ETV Bharat / bharat

নতুন নধ্যাদেশঃ COVID-19ৰ লগত জড়িত কৰ্মচাৰীক দুৰ্ব্যৱহাৰ কৰিলে সন্মুখীন হ'ব শাস্তিৰ - ক ডাউন ভংগকাৰী

যোগী আদিত্যনাথৰ চৰকাৰে "উত্তৰ প্ৰদেশ মহামাৰী নিয়ন্ত্ৰণ অধ্যাদেশ-2020"ৰ অধীনত COVID-19ৰ লগত জৰিত কোনো লোকক দুৰ্ব্যৱহাৰ কৰা লোকক শাস্তিৰ ব্যৱস্থা কৰিছে ।

অধ্যাদেশ জাৰি
অধ্যাদেশ জাৰি
author img

By

Published : Apr 29, 2020, 8:23 PM IST

নিউজ ডেস্ক, 29 এপ্ৰিলঃ লক্ ডাউন ভংগকাৰী আৰু COVID-19 ৰ লগত জড়িত কৰ্মচাৰীক কোনো লোকে দুৰ্ব্যৱহাৰ কৰিলে তেনে লোকক কঠোৰ শাস্তিৰ ব্যৱস্থা কৰিছে উত্তৰ প্ৰদেশ চৰকাৰে ।

ৰাজ্য চৰকাৰখনে এই সম্বন্ধে জাৰি কৰিছে এক অধ্যাদেশ । তাত স্পষ্টকৈ কোৱা হৈছে যে, কোনো লোকে যদি চিকিৎসক, স্বাস্থ্য কৰ্মী, আৰক্ষী, চেনিটাইজ কৰ্মী আদিক দুৰ্ব্যৱহাৰ কৰে তেন্তে কঠোৰ শাস্তিৰ সন্মূখীন হ'ব ।

এনে শাস্তিৰ বাবে সাতবছৰৰ কাৰাবাস অথবা 5 লাখ টকাৰ জৰিমনা বা দুয়োটাই হ'ব পাৰে ।

অত্যাৱশ্যকীয় সেৱাৰ লগত জৰিত লোক সকলৰ সুৰক্ষাৰ বাবেই এই অধ্যাদেশ জাৰি কৰা বুলি চৰকাৰী সূত্ৰই প্ৰকাশ কৰে ।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.