ETV Bharat / bharat

কৰ'ণাভাইৰাছত আক্ৰান্ত হোৱা নাই কেন্দ্ৰীয় মন্ত্ৰী মুৰলীধৰণ

কেন্দ্ৰীয় মন্ত্ৰী মুৰলীধৰণক সম্পূৰ্ণ সুস্থ ঘোষণা ৷ মুৰলীধৰণ কৰ'ণাভাইৰাছত আক্ৰান্ত হোৱাৰ সন্দেহ কৰা হৈছিল ৷

author img

By

Published : Mar 17, 2020, 10:46 PM IST

আক্ৰান্ত হোৱা নাই কৰ'ণাভাইৰাছত
সুস্থ কেন্দ্ৰীয় মন্ত্ৰী মুৰলীধৰণ

নেশ্যনেল ডেস্ক, 17 মাৰ্চ : কেন্দ্ৰীয় মন্ত্ৰী ভি. মুৰলীধৰণ কৰ'ণাভাইৰাছত আক্ৰান্ত হোৱাৰ সন্দেহ কৰা হৈছিল যদিও ইতিমধ্যে তেওঁক ইয়াৰ পৰা মুক্ত বুলি ঘোষণা কৰা হৈছে ৷

কেৰালাৰ কিছুসংখ্যক কৰ'ণাভাইৰাছত আক্ৰান্ত ৰোগীৰ সংস্পৰ্শত অহা চিকিৎসকৰ সৈতে এখন বৈঠকত মিলিত হোৱাৰ বাবে বৈদেশিক পৰিক্ৰমাৰ ৰাজ্যিক মন্ত্ৰীগৰাকীক নতুন দিল্লীত আছুতীয়া কক্ষত ৰখা হৈছিল ৷

শনিবাৰে মন্ত্ৰীগৰাকীয়ে শ্ৰী চিত্ৰা তিৰুনাল ইনষ্টিটিউটত কেইবাজনো চিকিৎসকৰ সৈতে বৈঠকত মিলিত হৈছিল৷

স্পেইন ভ্ৰমণ কৰাৰ পাচতে কৰ'ণাভাইৰাছত আক্ৰান্ত হোৱা এগৰাকী চিকিৎসকৰ সংস্পৰ্শত অহা বাবে বৈঠকত উপস্থিত চিকিৎসক সকলক আছুতীয়া কক্ষত ৰখা হৈছিল ৷

উল্লেখ্য যে, মঙলবাৰ পৰ্যন্ত ভাৰতত কৰ'ণাভাইৰাছত আক্ৰান্তৰ সংখ্যা 126 জনলৈ বৃদ্ধি পায় ৷

আৰু পঢ়ক : বিটিচি পৰিষদীয় নিৰ্বাচনৰ বাবে মনোনয়ন দাখিল 7 গৰাকীকৈ লোকৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.