ETV Bharat / bharat

আমেৰিকা আৰু ইৰাণৰ সংঘাতৰ প্ৰাসংগিক দিশবোৰ

author img

By

Published : Jan 11, 2020, 1:17 PM IST

ইৰাণে সমৃদ্ধিৰ উদ্দেশ্যে চেন্ট্ৰিফইউজৰ অধিক  ব্যৱহাৰৰ অধিকাৰ ৰক্ষা কৰিছে আৰু ইৰাণ আৰু আমেৰিকাৰ বিচ্ছেদ প্ৰায় স্পষ্ট হৈ পৰিছে । ইয়াৰ দীৰ্ঘকালীন প্ৰভাৱ পৰাটো নিশ্চিত । কিয়নো অঞ্চলটোত থকা আন শক্তিসমূহে গোলকীয় যোগান ব্যৱস্থাটোক অস্থিৰ কৰাৰ সম্ভাৱনা আছে । এয়া গোলকীয় শান্তি,অৰ্থনীতি আৰু সুস্থিৰতাৰ বাবে বিপজ্জনক হ’ব। তেলৰ দাম বৃদ্ধিয়ে আমেৰিকাৰ লগতে আন দেশৰ কিছুসংখ্যক কফাৰক উপকৃত কৰিব পাৰে যদিও বন্ধুত্বপূৰ্ণ সম্পৰ্কত অধিক নেতিবাচক প্ৰভাৱ পেলাব।

আমেৰিকা আৰু ইৰাণৰ সংঘাতৰ প্ৰাসংগিক দিশবোৰ
আমেৰিকা আৰু ইৰাণৰ সংঘাতৰ প্ৰাসংগিক দিশবোৰ

