ETV Bharat / bharat

লক ডাউন উলংঘা কৰাৰ বাবেই পিতৃৰ বিৰুদ্ধে গোচৰ ৰুজু পুত্ৰৰ

author img

By

Published : Apr 3, 2020, 6:50 PM IST

দিল্লীৰ বসন্ত কুঞ্জ অঞ্চলত পিতৃৰ বিৰুদ্ধে গোচৰ ৰুজু কৰে পুুত্ৰই । মহামাৰী কৰ'ণা ভাইৰাছৰ প্ৰতিৰোধৰ বাবে দেশজুৰি চলা লক ডাউনৰ নিয়ম উলংঘা কৰাৰ বাবেই গোচৰ ৰুজু কৰে পিতৃৰ বিৰুদ্ধে ।

লক ডাউন
লক ডাউন উলংঘা কৰাৰ বাবেই পিতৃৰ বিৰুদ্ধে গোচৰ ৰুজু পুত্ৰৰ

নিউজ ডেস্ক, ৩ এপ্ৰিলঃ দক্ষিণ-পশ্চিম দিল্লীৰ বসন্ত কুঞ্জ অঞ্চলৰ এজন ৩০ বছৰীয়া পুত্ৰই গোচৰ ৰুজু কৰিলে পিতৃৰ বিৰুদ্ধে । লক ডাউনৰ নীতি-নিয়ম উলংঘা কৰাৰ বাবেই পিতৃৰ বিৰুদ্ধে গোচৰ ৰুজু কৰে পুত্ৰই ।

বসন্ত কুঞ্জ দক্ষিণ আৰক্ষী থানাত বুধবাৰে ৰুজু কৰে গোচৰ । পুত্ৰ অভিষকে গোচৰ ৰুজু কৰি কয় যে, মোৰ পিতৃ বীৰেন্দ্ৰ সিং(৫৯) লক ডাউনৰ নিয়ম পালন নকৰি বিভিন্ন অঞ্চললৈ ফুৰিবলৈ যায় ।

গোচৰ ৰুজু কৰা অভিষেক ৰাজোকৰী অঞ্চলৰ বাসিন্দা আৰু এটা ব্যক্তিগত কোম্পানীত কৰ্মৰত ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.