ETV Bharat / bharat

নিৰ্ভয়া কাণ্ডঃ কি হয় 'ব্লেক ৱাৰেণ্ট'!

author img

By

Published : Mar 20, 2020, 2:37 AM IST

Updated : Mar 20, 2020, 6:46 AM IST

নিৰ্ভয়া কাণ্ডৰ চাৰিজন অভিযুক্ত অক্ষয়, পৱন, বিনয় আৰু মুকেশক ফাঁচী দিয়াৰ পূৰ্বেই দিল্পী আদালতে জাৰি কৰিছে এই 'ব্লেক ৱাৰেণ্ট' ৷ ধৰ্ষণ আৰু হত্যাকাণ্ডৰ গোচৰত অভিযুক্তক কেনেদৰে দিয়া হয় ফাঁচী !

ফাঁচীৰ বাবে সাজু নিৰ্ভয়াকাণ্ডৰ চাৰি অভিযুক্ত

তিহাৰ কাৰাগাৰৰ ইতিহাসত প্ৰথমবাৰৰ বাবে ফাঁচী কাঠত ওলোমোৱা হ'ব চাৰিজন অপৰাধীক ৷ ইতিমধ্যে দিল্লীৰ আদালতে নিৰ্ভয়া কাণ্ডৰ গোচৰত অভিযুক্তৰ ফাঁচীৰ সন্দৰ্ভত জাৰি কৰিছে 'ব্লেক ৱাৰেণ্ট' ৷ নিৰ্ভয়া কাণ্ডৰ চাৰি অভিযুক্তৰ বিৰুদ্ধে দিল্লীৰ আদালতৰ 'ব্লেক ৱাৰেণ্ট' জাৰি 'ব্লেক ৱাৰেণ্ট'এ নিৰ্ধাৰণ কৰে ফাঁচীৰ সময় আৰু তাৰিখ ৷ নিৰ্ভয়া কাণ্ডৰ চাৰিজন অভিযুক্ত অক্ষয়, পৱন, বিনয় আৰু মুকেশক ফাঁচী দিয়াৰ পূৰ্বেই দিল্পী আদালতে জাৰি কৰিছে এই 'ব্লেক ৱাৰেণ্ট' ৷ ধৰ্ষণ আৰু হত্যাকাণ্ডৰ গোচৰত অভিযুক্তক কেনেদৰে দিয়া হয় ফাঁচী ! কাৰাগাৰৰ নিয়ম অনুসৰি, ফাঁচীৰ প্ৰাক মূহূৰ্ত্তলৈ পৃথক স্থানত ৰখা হয় অপৰাধীক ৷ একেদৰে অপৰাধীক নিজ-ইচ্ছা পূৰণৰো সুযোগ দিয়া হয় ৷ বিহাৰৰ বক্সাৰ জিলাৰ পৰা ফাঁচীৰ বাবে অনা প্ৰয়োজনীয় ৰচী পুনৰীক্ষণ কৰিব কাৰাগাৰৰ অধীক্ষকে ৷

ইতিমধ্যে কাৰাগাৰত ফাঁচীৰ বাবে চলোৱা হৈ গৈছে পৰীক্ষণ ৷ শিল, বালি আদিৰে নিৰ্মিত পুতলাক ওলোমাই ফাঁচীৰ পৰীক্ষণ চলোৱা হৈছিল ফাঁচীকাঠত ৷ ৰাতিপুৱা জিলা দণ্ডাধীশৰ উপস্থিতিত অপৰাধীৰ জৱানবন্দী লোৱাৰ লগতে লিখা হব ইচ্ছা পত্ৰ ৷ ইয়াৰ পাচতে অপৰাধীকেইজনক নিজে চাবলৈ বিচৰা ব্যক্তিজনক চাবলৈ সুযোগ দিয়া হ'ব ৷ ফাঁচীৰ পূৰ্বে অপৰাধীক কাৰাগাৰৰ পৰা উলিয়াই ফাঁচী কাঠলৈ নিয়া হব ৷ কাৰাগাৰৰ নিয়ম অনুসৰি সূৰ্য উদয়ৰ পূৰ্বেই ফাঁচী সম্পূৰ্ণ হব লাগিব ৷ ফাঁচীৰ পূৰ্বে অপৰাধীক চাবলৈ দিয়া নহব ফাঁচীকাঠ ৷ কাৰাগাৰৰ অধীক্ষককে ৰুমাল দেখুৱাই ফাঁচীৰ নিৰ্দেশ প্ৰদান কৰিব ৷ ফাঁচী দিয়াৰ মূহূৰ্ত্তৰ পৰা আধা ঘণ্টা সময়লৈ অপৰাধীক ওলমাই ৰখা হ'ব ৷ ইয়াৰ পাচতে চিকিৎসকে পৰীক্ষা কৰি মৃত ঘোষণা কৰিব ৷

অৱশেষত সৎকাৰৰ বাবে উলিয়াই অনা হ'ব মৃতকৰ সৱদেহ .....

লগতে পঢ়কঃ নিৰ্ভয়া কাণ্ডঃ স্বস্তিৰ নিশ্বাস নিৰ্ভয়াৰ হকে মাত মাতি অহা জনসাধৰণৰ

Last Updated : Mar 20, 2020, 6:46 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.