আমেৰিকাৰ ৰাষ্ট্ৰপতি বাৰাক ওবামাৰ কাৰ্যকালত আমেৰিকান প্ৰশাসনে এক ডাঙৰ কৃতিত্ব বুলি ইৰাণৰ পাৰমাণৱিক আকাংক্ষাক নিয়ন্ত্ৰণ কৰিবলৈ জইণ্ট কম্প্ৰিহেন্সিভ প্লেন অৱ্ এক্সনত স্বাক্ষৰ কৰিছিল । কিন্তু পৰৱৰ্তী ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্পে ইয়াক বাতিল কৰিবলৈ সংকল্প গ্ৰহণ কৰে। এয়াই এক শেষৰ আৰম্ভণি আছিল। পাৰমাণৱিক চুক্তি প্ৰত্যাহাৰ কৰাৰে পৰা ট্ৰাম্পে ইৰাণৰ ওপৰত হেঁচা প্ৰয়োগ কৰিবলৈ লয় আৰু নিষেধাজ্ঞা জাৰি কৰে। আমেৰিকাই ইতিমধ্যে বিৰাজমান ছিয়া-ছুন্নীৰ বিভাজনকো ব্যৱহাৰ কৰাৰ লগতে চৌদি আৰৱ আৰু ইজৰাইলৰ মাজত থকা সংঘাতক অধিক দৃঢ় কৰে । জাৰেদ কুশ্বনাৰৰ নেতৃত্ব লোৱাৰ পাছৰ পৰা ইজৰাইলত ইতিবাচক পৰিৱৰ্তন আৰম্ভ হৈছিল আৰু মধ্য প্ৰাচ্যৰ চুবুৰীয়া দেশসমূহৰ সৈতে ই সম্পৰ্ক অব্যাহত ৰখাৰ বাবে আগবাঢ়ি আহে। কিন্তু ইতিমধ্যে বহু সংকট আৰু সংঘাতৰ সন্মুখীন হৈ থকা আৰৱীয় অঞ্চল বা মধ্য প্ৰাচ্যত(এনে বহু সংঘাতত ইৰাণৰ হাত আছে ) ইৰাণৰ সমস্যাটোৱে তীব্ৰ ৰূপ ধাৰণ কৰে । লিবিয়া,য়েমেন,ইৰাক,ছিৰিয়া,গাজা আৰু লেবানন আমেৰিকাৰ স্বাৰ্থৰ পৰিপন্থী হিচাপে পৰিগণিত হয় । নিজৰ প্ৰভাৱ সম্প্ৰসাৰণ কৰাৰ বাবে কেইবাজনো বেচৰকাৰী বা অকৰ্তৃত্বশীল নেতা যেনে হেজবলা,হামাছ,হৌথিছ আৰু ইৰাকৰ ছিয়া উগ্ৰপন্থী সংগঠনৰ সৈতে ইৰাণে সু-সম্পৰ্ক ৰক্ষা কৰি আহিছে । জে চি পি অ’ এ আমেৰিকাই বাতিল কৰাৰে পৰা কেইবাটাও নেতিবাচক প্ৰভাৱ আৰম্ভ হোৱা দেখা যায় ।ষ্ট্ৰেইট্ অৱ্ হৰমুজৰ জৰিয়তে বাণিজ্য আৰু শক্তি সৰবৰাহ কঠিন হৈ পৰে । সৌভাগ্যক্ৰমে গাল্ফ অঞ্চলত আমেৰিকাৰ সামৰিক ড্ৰোণ আৰু বহুসংখ্যক নাওক আক্ৰমণ কৰা আৰু ছৌদি তৈলক্ষেত্ৰত ড্ৰোণ আক্ৰমণৰ ঘটনাবোৰ নিয়ন্ত্ৰিত হৈ থাকে আৰু কোনোধৰণৰ প্ৰত্যক্ষ সঁহাৰি দিয়া নহয় । কিন্তু তেতিয়াই আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্পে মেজৰ জেনেৰেল কাছিম ছলেমানীক হত্যাৰ নিৰ্দেশ দিয়ে । এগৰাকী আমেৰিকান ঠিকাদাৰক ২৭ ডিচেম্বৰত সন্ত্ৰাসবাদীয়ে আক্ৰমণ কৰাৰ প্ৰতিশোধ স্বৰূপে ট্ৰাম্পে বাগদাদ বিমান বন্দৰৰ সমীপত ছলেমানীক হত্যাৰ নিৰ্দেশ দিয়ে। আন এগৰাকী ইৰাণ সমৰ্থক উচ্চ পৰ্যায়ৰ নেতা আল মুহানাদিকো ড্ৰোণ আক্ৰমণত হত্যা কৰা হয় । কৰ্মৰত সেনাধ্যক্ষক বিদেশী চৰকাৰে পোনপটীয়াকৈ হত্যা কৰাটো নিয়ম হ’ব নোৱাৰে বুলি সমালোচনাৰো সৃষ্টি হয় । দুয়ো পক্ষই যুদ্ধৰ পৰা আঁতৰি থকাৰ উদ্দেশ্যে মধ্যস্থতাকাৰীৰ জৰিয়তে কিছু বুজাবুজিত উপনীত হ’বলৈ চেষ্টা অব্যাহত ৰখাৰ সময়তে এই ঘটনা ঘটে । ছলেমানীৰ শেষ যাত্ৰাত বহু লোকৰ সমাগম হোৱাটো আৰু আমেৰিকাৰ বিৰুদ্ধে প্ৰতিশোধৰ শ্ল’গান দিয়াই ইৰাণত আশ্চৰ্য আৰু বেদনা হোৱাটো স্বাভাৱিক আৰু স্পষ্ট বুলি প্ৰমাণ কৰে। টুইটাৰতো যুদ্ধ অব্যাহত থাকে আৰু প্ৰকৃতাৰ্থত সংঘাত আৰম্ভ হয়। নিঃসন্দেহে মূল নেতা আয়াতোল্লা খামেইনী আৰু আনসকলে প্ৰত্যাক্ৰমণ আৰু প্ৰতিশোধৰ সংকল্প গ্ৰহণ কৰিছে । আমেৰিকাই দূতাবাসৰ কৰ্মচাৰীসকলৰ লগতে আন আমেৰিকান নাগৰিকসকলক উদ্ধাৰ কৰিবলৈ বাধ্য হয়। কিয়নো আমেৰিকাৰ কাণ্ডই দেশখনৰ সাৰ্বভৌমত্বত আঘাত কৰা বুলি ইৰাণত ক্ষোভৰ উদগীৰণ হয় । ইৰাকী সংসদে আমেৰিকানসকলক দেশখন ত্যাগ কৰিবলৈ জনোৱা নিৰ্দেশ আমেৰিকাৰ বাবে ভোগলিক-কৌশলৰ পৰা ডাঙৰ ক্ষতি । মধ্য প্ৰাচ্যত নিজৰ সামৰিক উপস্থিতিক লৈ আমেৰিকা দোদুল্যমান অৱস্থাত আছিল আৰু আফাগনিস্তানৰ পৰা ছিৰিয়াললৈ সামৰিক শক্তি প্ৰত্যাহাৰ কৰাৰ পক্ষত থকা যেন অনুমান হৈছিল । কিন্তু এই ঘটনাৰ লগতে অতীতৰ কিছু ঘটনা-দুৰ্ঘটনাই এই অঞ্চলত আমেৰিকান সৈন্যৰে গিজগিজাই ৰাখিবলগীয়া হয়। ইয়াৰ ফলত আমেৰিকাৰ সম্পদ আৰু স্বাৰ্থৰ প্ৰতি বিপদ বৃদ্ধিহে পায় ।

