ETV Bharat / bharat

উত্তৰ প্ৰদেশত তিনি সন্তানক নদীত উটুৱাই দিলে পিতৃয়ে - ঘাগ্ৰা নদী

সুৰাপান কৰি পত্নীৰ সৈতে হোৱা কাজিয়াৰ পৰিণতিতে সোমবাৰে পুৱা উত্তৰ প্ৰদেশৰ ঘাগ্ৰা নদীত তিনি সন্তাক উটুৱাই দিয়ে পিতৃয়ে। এজন বন্ধুৰ সৈতে লগলাগি উটুৱাই দিয়ে সন্তান কেইটাক । ঘটনাৰ লগত জড়িত দুই অভিযুক্তক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে ।

উত্তৰ প্ৰদেশ
উত্তৰ প্ৰদেশত তিনি সন্তানক নদীত উটুৱাই দিলে পিতৃয়ে
author img

By

Published : Jun 1, 2020, 3:54 PM IST

নিউজ ডেস্ক, ১ জুনঃ উত্তৰ প্ৰদেশত সংঘটিত হয় এক শোকাৱহ ঘটনা । সোমবাৰে পুৱা এগৰাকী পিতৃয়ে তিনি সন্তানক উটুৱাই দিয়ে সান্ত কবীৰ নগৰৰ ঘাগ্ৰা নদীত। হত্যাকাৰী পিতৃ গৰাকীয়ে এজন বন্ধুৰ সহায়তে সকলো কাম সম্পন্ন কৰে বুলি জানিবলৈ দিয়ে আৰক্ষীয়ে। আনহাতে,ঘটনা সন্দৰ্ভত আৰক্ষীয়ে খবৰ লাভ কৰা পাচতে এনডিআৰএফ সহ ঘটনাস্থলীত উপস্থিত হৈ ঘাগ্ৰা নদীত শিশু কেইটাৰ সন্ধানত অভিযান অব্যাহত ৰাখে। আনহাতে,৩২ বছৰীয়া অভিযুক্ত পিতৃৰ সহিতে সন্তান কেইটাক নদীত উটুৱাই দিয়াত সহায় কৰা বন্ধুক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে ।

উত্তৰ প্ৰদেশ
উত্তৰ প্ৰদেশত তিনি সন্তানক নদীত উটুৱাই দিলে পিতৃয়ে

আৰক্ষীৰ ভাষ্য অনুসৰি, ঘাগ্ৰা নদীত উটুৱাই দিয়া শিশু কেইটা ক্ৰমে ৭,৪ আৰু ২ বছৰৰ বুলি জানিবলৈ দিয়ে । সুৰাপান কৰি পত্নীৰ সৈতে হোৱা কাজিয়াৰ পৰিণতিতে এই কাণ্ড সংঘটিত হয় বুলি উল্লেখ কৰে আৰক্ষী বিষয়াই ।

লগতে চাওকঃ প্ৰকৃতিপ্ৰেমীৰ প্ৰচেষ্টাত দুষ্প্ৰাপ্য প্ৰজাতিৰ বৰ কাছ মুকলি হাটীপুখুৰীত

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.