ETV Bharat / bharat

পুলৱামা কাণ্ডৰ বিৰোধিতাৰে প্ৰবাসী ভাৰতীয়ৰ প্ৰতিবাদ - ইটিভি ভাৰত

'পাকিস্তান মূৰ্দাবাদ' ধ্বনিৰে প্ৰতিবাদ প্ৰবাসী ভাৰতীয়ৰ।

etv bharat
author img

By

Published : Feb 23, 2019, 10:05 AM IST

নিউজ ডেস্ক, ২৩ ফেব্ৰুৱাৰী : পুলৱামা কাণ্ডৰ বিৰুদ্ধে আমেৰিকাস্থিত পাকিস্তানী দূতাবাসৰ সন্মূখত প্ৰতিবাদ প্ৰবাসী ভাৰতীয়ৰ। ১০০ জনতকৈও অধিক প্ৰতিবাদীয়ে শুকুৰবাৰে 'পাকিস্তান মূৰ্দাবাদ' ধ্বনি প্ৰদান কৰি সাব্যস্ত কৰে তীব্ৰ প্ৰতিবাদ।

us based indian

শুকুৰবাৰে পুৱাই হাতে-হাতে ত্ৰিৰংগা পতাকা ,বেনাৰ -প্লে কাৰ্ড লৈ পাকিস্তান দূতাবাসৰ সন্মূখত উপস্থিত হয় প্ৰবাসী ভাৰতীয় লোক। '৯/১১ পাকিস্তান','২৬/১১ পাকিস্তান', 'পাকিস্তান হত্যাকাৰী', 'সন্ত্ৰাসবাদী ৰাষ্ট্ৰ পাকিস্তান' ইত্যাদি শ্ল'গানেৰে পৰিৱেশ উত্তাল কৰি তোলে প্ৰতিবাদকাৰীয়ে।

উল্লেখ্য যে, পুলৱামা কাণ্ডৰ পাচৰে পৰাই আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিভিন্ন অঞ্চল পাকিস্তান বিৰোধী প্ৰতিবাদেৰে কঁপাই তুলিছে ভাৰতীয় সম্প্ৰদায়ৰ লোকে।

New York (United States), Feb 23 (ANI): More than hundred United States (US)-based Indians protested outside the Pakistan consulate in New York against Pulwama terror attack on Friday. This attack was carried out by Pakistan based terror outfit Jaish-e-Mohammed (JeM) on February 14 in Jammu and Kashmir's Pulwama. This attack took away life of 40 Central Reserve Police Force (CRPF) Jawans. Waving the tricolour, protestors raised slogans like "Pakistan Murdabad," "Global terror Pakistan, LeT Pakistan," "9/11 Pakistan," "26/11 Pakistan," "Osama Bin Laden Pakistan" amongst others. They also held placards which read "Pakistan-a terrorist nation" and "Pakistan progress the country not Terrorism" at the demonstration. The Overseas Friends of BJP (OFBJP) US was among the groups that participated in the protest. Indian communities across the United States have been holding protest marches denouncing the role of Pakistan in the cowardly act. Along with non-resident Indians, the global community has stood in solidarity with India against terrorism enacted by Pakistan-backed terrorists. The UN Security Council has also condemned in the strongest terms the 'heinous and cowardly' bombing in JandK.
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.