US and Iran two of a kind etv bharat special report
ক্ৰমাৎ বৃদ্ধি পাইছে আমেৰিকা- ইৰাণৰ সংঘাতে

আনহাতে আমেৰিকাৰ সচিব পম্পিঅ’ই ছলেমানীৰ হত্যাৰ ন্যায্যতা দাবী কৰি কয়, “এটা কথা স্পষ্ট যে পৃথিৱীখন নিৰাপদ স্থান। ছলেমানীয়ে আৰু এই পৃথিৱীত খোজ নিদিয়ে । ছলেমানীয়ে আমেৰিকাৰ বিৰুদ্ধে চলোৱা আৰু ভৱিষ্যতে চলাবলগীয়া সন্ত্ৰাসবাদী অভিযানক স্তব্ধ কৰি ৰাষ্ট্ৰপতি ট্ৰাম্পে সঠিক সিদ্ধান্ত গ্ৰহণ কৰিছে। ” ইৰাণৰ প্ৰতিশোধৰ সংকল্পৰ প্ৰতি সঁহাৰি জনাই ট্ৰাম্পে ৫২ টা সাংস্কৃতিক টাৰ্গেট সন্নিবিষ্ট এক তালিকা প্ৰকাশ কৰে যাতে ইৰাণে সেইবোৰত মন দিয়ে । প্ৰতিটো কাৰ্যৰে প্ৰতিক্ৰিয়া আছে । কিন্তু এই ক্ষেত্ৰত প্ৰতিক্ৰিয়া সমান আৰু সঠিকভাৱে বিপৰীত নহ’ব পাৰে। আনহাতে ইৰাণৰ সমৰ্থক উগ্ৰপন্থী দলসমূহ যাক আমেৰিকা আৰু ইয়াৰ মিত্ৰসকলে প্ৰক্সি বুলি কয় তেওঁলোকৰ প্ৰতিশোধৰ আন পৰিকল্পনা থাকিব পাৰে । আমেৰিকাৰ সকলো মিত্ৰশক্তিয়ে সংযম আৰু সংঘাত নিয়ন্ত্ৰণৰ হকে মাত মাতি আহিছে । কিন্তু এনেধৰণৰ একপক্ষীয় কাৰ্যত যিয়ে অঞ্চলটোক টুকুৰা-টুকুৰ কৰিব পাৰে আটাইবোৰ মিত্ৰ দেশ ক্ষোভিত হৈছে । বৰ্তমান বাক যুদ্ধ সকলো পৰ্যায়তে অব্যাহত আছে । কিন্তু ক্ষতি ইতিমধ্যে হৈছে ।

