ETV Bharat / bharat

পূৰ্ব লাডাখ পৰিদৰ্শন এয়াৰ চীফ হৰজিৎ সিং আৰোৰাৰ - বিমান বাহিনীৰ প্ৰধান এয়াৰ মাৰ্ছাল হৰজিৎ সিং আৰোৰা

যিকোনো পৰিস্থিতিৰ বাবে কামাণ্ডোক সাজু থাকিবলৈ নিৰ্দেশ বিমান বাহিনীৰ প্ৰধান এয়াৰ মাৰ্ছাল হৰজিৎ সিং আৰোৰা ৷ শুকুৰবাৰে পূৰ্ব লাডাখৰ নিয়ন্ত্ৰণ ৰেখাত উপস্থিত হৈ এই নিৰ্দেশ দিয়ে বায়ু প্ৰধান গৰাকীয়ে ৷

হৰজিৎ সিং আৰোৰা
পূৰ্ব লাডাখ পৰিদৰ্শন এয়াৰ চীফ হৰজিৎ সিং আৰোৰাৰ
author img

By

Published : Aug 8, 2020, 7:32 AM IST

নিউজ ডেস্ক, 8 আগষ্টঃ শুকুৰবাৰে পূৰ্ব লাডাখৰ নিয়ন্ত্ৰণ ৰেখাত উপস্থিত হয় বিমান বাহিনীৰ প্ৰধান এয়াৰ মাৰ্ছাল হৰজিৎ সিং আৰোৰা ৷ বিমান বাহিনীৰ প্ৰধান গৰাকী উপস্থিত হৈ এয়াৰবেছ সমূহ পৰিদৰ্শন কৰি অঞ্চলটোত যিকোনো ঘটনাৰ সন্মুখীন হ'বলৈ আইএএফক সাজু থাকিবলৈ নিৰ্দেশ দিয়ে বুলি জানিবলৈ দিয়ে বিমান বাহিনীৰ কৰ্মকৰ্তাই ৷

হৰজিৎ সিং আৰোৰা
পূৰ্ব লাডাখ পৰিদৰ্শন এয়াৰ চীফ হৰজিৎ সিং আৰোৰাৰ

লগতে কয় যে,এয়াৰ মাৰ্ছাল সিঙে দৌলত বেগ ওলডীৰ ৰণনীতি ৰূপে কেইবাটাও গুৰুত্বপূৰ্ণ এয়াৰবেছ পৰিদৰ্শন কৰে ৷ যি বিশ্বৰ সকলোতকৈ উচ্চতাত থকা এয়াৰষ্ট্ৰীপ হিচাপে পৰিচিত তথা য'ত ভাৰতীয় বায়ুসেনাই চীনৰ সৈতে হোৱা সীমান্ত উত্তেজনাৰ সময়ত মোতায়েন কৰা হৈছিল ৷ লাডাখত থকা এই এয়াৰবেছৰ উচ্চতা হৈছে 16,600 ফুট ৷

তাৰোপৰি বায়ুসোনাৰ প্ৰধান গৰাকীয়ে বায়ুসেনাৰ যোদ্ধা সকলৰ লগত হোৱা বাৰ্তালাপত যোদ্ধাসকলক সকলো সময়তে অধিক তৎপৰ তথা প্ৰস্তুত হৈ থাকিবলৈ কয় বুলি মত প্ৰকাশ কৰে আইএএফৰ এজন মুখপাত্ৰই ৷ লগতে পৰিদৰ্শনৰ সময়ত এয়াৰ মাৰ্ছাল সিঙে এখন চিনুক হেলিকপ্তাৰ আৰু এখন যুঁজাৰু হেলিকপ্তাৰ উৰুৱাই বুলিও উল্লেখ কৰে ৷

আৰু পঢ়কঃ এয়াৰ ইণ্ডিয়াৰ পূৰ্বে MiG-21 ৰ পাইলট আছিল দুৰ্ভগীয়া কেপ্টেইন দীপক ভি. চাথে

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.