰ্মীয় নেতাসকলৰ খবৰ লয় ৷

লগতে তেওঁ উপ-ৰাষ্ট্ৰপতিৰ সচিবালয়ৰ এক টুইতত প্ৰকাশ কৰে যে, ধৰ্মীয় নেতাসকলে যাতে সাধাৰণ লোকক নেতৃত্ব দি লকডাউনৰ নিয়মৰ লগতে কৰ'ণা ভাইৰাছ সংক্ৰমণৰ ৰোধৰ বাবে দিয়া নিয়মসমূহ পালনৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে ।

আনহাতে সহায়ৰ প্ৰয়োজন হোৱা লোকসকলক সহায় কৰিবলৈ নেতাসকলে যাতে সাধাৰণ লোকক উৎসাহ যোগাই তাৰ বাবেও আহ্বান জনাই নাইডুয়ে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.