কাছিম ছলেমানীক হত্যাৰ পিচতে আমেৰিকা-ইৰাণৰ সংঘাত তুংগত

ইৰাণে সমৃদ্ধিৰ উদ্দেশ্যে চেন্ট্ৰিফইউজৰ অধিক ব্যৱহাৰৰ অধিকাৰ ৰক্ষা কৰিছে আৰু ইৰাণ আৰু আমেৰিকাৰ বিচ্ছেদ প্ৰায় স্পষ্ট হৈ পৰিছে । ইয়াৰ দীৰ্ঘকালীন প্ৰভাৱ পৰাটো নিশ্চিত । কিয়নো অঞ্চলটোত থকা আন শক্তিসমূহে গোলকীয় যোগান ব্যৱস্থাটোক অস্থিৰ কৰাৰ সম্ভাৱনা আছে । এয়া গোলকীয় শান্তি,অৰ্থনীতি আৰু সুস্থিৰতাৰ বাবে বিপজ্জনক হ’ব। তেলৰ দাম বৃদ্ধিয়ে আমেৰিকাৰ লগতে আন দেশৰ কিছুসংখ্যক কফাৰক উপকৃত কৰিব পাৰে যদিও বন্ধুত্বপূৰ্ণ সম্পৰ্কত অধিক নেতিবাচক প্ৰভাৱ পেলাব। আশা কৰা হৈছে শান্তি উভতি আহিব আৰু প্ৰতিদ্বন্দ্বী পক্ষৰ নেতাসকলে সঠিক ৰাজনীতিৰ প্ৰয়োগেৰে এই সংঘাত তীব্ৰ হোৱাত বাধা প্ৰদান কৰিব। বহুসংখ্যক প্ৰবাসী ভাৰতীয় আৰু শক্তি যোগানৰ ক্ষেত্ৰত নিৰ্ভৰশীলতাৰ বাবে ভাৰতবৰ্ষই চিন্তিত হোৱাৰ কাৰণ আছে। যাৰ ফলত ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰীয়ে অলপতে আমেৰিকা,ইৰাণ আৰু অ’মানৰ বিদেশ মন্ত্ৰীৰ সৈতে আলোচনাত মিলিত হয় । ইৰাণৰ বৈদেশিক মন্ত্ৰী জাভেদ জাৰিফ অহা সপ্তাহত ৰাইছিনা আলোচনাত উপস্থিত থকাৰ কথা আছিল যদিও তেওঁ নতুন দিল্লীত ৰোৱাৰ সম্ভাৱনা আছে যাতে বৈদেশিক সম্পৰ্কই নতুন গতি লাভ কৰে । বৰ্তমান সকলো পক্ষই সীমা অতিক্ৰম নকৰিবলৈ চেষ্টা অব্যাহত ৰাখিছে যদিও অকৰ্তৃত্বশীল শক্তিয়ে উত্তেজনা সৃষ্টি কৰাৰ আশংকা আছে ।

আমেৰিকাৰ বিৰুদ্ধে ইৰাণৰ জনতাৰ প্ৰতিবাদ

-লেখক অনিল ত্ৰিগুনায়ট জৰ্দান,লিবিয়া আৰু মালটাত ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰদূত আছিল

লগতে চাওকঃমই এতিয়া জনপ্ৰিয় শিল্পী নহয়,বিদ্ৰোহী শিল্পী হে ! কোনে ক’লে ?

Intro:Body:

