ETV Bharat / bharat

প্ৰৱাসী ছাত্ৰ-ছাত্ৰীক গৃহ ৰাজ্যলৈ পঠিয়াবলৈ সিন্ধান্ত উত্তৰ প্ৰদেশ চৰকাৰৰ

লক ডাউনৰ বাবেই উত্তৰ প্ৰদেশৰ য়োগী আদিত্যনাথ নেতৃত্বাধীন চৰকাৰে প্ৰৱাসী শিক্ষাৰ্থীসকলক নিজৰ গৃহ ৰাজ্যলৈ ঘূৰাই পঠোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰে । যাৰ বাবে শুকুৰবাৰে নয়দাত থকা প্ৰৱাসী শিক্ষাৰ্থীসকলৰ সুবিধাৰ্থে অনলাইনযোগে প-পত্ৰ পূৰণৰ ব্য়ৱস্থা কৰে উত্তৰ প্ৰদেশৰ চৰকাৰে ।

লক ডাউন
প্ৰৱাসী ছাত্ৰ-ছাত্ৰীক গৃহ ৰাজ্যলৈ পয়াবলৈ সিন্ধান্ত উত্তৰ প্ৰদেশৰ চৰকাৰৰ
author img

By

Published : May 1, 2020, 6:43 PM IST

নিউজ ডেস্ক, ১ মেঃ উত্তৰ প্ৰদেশৰ চৰকাৰে লক ডাউনৰ বাবে বিভিন্ন ৰাজ্যত আৱদ্ধ হৈ থকা ছাত্ৰ-ছাত্ৰীক নিজ গৃহ ৰাজ্যলৈ ঘূৰাই পঠাবলৈ সিদ্ধান্ত গ্ৰহণ কৰে । যাৰ বাবে শুকুৰবাৰে নয়দাত আৱদ্ধ হৈ পৰা ছাত্ৰ-ছাত্ৰীসকলৰ বাবে অনলাইনযোগে প-পত্ৰ পূৰন কৰাৰ ব্যৱস্থা গ্ৰহণ কৰে কৰিছে চৰকাৰখনে ।

অনলাইন ফৰ্মত ছাত্ৰ-ছাত্ৰীসকলৰ নাম, ঠিকনা, পিতৃ-মাতৃৰ নাম সহিতে তাৰ বিবৰণ, পাঠ্যক্ৰম তথা বিশ্ববিদ্যালয়ৰ উপৰিও ৰাজ্যসমূহৰ নাম অন্তৰ্ভুক্ত কৰাৰ লগতে অন্য বিষয় সন্দৰ্ভত তথ্য দাখিল কৰিবলৈ নিৰ্দেশ দিয়ে ।

লক ডাউন
প্ৰৱাসী ছাত্ৰ-ছাত্ৰীক গৃহ ৰাজ্যলৈ পয়াবলৈ সিন্ধান্ত উত্তৰ প্ৰদেশৰ চৰকাৰৰ

আনহাতে, উত্তৰ প্ৰদেশৰ গৌতম বুদ্ধ জিলাৰ জিলা মেজিষ্ট্ৰেটে টুইটযোগে কয় যে, "প্ৰিয় শিক্ষাৰ্থীসকল, ৰাজ্য চৰকাৰৰ নিৰ্দেশ অনুসৰি এইটো লিংক প্ৰৱাসী শিক্ষাৰ্থীসকলক নিজ নিজ ঘৰলৈ পঠিয়াবলৈ প্ৰস্তুত কৰা হৈছে । আপোনালোক আটাইলৈ অনুৰোধ কৰিছো এই লিংকটোত ক্লিক কৰি নিজৰ সম্পূৰ্ণ বিবৰণ দাঙি ধৰক । আপোনালকৰ পূৰ্ণ তথ্য লাভ কৰাৰ পাচতে আমাৰ তৰফৰ পৰা ইমেইল, এছএমএছৰ মাধ্যমেৰে আপোনালকলৰ লগত সম্পৰ্ক স্থাপন কৰা হ'ব ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.