নিউজ ডেস্ক, 4 জুলাই : নৱ ভাৰতৰ অন্যতম প্ৰতিষ্ঠাতা, প্ৰসিদ্ধ ভাৰতীয় দাৰ্শনিক, বিশ্বৰ অন্যতম ধৰ্মগুৰু স্বামী বিবেকানন্দৰ আজি 118 সংখ্যক মৃত্যুবাৰ্ষিকী ৷ ভাৰতৰ প্ৰসিদ্ধ মানৱগৰাকীৰ মৃত্য়ুবাৰ্ষিকীত সমগ্ৰ দেশেই তেওঁৰ অৱদানক স্মৰণ কৰাৰ লগতে শ্ৰদ্ধাঞ্জলী অৰ্পন কৰে ৷
লগতে পঢ়কঃ গালৱান ঘাটীত শ্বহীদ হোৱা সেনা জোৱানৰ নামেৰে নামকৰণ COVID হাস্পতালৰ ৱাৰ্ড
দেশৰ উপ-ৰাষ্ট্ৰপতি ভেংকায়া নাইডুৱে টুইটযোগে প্ৰসিদ্ধ ধৰ্মগুৰুগৰাকীক স্মৰণ কৰে ৷ তেওঁৰ ভাষণ প্ৰদান কৰা কৌশল আৰু ভাৰতীয় দৰ্শনৰ ওপৰত থকা জ্ঞানৰ বাবেই আমাৰ দেশে সমগ্ৰ বিশ্বতে এক আগস্থান পাইছিল আৰু তেওঁৰ বুদ্ধিমত্তা, অসাধাৰণ জ্ঞানে তেওঁক ভাৰতৰ অন্যতম ধৰ্মগুৰুসকলৰ ভিতৰত আগস্থান প্ৰদান কৰিছে বুলি টুইটযোগে উল্লেখ কৰে ভেংকায়া নাইডুৱে ৷
-
स्वामी विवेकानंद ने पश्चिमी विश्व को भारत के वेदांत दर्शन की गंभीरता से परिचित कराया। भारतीय दर्शन परम्परा का सामयिक संदर्भों में सरल और सुगम विश्लेषण किया।
— Vice President of India (@VPSecretariat) July 4, 2020 " class="align-text-top noRightClick twitterSection" data="
युवाओं से आग्रह करता हूं कि वे स्वामी विवेकानंद के विशाल वांग्मय का अध्ययन करें और उनके दर्शन को जीवन में आत्मसात करें।
">स्वामी विवेकानंद ने पश्चिमी विश्व को भारत के वेदांत दर्शन की गंभीरता से परिचित कराया। भारतीय दर्शन परम्परा का सामयिक संदर्भों में सरल और सुगम विश्लेषण किया।
— Vice President of India (@VPSecretariat) July 4, 2020
युवाओं से आग्रह करता हूं कि वे स्वामी विवेकानंद के विशाल वांग्मय का अध्ययन करें और उनके दर्शन को जीवन में आत्मसात करें।स्वामी विवेकानंद ने पश्चिमी विश्व को भारत के वेदांत दर्शन की गंभीरता से परिचित कराया। भारतीय दर्शन परम्परा का सामयिक संदर्भों में सरल और सुगम विश्लेषण किया।
— Vice President of India (@VPSecretariat) July 4, 2020
युवाओं से आग्रह करता हूं कि वे स्वामी विवेकानंद के विशाल वांग्मय का अध्ययन करें और उनके दर्शन को जीवन में आत्मसात करें।
স্বামী বিবেকানন্দই বেদান্ত দৰ্শনৰ সৈতে পশ্চিমীয়া দেশসমূহক পৰিচয় কৰাই দিছিল আৰু তেওঁ ভাৰতীয় সংস্কৃতি আৰু সভ্যতাৰ এগৰাকী অন্যতম দূত আছিল বুলি ভেংকায়া নাইডুৱে প্ৰকাশ কৰে ৷
স্বামী বিবেকানন্দৰ চিন্তাধাৰা, তেওঁৰ শব্দ আৰু কৰ্মই দেশৰ প্ৰতিগৰাকী ভাৰতীয়ক এখন উন্নত, সম্বৃদ্ধ আৰু শান্তিপূৰ্ণ নতুন ভাৰত গঢ় দিয়াৰ বাবে আজিও অনুপ্ৰেৰণা যোগাই আহিছে ৷
লগতে পঢ়কঃ অজান কথাঃ 470 গৰাকী কন্যাক বিয়া দিয়া গুজৰাটৰ এগৰাকী ব্যৱসায়ী