US and Iran two of a kind

আমেৰিকা আৰু ইৰাণৰ সংঘাতৰ প্ৰাসংগিক দিশবোৰ

আমেৰিকাৰ ৰাষ্ট্ৰপতি বাৰাক ওবামাৰ কাৰ্যকালত আমেৰিকান প্ৰশাসনে এক ডাঙৰ কৃতিত্ব বুলি ইৰাণৰ পাৰমাণৱিক আকাংক্ষাক নিয়ন্ত্ৰণ কৰিবলৈ জইণ্ট কম্প্ৰিহেন্সিভ প্লেন অৱ্ এক্সনত স্বাক্ষৰ কৰিছিল । কিন্তু পৰৱৰ্তী ৰাষট্ৰপতি ডনাল্ড ট্ৰাম্পে ইয়াক বাতিল কৰিবলৈ সংক্লপ গ্ৰহণ কৰে । এয়াই এক শেষৰ আৰম্ভণি আছিল । পাৰমাণৱিক চুক্তি প্ৰত্যাহাৰ কৰাৰে পৰা ট্ৰাম্পে ইৰাণৰ ওপৰত হেঁচা প্ৰয়োগ কৰিবলৈ লয় আৰু নিষেধাজ্ঞা জাৰি কৰে । আমেৰিকাই ইতিমধ্যে বিৰাজমান ছিয়া-ছুন্নীৰ বিভাজনকো ব্যৱহাৰ কৰাৰ লগতে চৌদি আৰৱ আৰু ইজৰাইলৰ মাজত থকা সংঘাতক অধিক দৃঢ় কৰে । জাৰেদ কুশ্বনাৰৰ নেতৃত্ব লোৱাৰে পাছৰে পৰা ইজৰাইলত ইতিবাচক পৰিৱৰ্তন আৰম্ভ হৈছিল আৰু মধ্য প্ৰাচ্যৰ চুবুৰীয়া দেশসমূহৰ সৈতে ই সম্পৰ্ক অব্যাহত ৰখাৰ বাবে আগবাঢ়ি আহে । কিন্তু ইতিমধ্যে বহু সংকট আৰু সংঘাতৰ সন্মুখীন হৈ থকা আৰৱীয় অঞ্চল বা মধ্য প্ৰাচ্যত(এনে বহু সংঘাতত ইৰাণৰ হাত আছে ) ইৰাণৰ সমস্যাটোৱে তীব্ৰ ৰূপ ধাৰণ কৰে । লিবিয়া, য়েমেন, ইৰাক, ছিৰিয়া, গাজা আৰু লেবানন আমেৰিকাৰ স্বাৰ্থৰ পৰিপন্থী হিচাপে পৰিগণিত হয় । নিজৰ প্ৰভাৱ সম্প্ৰসাৰণ কৰাৰ বাবে কেইবাজনো বেচৰকাৰী বা অকৰ্তৃত্বশীল নেতা যেনে হেজবলা, হামাছ, হৌথিছ আৰু ইৰাকৰ ছিয়া উগ্ৰপন্থী সংগঠনৰ সৈতে ইৰাণে সুসম্পৰ্ক ৰক্ষা কৰি আহিছে । জে চি পি অ’ এ আমেৰিকাই বাতিল কৰাৰে পৰা কেইবাটাও নেতিবাচক প্ৰভাৱ আৰম্ভ হোৱা দেখা যায় । ষ্ট্ৰেইট্ অৱ্ হৰমূজৰ জৰিয়তে বাণিজ্য আৰু শক্তি সৰবৰাহ কঠিন হৈ পৰে । সৌভাগ্যক্ৰমে গাল্ফ অঞ্চলত আমেৰিকাৰ সামৰিক ড্ৰোণ আৰু বহুসংখ্যক নাওক আক্ৰমণ কৰা আৰু ছৌদি তৈলক্ষেত্ৰত ড্ৰোণ আক্ৰমণৰ ঘটনাবোৰ নিয়ন্ত্ৰিত হৈ থাকে আৰু কোনোধৰণৰ প্ৰত্যক্ষ সঁহাৰি দিয়া নহয় । কিন্তু তেতিয়াই আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে মেজৰ জেনেৰেল কাছিম ছলেমানীক হত্যাৰ নিৰ্দেশ দিয়ে । এগৰাকী আমেৰিকান ঠিকাদাৰক ২৭ ডিচেম্বৰত সন্ত্ৰাসবাদীয়ে আক্ৰমণ কৰাৰ প্ৰতিশওধ স্বৰূপে ট্ৰাম্পে বাগদাদ বিমান বন্দৰৰ সমীপত ছলেমানীক হত্যাৰ নিৰ্দেশ দিয়ে । আন এগৰাকী ইৰাণ সমৰ্থক উচ্চ পৰ্যায়ৰ নেতা আল মুহানাদিকো ড্ৰোণ আক্ৰমণত হত্যা কৰা হয় । কৰ্মৰত সেনাধ্যক্ষক বিদেশী চৰকাৰে পোনপটীয়াকৈ হত্যা কৰাটো নিয়ম হ’ব নোৱাৰে বুলি সমালোচনাৰো সৃষ্টি হয় । দুয়ো পক্ষই যুদ্ধৰ পৰা আঁতৰি থকাৰ উদ্দেশ্যে মধ্যস্থতাকাৰীৰ জৰিয়তে কিছু বুজাবুজিত উপনীত হ’বলৈ চেষ্টা অব্যাহত ৰখাৰ সময়তে এই ঘটনা ঘটে । ছলেমানীৰ শেষযাত্ৰাত বহু লোকৰ সমাগম হোৱাটো আৰু আমেৰিকাৰ বিৰুদ্ধে প্ৰতিশোধৰ শ্ল’গান দিয়াই ইৰাণত আশ্চৰ্য আৰু বেদনা হোৱাটো স্বাভাৱিক আৰু স্পষ্ট বুলি প্ৰমাণ কৰে । টুইটাৰতো যুদ্ধ অব্যাহত থাকে আৰু প্ৰকৃতাৰ্থত সংঘাত আৰম্ভ হয়  । নিঃসন্দেহে মূল নেতা আয়াতোল্লা খামেইনী আৰু আনসকলে প্ৰত্যাক্ৰমণ আৰু প্ৰতিশোধৰ সংকল্প গ্ৰহণ কৰিছে । আমেৰিকাই দূতাবাসৰ কৰ্মচাৰীসকলৰ লগতে আন আমেৰিকান নাগৰিকসকলক উদ্ধাৰ কৰিবলৈ বাধ্য হয় । কিয়নো আমেৰিকাৰ কাণ্ডই দেশখনৰ সাৰ্বভৌমত্বত আঘাত কৰা বুলি ইৰাণত ক্ষোভৰ উদগীৰণ হয় । ইৰাকী সংসদে আমেৰিকানসকলক দেশখন ত্যাগ কৰিবলৈ জনোৱা নিৰ্দেশ আমেৰিকাৰ বাবে ভোগলিক-কৌশলৰ পৰা ডাঙৰ ক্ষতি । মধ্য প্ৰাচ্যত নিজৰ সামৰিক উপস্থিতিকলৈ আমেৰিকা দোদুল্যমান অৱস্থাত আছিল আৰু আফাগনিস্তানৰ পৰা ছিৰিয়াললৈ সামৰিক শক্তি প্ৰত্যাহাৰ কৰাৰ পক্ষত থকা যেন অনুমান হৈছিল । কিন্তু এই ঘটনাৰ লগতে অতীতৰ কিছু ঘটনা-দুৰ্ঘটনাইএই অঞ্চলত আমেৰিকান সৈন্যৰে গিজগিজাই ৰাখিবলগীয়া হয় । ইয়াৰ ফলত আমেৰিকাৰ সম্পদ আৰু স্বাৰ্থৰ প্ৰতি বিপদ বৃদ্ধিহে পায় । 

আনহাতে আমেৰিকাৰ সচিব পম্পিঅ’ই ছলেমানীৰ হত্যাৰ ন্যায্যতা দাবী কৰি কয়, “এটা কথা স্পষ্ট যে পৃথিৱীখন নিৰাপদ স্থান । ছলেমানীয়ে আৰু এই পৃথিৱীত খোজ নিদিয়ে । ছলেমানীয়ে আমেৰিকাৰ বিৰুদ্ধে চলোৱা আৰু ভৱিষ্যতে চলাবলগীয় সন্ত্ৰাসবাদী অভিযানক স্তব্ধ কৰি ৰাষ্ট্ৰপতি ট্ৰাম্পে সঠিক সিদ্ধান্ত গ্ৰহণ কৰিছে। ” ইৰাণৰ প্ৰতিশোধৰ সংকল্পৰ প্ৰতি সঁহাৰি জনাই ট্ৰাম্পে ৫২ টা সাংস্কৃতিক টাৰ্গেট সন্নিবিষ্ট এক তালিকা প্ৰকাশ কৰে যাতে ইৰাণে সেইবোৰত মন দিয়ে । প্ৰতিটো কাৰ্যৰে প্ৰতিক্ৰিয়া আছে । কিন্তু এই ক্ষেত্ৰত প্ৰতিক্ৰিয়া সমান আৰু সঠিকভাৱে বিপৰীত নহ’ব পাৰে । আনহাতে ইৰাণৰ সমৰ্থক উগ্ৰপন্থী দলসমূহ যাক আমেৰিকা আৰু ইয়াৰ মিত্ৰসকলে প্ৰক্সি বুলি কয় তেওঁলোকৰ প্ৰতিশোধৰ আন পৰিকল্পনা থাকিব পাৰে । আমেৰিকাৰ সকলো মিত্ৰশক্তিয়ে সংযম আৰু সংঘাত নিয়ন্ত্ৰণৰ হকে মাত মাতি আহিছে । কিন্তু 

এনেধৰণৰ একপক্ষীয় কাৰ্যত যিয়ে অঞ্চলটোক টুকুৰ-টুকুৰ কৰিব পাৰে আটাইবোৰ মিত্ৰ দেশ ক্ষোভিত হৈছে । বৰ্তমান বাক্ যুদ্ধ সকলো পৰ্যায়তে অব্যাহত আছে । কিন্তু ক্ষতি ইতিমধ্যে হৈছে । ইৰাণে সমৃদ্ধিৰ উদ্দেশ্যে চেন্ট্ৰিফইউজৰ অধিক  ব্যৱহাৰৰ অধিকাৰ ৰক্ষা কৰিছে আৰু ইৰাণ আৰু আমেৰিকাৰ বিচ্ছেদ প্ৰায় স্পষ্ট হৈ পৰিছে । ইয়াৰ দীৰ্ঘকালীন প্ৰভাৱ পৰাটো নিশ্চিত । কিয়নো অঞ্চলটোত থকা আন শক্তিসমূহে গোলকীয় যোগান ব্যৱস্থাটোক অস্থিৰ কৰাৰ সম্ভাৱনা আছে । এয়া গোলকীয় শান্তি, অৰ্থনীতি আৰু সুস্থিৰতাৰ বাবে বিপজ্জনক হ’ব । তেলৰ দাম বৃদ্ধিয়ে আমেৰিকাৰ লগতে আন দেশৰ কিছুসংখ্যক কফাৰক উপকৃত কৰিব পাৰে যদিও বন্ধুত্বপূৰ্ণ সম্পৰ্কত অধিক নেতিবাচক প্ৰভাৱ পেলাব । আশা কৰা হৈছে শান্তি উভতি আহিব আৰু প্ৰতিদ্বন্দ্বী পক্ষৰ নেতাসকলে সঠিক ৰাজনীতিৰ প্ৰয়োগেৰে এই সংঘাত তীব্ৰ হোৱাত বাধা প্ৰদান কৰিব । 

বহুসংখ্যক প্ৰবাসী ভাৰতীয় আৰু শক্তি যোগানৰ ক্ষেত্ৰত নিৰ্ভৰশীলতাৰ বাবে ভাৰতবৰ্ষই চিন্তিত হোৱাৰ কাৰণ আছে । যাৰ ফলত ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰীয়ে অলপতে আমেৰিকা, ইৰাণ আৰু অ’মানৰ বিদেশ মন্ত্ৰীৰ সৈতে আলোচনাত মিলিত হয় । ইৰাণৰ বৈদেশিক মন্ত্ৰী জাভেদ জাৰিফ অহা সপ্তাহত ৰাইছিনা আলোচনাত উপস্থিত থকাৰ কথা আছিল যদিও তেওঁ নতুন দিল্লীত ৰোৱাৰ সম্ভাৱনা আছে যাতে বৈদেশিক সম্পৰ্কই নতুন গতি লাভ কৰে । বৰ্তমান সকলো পক্ষই সীমা অতিক্ৰম নকৰিবলৈ চেষ্টা অব্যাহত ৰাখিছে যদিও অকৰ্তৃত্বশীল শক্তিয়ে উত্তেজনা সৃষ্টি কৰাৰ আশংকা আছে । 

-লেখক অনিল ত্ৰিগুনায়ট জৰ্দান, লিবিয়া আৰু মালটাত ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰদূত আছিল 

Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.